Browsing Category

শিক্ষা

চাকৰি সন্ধানী প্ৰাৰ্থীৰ বাবে সুখবৰ

শতাব্দ, লক্ষীমপুৰ ২২ ফেব্ৰুৱাৰীঃ দেশৰ আগশাৰীৰ নিৰ্মাণ কোম্পানী লাৰছেন এণ্ড টাৰব' কনষ্ট্ৰাকচন (L&T Construction)ৰ অধীনত অসম তথা ভাৰতৰ অন্যান্য ঠাইত চলি থকা প্ৰকল্প সমূহত ১৫০০ত কৈও অধিক প্ৰযুক্তিবিদৰ আৱশ্যক‌ হৈছে বুলি জানিব পৰা গৈছে।…

আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত

উত্তৰ লখিমপুৰ,১৩ ফেব্ৰুৱাৰীঃ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ বগীনদী খণ্ডৰ উদ্যোগত কালি কাকৈ উচ্চ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান ভিত্তিক বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। বিজ্ঞান ভিত্তিক আৰ্হি প্ৰস্তুতকৰণ প্ৰতিযোগিতা, আকস্মিক বক্তৃতা , ধাৰণা ,…

যুৱ মহোৎসৱৰ ইতিহাসত অভিলেখঃ ৭২ খন মহাবিদ্যালয়ৰ অংশগ্ৰহণ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২২ জানুৱাৰীঃ সাম্প্ৰতিক যুগটো যুৱ যুগ ৷ ভাৰতত সম্প্ৰতি ৬৫ শতাংশ লোক ৩৫ বছৰৰ ভিতৰৰ৷ সেয়ে এই সময়ছোৱাক যুৱ যুগ বুলি কোৱা হৈছে৷ যুৱ মহোৎসৱৰ দৰে অনুষ্ঠানত প্ৰতিভা প্ৰদৰ্শন কৰিব পাৰি আৰু আনৰ প্ৰতিভাৰ উমান ল’ব পাৰি৷ শ্ৰেষ্ঠ…

একৰিট একাডেমিৰ ১৪ সংখ্যক বাৰ্ষিক অধিৱেশন

শতাব্দ প্ৰতিনিধি, নাৰায়ণপুৰ,২১ জানুৱাৰী: বেচৰকাৰী সংস্থা প্ৰথম এখোজৰ পৰিচালনাত চলি থকা লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ অগ্ৰণী ব্যক্তিগত খণ্ডৰ বিদ্যালয় একৰিট একাডেমিৰ ১৪ সংখ্যক বাৰ্ষিক খেল সপ্তাহ, অভিভাৱক সন্মিলন আৰু বাৰ্ষিক অধিৱেশনখনি আজি…

যুৱ মহোৎসৱঃ উখল-মাখল এল টি কেৰ চৌহদ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২১ জানুৱাৰীঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱ কাইলৈ ২২ জানুৱাৰীৰ পৰা লক্ষীমপুৰ জিলাৰ লক্ষীমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয় চমুকৈ এল.টি.কে. মহাবিদ্যালয়ত আৰম্ভ হ’ব৷ এই উপলক্ষে আজি মহাবিদ্যালয় চৌহদত উখল-মাখল পৰিবেশৰ…

পাৰিজাত একাডেমীত কেৰিয়াৰ সজাগতা সভা 

শতাব্দ গুৱাহাটী, ২০ জানুৱাৰীঃ অসম ডন বস্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ উদ্যোগত ২০জানুৱাৰীত গুৱাহাটীৰ মহানগৰীৰ কাষৰীয়া পামহি(গড়চুক)স্থিত পাৰিজাত একাডেমীত এখন কেৰিয়াৰ সজাগতা সভা অনুষ্ঠিত হয় । পাৰিজাত…

নতুন পেঞ্চন নীতি বাতিলৰ দাবীত এদিনীয়া কৰ্ম বিৰতি সদৌ অসম চৰকাৰী এন. পি. এছ কৰ্মচাৰী সংস্থাৰ

শতাব্দ প্ৰতিনিধি,২০ জানুৱাৰীঃ নতুন পেঞ্চন নীতি বাতিল আৰু পুৰণি পেঞ্চন নীতি প্রৱর্তন কৰি ৰাজ্যখনৰ বৃহৎ সংখ্যক কৰ্মচাৰীক সকাহ প্রদান কৰিবলৈ ৰাজ্য চৰকাৰক দাবী জনাইছে সদৌ অসম চৰকাৰী এন. পি. এছ কৰ্মচাৰী সংস্থাই ।সেই উদ্দেশ্যে আজিৰ পৰা ৩১…

লখিমপুৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱৰ প্ৰস্তুতি তুংগত

৭০ খন মহাবিদ্যালয়ৰ যোগদান নিশ্চিত ৫০ শিতানত প্ৰতিযোগিতা ১৫০০ প্ৰতিযোগীৰ মাজত হ'ব শ্ৰেষ্ঠত্বৰ যুঁজ ৬০ লক্ষাধিক টকাৰ বাজেট ৬ টা মঞ্চত একেধাৰে চলিব প্ৰতিযোগিতা শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১২ জানুৱাৰীঃ সোৱণশিৰি আৰু ৰঙানদী…

পুৰণি পেন্সন পদ্ধতি প্ৰৱৰ্তন কৰিবলৈ দাবী চৰকাৰী পেন্সনাৰ সন্থাৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৮ ডিচেম্বৰঃ চাকৰি কালত চৰকাৰে আমাক দৰমহা দিছিল, এতিয়া আমি পেন্সনাৰ হিচাপে পেন্সন পাও, মই ঢুকাই গ'লে মোৰ পত্নীয়ে পেন্সন পাব। ইয়াৰ পিছত আমি নিজকে অন্তৰ্দৃষ্টিৰে সোধা উচিৎ--চাকৰি কালত আমি সৎভাবে নিজ কৰ্ম সম্পাদন…