Browsing Category

মানুহৰ পৃথিৱী

ডিপোতা নৈত সন্ধানহীন পুত্ৰঃ বৰ জীয়াৰীৰ পৰা দীৰ্ঘদিনে বিচ্ছিন্নঃ তেজপুৰৰ এটা পৰিয়ালত হাঁহাকাৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,১৯জুনঃ এটা দুৰ্ভগীয়া পৰিয়ালৰ কৰুণ কাহিনীয়ে ৰাইজৰ মাজত প্ৰতিক্রিয়াৰ সৃষ্টি কৰিছে।বাঢ়নী পানীত নিজৰ পুত্ৰ উটি যোৱা চাৰিটা দিনৰ পাছতো কোনো সন্ধান নোলোৱাৰ পাছত বৰ জীয়াৰী সন্ধানত ভাগি পৰিছে পৰিয়ায়টো।উল্লেখ্য যে,…

জ্যোতি বন্দনাৰে মুখৰ হ’ল তেজপুৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১৭ জুন: ৰূপান্তৰৰ শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ১২১ সংখ্যক ওপজা দিনটোত আজি পুৱাৰে পৰা প্ৰতিকুল বতৰকো নেওচি ৰূপকোঁৱৰ গৰাকীৰ কৰ্ম সাধনাৰ স্হলী তেজপুৰত ৰূপকোঁৱৰ বন্দনাৰে মুখৰিত কৰি তোলে কেবাটাও অনুষ্ঠানে।…

ডিপোতা নৈৰ বাঢ়নি পানীয়ে উটুৱাই নিলে যুৱকক

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৭জুনঃ তেজপুৰ চহৰৰ নিকটৱৰ্ত্তী ডিপোতা নৈৰ বাঢ়নি পানীৰ সোঁতে কালি সন্ধ্যা প্ৰায় ৭মান বজাত এজন যুৱকক উটুৱাই নিয়ে৷ বাঁহবাৰী মৌজা অন্তৰ্গত ঘগৰা আৰু কঠালগুৰি সংযোগী পথৰ ওপৰত থকা ডিপোটা দলংঙত সংঘটিত হয় এই শোকাবহ…

১৯৯০ চনৰ পৰা বিনা বেতনেৰে চাকৰি কৰা অগ্নিগড় বিদ্যাপীঠৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ অৱশেষত আত্মহনন

শোচনীয় আৰ্থিক অৱস্থাৰ কথা প্ৰধান শিক্ষকলৈ লিখি থৈ ল'লে কঠোৰ সিদ্ধান্ত শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ, ১৬ জুন : অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠানৰ শিক্ষক-কৰ্মচাৰীৰ দীৰ্ঘদিনীয়া বিভিন্ন দাবী আৰু হা-হুমুনিয়াহৰ মাজত আজি তেজপুৰত তেনে এখন আগশাৰীৰ…

তেজপুৰৰ বিশিষ্ট সামাজিক-সাংস্কৃতিক কৰ্মী অমল সেনগুপ্তৰ দেহাৱসানত তেজপুৰত শোক

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ১৬ জুনঃ তেজপুৰৰ বিশিষ্ট সমাজকৰ্মী তথা সাংস্কৃতিক সংগঠক আৰু দুৰদৰ্শন ধাৰাবাহিকৰ প্ৰযোজক তথা সৰবৰহী ব্যক্তি অমল সেনগুপ্তৰ আজি দুপৰীয়া হৃদৰোগত আক্ৰান্ত হৈ ৫৪ বছৰ বয়সত বিয়োগ ঘটাত তেজপুৰৰ সামাজিক-সাংস্কৃতিক…

শোচনীয় আৰ্থিক অৱস্থা, শাৰীৰিক অসুস্থতা আৰু বিশেষ ভাৱে সক্ষম ৰুগীয়া পুত্ৰক লৈ তেজপুৰৰ এসময়ৰ…

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ, ১৫ জুন : এসময়ৰ অতি জনপ্ৰিয় তেজপুৰৰ এগৰাকী প্ৰসিদ্ধ নাট্যকাৰ, পৰিচালক, সুদক্ষ অভিনেতা গোপাল পাণ্ডে বৰ্তমান অতি শোচনীয় আৰ্থিক অৱস্থাৰ মাজত শাৰিৰীক ভাৱে অসুস্থ হৈ পৰাত পৰিয়ালটিলৈ ঘোৰ অমানিশা নামি আহিছে ।দুবেলা…

তেজপুৰৰ চানমাৰী অঞ্চল সেউজ কৰাৰ সংকল্প প্ৰকৃতিপ্ৰেমী, অধিবক্তা কুমুদ বৰুৱাৰ 

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১৩ জুন : সম্পূৰ্ণ ব্যক্তিগত প্ৰচেষ্টাৰে ৰাজ্যজুৰি সেউজ বিপ্লৱৰ সূচনা কৰা বিশ্বনাথ চাৰিআলি নিবাসী অধিবক্তা কুমুদ বৰুৱাই তেজপুৰ চহৰৰ দুয়ো কাষ ইতিমধ্যে সেউজীয়া কৰি তোলাৰ পিছত আজি পুনৰ চানমাৰী হজৰাপাৰ - পাৰ্বতী…

বহিঃৰাজ্যত নিহত তেজপুৰৰ যুৱক

শতাব্দ ষ্টাফ ৰিপ“ৰ্টাৰ,তেজপুৰ,১২জুনঃ বহিঃৰাজ্যলৈ যোৱা তেজপুৰৰ এজন যুৱকৰ ক্ষতবিক্ষত মৃতদেহ বিহাৰত উদ্ধাৰ হৈছে৷আনহাতে যুৱকজনৰ মৃত্যুৰ বাতৰি আজি লাভ কৰাৰ পাছত অকলশৰীয়া মাতৃয়ে পুত্ৰৰ মৃতদেহ কেনেদৰে ঘৰলৈ আনিব তাকে লৈ অস্হিৰ হৈ পৰিছে৷ উল্লেখযোগ্য…

লখিমপুৰ জিলা কাৰাগাৰৰ সমীপত বিশুদ্ধ শীতল পানীৰ প্ৰকল্প মুকলি কৰিলে আৰক্ষী অধীক্ষক বিষয়া আনন্দ মিশ্ৰই

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ৯ জুনঃ মাৰোৱাৰী যুৱ মঞ্চৰ অমৃতধাৰা সেৱা মহোৎসৱৰ সৈতে সংগতি ৰাখি মাৰোৱাৰী যুৱ মঞ্চৰ উত্তৰ লখিমপুৰ শাখাৰ উদ্যোগত লখিমপুৰ জিলা কাৰাগাৰৰ সমীপত বিশুদ্ধ শীতল খোৱাপানীৰ এটি প্ৰকল্প আজি মুকলি কৰা হয়। উত্তৰ লখিমপুৰ…

তেজপুৰত স্মৃতি দিৱসত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰতিষ্ঠা লগ্নৰ পৃষ্ঠপোষক প্ৰয়াত ষড়ানন বৰঠাকুৰক…

শতাব্দ ষ্টাফৰিপৰ্টাৰ তেজপুৰ , ৪ জুন : সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰতিষ্ঠা লগ্নৰ পৃষ্ঠপোষক, বিষ্ণুপ্ৰসাদ ৰাভা বঁটা প্ৰাপক বিশিষ্ট নৃত্যশিল্পী প্ৰয়াত ষড়ানন বৰঠাকুৰৰ স্মৃতি দিৱসৰ দিনটোত কালি তেজপুৰত সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে স্মৰণ কৰে।…