Browsing Category

লিড

সলনি হৈছে ভূ-ৰাজনৈতিক প্রেক্ষাপট

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৮ জুন : তালিবান শাসিত আফগানিস্তানৰ লগত পুনৰ এবাৰ কূটনৈতিক সম্পর্ক স্থাপনৰ কথা ভাবিবলৈ আৰম্ভ কৰিছে নতুন দিল্লীয়ে। যদিও আফগানিস্তানৰ তালিবানী শাসনক এতিয়াই স্বীকৃতি দিয়াৰ কোনো পৰিকল্পনা নাই ভাৰতৰ। উল্লেখ্য যে, কিছুদিন…

অসমৰ পৰা ভূটানলৈ ৰে’ল সংযোগ

শতাব্দ বিশেষ প্ৰতিনিধি, ৬ জুন : ভাৰত চৰকাৰে চুবুৰীয়া দেশ বাংলাদেশ আৰু নেপাললৈ ৰে'ল যোগাযোগ স্থাপন কৰাৰ পাছত এইবাৰ হিমালয়ৰ দেশ ভূটানলৈ ৰে'ল সংযোগ ঘটোৱাৰ পৰিকল্পনা হাতত লৈছে। প্ৰকৃততে আজি প্ৰায় দুটা দশকৰ আগেয়েই ইয়াৰ চিন্তা-চৰ্চা আৰম্ভ…

‘চেক্সৰ বিনিময়ত এখন পি.এইচ.ডি. থেছিছ !’ জুৰী বৰা বৰগোহাঞিৰ নতুন উপন্যাস ‘চিঞৰ’

শতাব্দ প্ৰতিনিধি, ডিব্ৰুগড়, ৫ জুনঃ বিশিষ্ট ঔপন্যাসিক জুৰি বৰা বৰগোহাঞিৰ বহু চৰ্চিত উপন্যাস 'চিঞৰ' আজি আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। ডিব্ৰুগড় চহৰৰ বৈৰাগীমঠস্থিত হোটেল প্ৰিমলেণ্ডত এই সন্দৰ্ভত আয়োজন কৰা সংবাদমেলত উচ্চ শিক্ষা প্ৰতিষ্ঠানত…

ভাৰতৰ চাহ ঘূৰাই পঠিয়ালে একাধিক দেশে

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৪ জুন : চাহ উদ্যোগলৈ উদ্বেগৰ খবৰ। আতিৰিক্ত মাত্ৰাৰ কীটনাশক আৰু ৰাসায়নিক দিয়া হৈছে— এই অভিযোগত দেশীয় আৰু আন্তর্জাতিক বজাৰত একাধিক চাহৰ অর্ডাৰ বাতিল কৰা হৈছে। কালি ৩ জুনত ইণ্ডিয়ান টি এক্সপর্টার্ছ এছচিয়েচন (ITEA)ৰ…

চাইকেল-কথা

দাদুল দেৱকৃষ্ণ বৰুৱা কোনো কোনোৱে কয় 'বাইচকুল'। কোনো কোনোৱে কয় ‘শখ–ঘোঁৰা’। এতিয়াৰ পৰা প্রায় দুই শতাব্দী আগেয়ে আজিৰ চাইকেলক কোৱা হৈছিল শখ-ঘোঁৰা নামেৰে। কোনো কোনোৱে কৈছিল মানৱচালিত মেচিন। কাৰণ চকা থাকিলেও আকাৰ আৰু আয়তন আছিল অনেক ডাঙৰ আৰু…

ভাৰতত গঢ়ি তোলা হ’ব থলুৱা হাইপাৰলুপ ব্যৱস্থা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩ জুন : ৰে’ল মন্ত্ৰালয়ে আই আই টি মাদ্ৰাজৰ সৈতে এক থলুৱা হাইপাৰলুপ ব্যৱস্থা বিকাশৰ বাবে সহযোগিতা কৰিব আৰু লগতে প্ৰিমিয়াৰ প্ৰতিষ্ঠানটোত হাইপাৰলুপ প্ৰযুক্তিৰ বাবে এটা Centre of Excellence স্থাপন কৰাত সহায় কৰিব। ২০১৭…

 আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ উদ্ভাৱকৰ তালিকাত অসম কন্যা- উপাসনা

শতাব্দ,ষ্টাফ ৰিপৰ্টাৰ, ২ জুন : ভীম কলৰ পৰা গুৰ উৎপাদন কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত চমক সৃষ্টি কৰি  আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ "International young inventors & Innovators challenge"  নিৰ্বাচিত হৈছে অসমৰ উপাসনা বৰুৱা। যোৱা  ২৭-২৮ মে'ত গুজৰাটত…

অসমৰ ওচৰ চাপিল ঢাকা

শতাব্দ বিশেষ প্ৰতিনিধি, ২ জুন : আমাৰ নিচেই কাষতে থকা 'বিদেশ' বাংলাদেশলৈ ভ্ৰমণৰ বাবে যোৱাৰ ইচ্ছা আপোনাৰ আছে নেকি ? অসমৰ লোকসকলৰ বাবেও সুখবৰ যে, কালিৰে পৰা নিউ জলপাইগুৰি আৰু বাংলাদেশৰ ৰাজধানী ঢাকাৰ মাজত এখন নিয়মীয়া ৰে'লগাড়ীৰ চলাচল আৰম্ভ…

এক কেজি আমৰ মূল্য ৩ লাখ

দাদুল দেৱকৃষ্ণ বৰুৱা ১০০, ২০০ কিম্বা হাজাৰ টকা কেজি নহয়। আমৰ প্রতি কেজিৰ  দাম ২ লাখ ৭০ হাজাৰ টকা। এনে দাবীয়েই কৰিছে আলিপুৰদুৱাৰৰ আম খেতিয়কে। কিন্তু এনে কি আম, যাৰ দাম প্রায় তিনি লাখ টকা? আলিপুৰদুৱাৰ চহৰৰ বাসিন্দা লোচা দেৱৰ দাবী— এক কেজি…