Browsing Category

শিল্প

তৌফিক ৰহমানলৈ নাট্য সম্ৰাট প্ৰফুল্ল বৰা বঁটা

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৯ডিচেম্বৰঃ নাট্য সম্ৰাট হিচাপে খ্যাত প্ৰয়াত প্ৰফুল্ল বৰাৰ ষষ্ঠদশ সংখ্যক স্মৃতি দিৱসৰ লগত সংগতি ৰাখি এইবাৰ ২০২২ বৰ্ষৰ নাট্য সম্ৰাট প্ৰফুল্ল বৰা বঁটা আগবঢ়োৱা হৈছে অসমৰ লব্ধপ্ৰতিষ্ঠ অভিনেতা, পৰিচালক আৰু…

তেজপুৰত প্ৰথমবাৰৰ বাবে বাউল শিল্পীৰ “হৃদয়ৰ পৰা হৃদয়লৈ” অনুষ্ঠান

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৯ নৱেম্বৰঃ বৰ্তমান পশ্চিম বংগৰ বোলপুৰৰ শান্তি নিকেতনত থকা নলবাৰীৰ মহামায়া বাউল, একেদৰে শান্তি নিকেতনতে থকা গোলাঘাটৰ তৰ্পণ বাউল, বৰ্তমানে আশ্ৰম জয়দেৱত থকা নগাঁৱৰ মাধূৰ্যময়ী বাউল আৰু একেদৰেই শান্তি নিকেতনত থকা…

 ‘ৰজনী মাষ্টৰ’ আৰু নাইঃ গণশিল্পী ভোলা কটকীৰ পৰলোকপ্ৰাপ্তি

শতাব্দ প্ৰতিনিধি, তেজপুৰ , ৪ নৱেম্বৰঃ অসমৰ মঞ্চ আৰু চলচিত্ৰ জগতৰ প্ৰবীণ অভিনেতা, নটসূৰ্য ফণী শৰ্মা বঁটা প্ৰাপক, গণ শিল্পী ভোলা কটকী আৰু নাই৷ দীৰ্ঘদিন ধৰি বাৰ্ধক্যজনিত ৰোগত বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ পিছত শেহতীয়াকৈ  গুৱাহাটী…

নীলপৱন বৰুৱাৰ বিয়োগত তেজপুৰ আৰ্টিষ্টছ ফ’ৰামৰ শোক প্ৰকাশ

শতাব্দ প্ৰতিনিধি,তেজপুৰ,২৮অক্টোবৰ: অসমৰ স্বনামধন্য চিত্ৰশিল্পী তথা অদম্য প্ৰেমিক নীলপৱন বৰুৱাৰ মহাপ্ৰয়াণত তেজপুৰ আৰ্টিষ্টছ্ ফ'ৰামৰ তৰফৰ পৰা গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে৷তেজপুৰ আৰ্টিষ্টছ ফ’ৰামৰ সভাপতি হৰিনাৰায়ণ দাসে গভীৰ শোক প্ৰকাশ কৰি কয়…

দেৱালীঃ মাটিয়ে য’ত চাকি- কালীৰ ৰূপ লয়…. (ফটো সংবাদ)

দেৱালী আৰু কালীপূজাৰ প্ৰাকক্ষণত  কালী মূৰ্তিত শেষ স্পৰ্শ মৃন্ময় শিল্পীৰ, মাটিৰ চাকি নিৰ্মাণত ব্যস্ত মহিলা শিল্পী। এই দৃশ্য বজালীৰ দেনাৰটাৰিৰ পালপাৰাৰ...আলোকচিত্ৰঃ অৰিন্দম তালুকদাৰ

 কিশোৰৰ ৰং তুলিকাৰে মুখৰিত চিত্ৰলেখাৰ নগৰী তেজপুৰ

শতাব্দ প্ৰতিনিধি তেজপুৰ  , ১৬ অক্টোবৰ : সংকল্প অসম শোণিতপুৰ জিলা সমিতি আৰু তেজপুৰ সমষ্টি সমিতিৰ উদ্যোগত  জিলা সংগ্ৰহালয়ত, তেজপুৰ প্ৰাংগনত অনুষ্ঠিত কৰা চিত্ৰাংকন প্ৰতিযোগিতাখনি সুকলমে সম্পন্ন হৈ যায় । তলা বন্ধৰ সময় চোৱাৰ পিছত ডেৰ শতাধিক…

তেজপুৰৰ বিহগুৰিত মৃৎ শিল্পীৰ ব্যস্ততা

শতাব্দ প্ৰতিনিধি তেজপুৰ ,১৩ছেপ্টেম্বৰ: বৰ্তমান আৰম্ভ হৈছে পূজাৰ পৰিৱেশ৷ বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজালৈ মাজত আৰু মাত্ৰ তিনিটা দিন৷ একে সময়তে অনুষ্ঠিত হ’ব মনসা পূজাও৷ ইয়াৰ মাত্ৰ এটা পষেকৰ পাছতেই উলহমালহেৰে অনুষ্ঠিত হ’ব দশভূজা দুৰ্গা পূজা৷এনে…

তেজপুৰ কলা-বীথিকাৰ দ্বিতীয় বাৰ্ষিক যুৱ শিল্পীৰ চিত্ৰ প্ৰদৰ্শনী

শতাব্দ প্ৰতিনিধি তেজপুৰ , ৩ ছেপ্টেম্বৰ: তেজপুৰৰ অসমীয়া ক্লাবৰ সভা কক্ষত তেজপুৰ কলা-বীথিকাৰ পঞ্চম প্রতিষ্ঠা দিৱস উপলক্ষে আজিৰ পৰা তিনিদিনীয়াকৈ এখন চিত্ৰকলাৰ প্ৰদৰ্শনী আৰম্ভ হয় |শোণিতপুৰ জিলাৰ উদীয়মান চিত্রশিল্পীসকলক উৎসাহ যোগোৱাৰ অৰ্থে…