Browsing Category
লিড
লখিমপুৰত ৰাণী ৰঙানদী সমষ্টিত ভূপেন বৰা কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ
শতাব্দৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৪ আগষ্টঃ আগন্তুক ২০২৬ চনত হ’ব লগা বিধান সভাৰ নিৰ্বাচনত লখিমপুৰ সমষ্টিৰ পৰা ৰাণী নৰহে প্ৰতিদ্বন্দ্বিতা কৰাৰ মনস্থ কৰাৰ বিপৰীতে ভূপেন বৰাই পূৰ্বৰ বিহপুৰীয়া সমষ্টিৰ পৰিৱৰ্তে জন্মভূমি ৰঙানদী সমষ্টিৰ পৰা নিৰ্বাচন খেলাৰ…
ভাৰতীয় ৰে’লত অদ্যপি খালি ৩ লাখৰো অধিক পদ
শতাব্দ শদিয়াৰ প্ৰতিবেদক, ১৬ মাৰ্চঃ নিবনুৱাৰ বাবে অতি নিৰাশাজনক খবৰ ৷ বছৰি কোটিৰ ঘৰত নিবনুৱাক সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি দি শাসনলৈ অহা নৰেন্দ্ৰ মোদীৰ চৰকাৰৰ আমোলত ভাৰতীয় ৰে'লৱেত তৃতীয় আৰু চতুৰ্থ বৰ্গত তিনি লক্ষাধিক পদ খালি হৈ ৰোৱাৰ তথ্য…
দুলুঙত দুই বোমা নিষ্ক্ৰিয়কৰণৰ পদক্ষেপ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১২ ফেব্ৰুৱাৰীঃ লখিমপুৰ জিলাৰ দুলুং সংৰক্ষিত বনাঞ্চলৰ ভিতৰত থকা দুলুং বম্বিং ৰেঞ্জৰ সমীপৱৰ্তী জিলি নদীত কিছুদিন পূৰ্বে উদ্ধাৰ হৈছিল দুটাকৈ শক্তিশালী বোমা৷ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ এই বোমা দুটাৰ ওজন হৈছে ৫০০…
নতুন ন্যায় সংহিতাৰ নতুন দিশবোৰ
সমল ব্যক্তিৰূপে অংশগ্ৰহণ জিলা আইন সেৱা প্ৰাধিকাৰী সচিব প্ৰসেনজিৎ দাসৰশতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১১ আগষ্টঃ এতিয়াৰে পৰা কোনো লোকে অভিসন্ধি কৰি আন কোনো লোকক আদালতত এজাহাৰ দি হাৰাশাস্তি কৰিব নোৱাৰিব। আদালতে এজাহাৰ পোৱাৰ পিছত দুয়োপক্ষকে…
ৰাজ্যত বৈদ্যুতিক খুঁটা স্থাপনৰ নামত দুহেজাৰ কোটি টকাৰ কেলেংকাৰি
প্ৰাককলন অনুসৰি কাম নকৰাকৈ বহিৰাগত ঠিকাদাৰী প্ৰতিষ্ঠানৰ লুণ্ঠন
মুখ্যমন্ত্ৰীক তদন্তৰ আহ্বানশতাব্দ ষ্টাফ ৰিপ’টাৰ লখিমপুৰ, ২২ জুলাইঃ ৰাজ্যৰ শক্তি বিতৰণ কোম্পানী লিমিটেডৰ অধীনত লখিমপুৰ জিলাত চলি থকা কেন্দ্ৰীয় চৰকাৰৰ দুখন আঁচনিত…
চৰাইদেও ৯০+
ভাৰত মণ্ডপমৰ উদ্বোধনী অনুষ্ঠানত ৪ মন্ত্ৰী কেশৱ মহন্ত, নন্দিতা গৰ্লোচা, যোগেন মহন, বিমল বৰাৰ অংশগ্ৰহণ,
বিবেচনাৰ তালিকাত আছে চৰাইদেউৰ মৈদামৰ প্ৰস্তাৱো
নতুন দিল্লী, ২১ জুলাইঃ চৰাইদেও ৯০+ অৰ্থাৎ বিশ্ব ঐতিহ্য হিচাপে ঘোষিত হবলৈ চৰাইদেওৱে ৯০…
চৰাইদেও ৯০+
ভাৰত মণ্ডপমৰ উদ্বোধনী অনুষ্ঠানত ৪ মন্ত্ৰী কেশৱ মহন্ত, নন্দিতা গৰ্লোচা, যোগেন মহন, বিমল বৰাৰ অংশগ্ৰহণ
বিবেচনাৰ তালিকাত আছে চৰাইদেউৰ মৈদামৰ প্ৰস্তাৱোনতুন দিল্লী, ২১ জুলাইঃ চৰাইদেও ৯০+ অৰ্থাৎ বিশ্ব ঐতিহ্য হিচাপে ঘোষিত হবলৈ চৰাইদেওৱে…
লখিমপুৰৰ ঘূনাসুঁতিত মিচিং জাতীয় সংগঠনৰ ১৫ নেতা-কৰ্মীক বৰ্বৰ আক্ৰমণ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ ১৪ জুলাইঃ লখিমপুৰ জিলাৰ অতি দুৰ্গম তথা সোৱণশিৰি পাৰৰ ঘূনাসুঁতিত আজি বিয়লি এক ভয়ংকৰ ঘটনা সংঘটিত হয়৷ ঘূনাসুঁতিৰ উৰিয়ামতলাত এটা ঘটনা সন্দৰ্ভত আলোচনাৰ বাবে যোৱা মিচিং জাতীয় সংগঠন টি এম পি কে আৰু এম এম কেৰ একাংশ…
দেশত স্বতন্ত্ৰ সাংবাদিকতাক ৰাইজে গুৰুত্ব দিছেঃ অজিত ভূঞা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৭ জুলাইঃ দেশত এতিয়া মূল সুঁতিৰ সংবাদ গোষ্ঠীৰ পৰিৱৰ্তে ৰাইজে independent media ৰ গুৰুত্ব অনুভৱ কৰিছে। মূলসুঁতিৰ সংবাদ মাধ্যমে চৰকাৰৰ বিৰুদ্ধে বাতৰি পৰিৱেশন কৰিলেই সংবাদ প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীলৈ ভাবুকি আহে...…
লখিমপুৰত জিলা আয়ুক্ত সন্মিলনত ৭ জিলাৰ উন্নয়নমূলক কামকাজৰ অগ্ৰগতি পৰ্যালোচনা পৰিবহণ মন্ত্ৰী কেশৱ…
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১ জুলাইঃ জিলা আয়ুক্ত সন্মিলনৰ অংশ হিচাপে আজি লখিমপুৰত উত্তৰ অসম আৰু বৰাক উপত্যকাৰ সাতখন জিলাত চৰকাৰৰ উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতি পৰ্যালোচনা কৰে ৰাজ্যৰ পৰিবহণ, আৱকাৰী, মীন, বিজ্ঞান-প্ৰযুক্তি আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী…
