Browsing Category
শিল্প
তেজপুৰত “যাত্ৰা – ৫” শীৰ্ষক পাঁচদিনীয়া চিত্ৰকলা প্ৰদৰ্শনীৰ শুভাৰম্ভ
শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ২ জুলাই : ৰাষ্ট্ৰপতিৰ বিশেষ পুৰস্কাৰৰ লগতে ৰাষ্ট্ৰীয় ফেলশ্বিপ লাভ কৰা তেজপুৰৰ জনপ্ৰিয় চিত্ৰশিল্পী ৰাতুমণি দাস আৰু আন এগৰাকী তেজপুৰৰ দক্ষ চিত্ৰশিল্পী নৱনিতা শৰ্মাৰ উদ্যোগত বিগত বছৰৰ দৰে এইবাৰো আজিৰে পৰা ৬ জুলাই…
তেজপুৰত জে বি প্ৰডাকচনৰ উদ্যোগত “মহবুব ষ্টুডিঅ”ৰ শুভাৰম্ভণি
এই ষ্টুডিঅটিয়ে উঠি অহা প্ৰজন্মৰ নটসৈনিক সকলক নতুন দিশৰ সন্ধান দিব - উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ২৫ জুনঃ নাটশিল্প ক্ষেত্ৰখনত হৈ থকা নতুন নতুন পৰীক্ষা, সম্পৰীক্ষাৰ মাজতে কালি সন্ধিয়া তেজপুৰত শুভাৰম্ভ হ'ল "ইন্টিমেট…
তেজপুৰৰ জনপ্ৰিয় নৃত্যশিল্পী দীপা দাসক “নৃত্যজ্যোতি প্ৰেৰণা বঁটা” প্ৰদান
শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ২৫ জুন : উত্তৰ পূৰ্বাঞ্চল প্ৰেৰণা সমন্বয় উন্নয়ন চেৰিব্ৰেল ট্ৰাষ্টে উত্তৰ পূৰ্বাঞ্চলৰ শিল্পকলা ক্ষেত্ৰখনৰ লগতে সাহিত্য ক্ষেত্ৰত বিশেষ কৃতিত্ত্বৰ পৰিচয় দিয়া ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ কেবাগৰাকীও বিশিষ্ট ব্যক্তিক…
শিৱসাগৰ অৰুণ’চ নামৰ বস্ত্ৰ বিপণিখনত সংঘটিত অগ্নিকাণ্ড (ফটো সংবাদ)
শিৱসাগৰ অৰুণ'চ নামৰ বস্ত্ৰ বিপণিখনত সংঘটিত অগ্নিকাণ্ডত অগ্নিনিবাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণ কৰাৰ দৃশ্য
আলোকচিত্ৰঃ আব্দুল মতিন
জীৱিকা… (ফটো সংবাদ)
জীৱনলৈ থকা ভাবুকি নেওচি দিচাং নদীৰ বাঢ়নী পানীত চাপৰিৰ পৰা খৰি লৈ ঘৰমুৱা দিচাংমুখৰ গঞা...
ফটো:আব্দুল মতিন শিৱসাগৰ
চিত্ৰলেখাৰ নগৰী তেজপুৰত এদল সম্ভৱনাপূৰ্ণ চিত্ৰশিল্পীৰ আত্মপ্ৰকাশ
শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ২৩ এপ্ৰিল : চিত্ৰলেখাৰ নগৰী তেজপুৰত চিত্ৰকলাৰ এক বিপুল সম্ভাৱনা প্ৰকট কৰি ৪২ গৰাকীকৈ শিশু আৰু চেমনীয়াৰ তিনিদিনীয়া আকৰ্ষণীয় চিত্ৰকলাৰ প্ৰদৰ্শনী এখন আজি শুভাৰম্ভ হয় তেজপুৰৰ অসমীয়া ক্লাবৰ আৰ্ট গেলেৰীত। উল্লেখ্য…
৯৩ বৰ্ষত ভৰি দিলে তেজপুৰৰ দুৰন্ত তৰুণ, আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন আলোক চিত্ৰশিল্পী নলিনী বৰুৱাই
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ২২ এপ্ৰিল :তেজপুৰৰ দুৰন্ত তৰুণ গৰাকীয়ে আজি ৯৩ বৰ্ষত ভৰি দিলে। তেজপুৰৰ লগতে জিলাখনৰ সকলো শ্ৰেণীৰ জনসাধাৰণৰ মাজত অতি জনপ্ৰিয়, তেজপুৰৰ সমাজ জীৱনৰ অগ্ৰনী ব্যক্তিত্ব, আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন আলোক চিত্ৰশিল্পী…