Browsing Category

শিল্প

বিশ্ব ফটোগ্ৰাফী দিৱস উপলক্ষে লখিমপুৰ জিলা বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ দ্বাৰা ফটোগ্ৰাফী আৰু চেল্ফি…

লখিমপুৰ, ১৭ আগষ্ট: অহা ১৯ আগষ্টত সমগ্ৰ পৃথিৱীজুৰি উদযাপিত হব বিশ্ব ফটোগ্ৰাফী দিৱস। এই দিৱসৰ লগত সংগতি ৰাখি উক্ত দিনটোত লখিমপুৰ জিলা বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ তৰফৰ পৰা এক ফটোগ্ৰাফী আৰু চেল্ফি প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। প্ৰতিযোগিতাখনিৰ…

সম্পূৰ্ণ হোৱাৰ দিশে তেজপুৰ-জামুগুৰিহাট সংযোগী চকীঘাট দলং

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১১ আগষ্ট : শোণিতপুৰৰ খৰস্ৰোতা জীয়াভৰলী নৈৰ ওপৰৰ দ্বিতীয়খন দলং চকীঘাট দলঙৰ নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত৷তেজপুৰ আৰু জামুগুৰিহাটৰ দূৰত্ব প্ৰায় ডেৰঘন্টা সময়ৰ পৰা এইখন দলঙে প্ৰায় আধাঘন্টালৈ হ্ৰাস কৰিব…

সৌন্দৰ্য্য কলাত পুনৰ জিলিকিল তেজপুৰৰ স্নেহা বৰুৱা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ২ আগষ্ট : সৌন্দৰ্য্য কলাৰ ক্ষেত্ৰত ধাৰাবাহিক ভাৱে কৃতিত্বৰ পৰিচয় দি অহা তেজপুৰ হজৰাপাৰৰ প্ৰাণজিৎ বৰুৱা আৰু জোনালী বৰা বৰুৱাৰ কন্যা স্নেহা বৰুৱাই স্পাৰ্ক প্ৰফেশ্যনেল একাডেমীয়ে আয়োজন কৰা মিছ আৰু মিষ্টাৰ আছাম…

“সংগীতম” ৰ সদৌ অসম ভিত্তিক জয়ন্ত হাজৰিকাৰ গীতৰ প্ৰতিযোগিতাৰ ফলাফল ঘোষণা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ২৩ জুলাই : সুৰ সম্ৰাট জয়ন্ত হাজৰিকাৰ গীতসমূহ চিৰযুগমীয়া কৰি ৰখাৰ মানসেৰে তেজপুৰৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান "সংগীতম" এ বিগত দুটা বছৰৰ পিছত এইবাৰো তেজপুৰৰ বাণ থিয়েটাৰত আয়োজন কৰা সদৌ অসম ভিত্তিক তৃতীয় বাৰ্ষিক…

নলিনী বৰুৱাক লৈ নিৰ্মিত তথ্যচিত্ৰ “লিৰিকেল লেন্স” মুকলি

নলিনী বৰুৱাৰ ১০ হাজাৰ সৃষ্টিশীল-কলাত্মক ফটো দেশৰ আপুৰুগীয়া সম্পদ-অধ্যাপক অংকুৰণ দত্ত শতাব্দ ষ্টাফ ৰিপটাৰ, তেজপুৰ, ১০ জুলাই : শ্ৰীলংকাৰ কলম্বোত থকা ভাৰতীয় উচ্চায়ুক্তৰ অধীনস্হ বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰৰ সঞ্চালক পদত গুৱাহাটী…

তেজপুৰত ‘টিপকাই’ৰ প্ৰশংসনীয় পদক্ষেপ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৫ জুলাই : তেজপুৰ চহৰৰ মাজ-মজিয়াত আজি অধিবক্তাৰ উপস্থিতিত শাহু-বোৱাৰীৰ কাজিয়া, হাতত বেলনা মাৰি লৈ শাহুৰ ৰণচণ্ডী ৰূপৰ দৃশ্যই চহৰৰ একাংশ প্ৰত্যক্ষদৰ্শী ৰাইজৰ মাজত ব্যাপক কৌতূহলৰ সৃষ্টি কৰে ৷ এজন তান্ত্ৰিকো উপস্থিত…

ৰাজস্থানত মডেলিঙৰ খিতাপ অৰ্জন তেজপুৰৰ যুৱক মানসৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৫জুলাইঃ ৰাজস্থানত অনুষ্ঠিত হৈ যোৱা মিষ্টাৰ, মিছ, মাষ্টাৰ ছুপাৰ মডেল অৱ ৰাজস্থান খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে তেজপুৰৰ যুৱক মানস কেওঁটে৷ দেশৰ ভালেসংখ্যক প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰা প্ৰতিযোগিতাখনত বিজয়ী হৈ যোৱা…