Browsing Category

শৈশৱ

নীপকোৱে এৰা পানীয়ে প্ৰাণ ললে  কণমানি ছাত্ৰীৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৯ আগষ্টঃ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ লগতে লখিমপুৰ জিলাতো বিগত প্ৰায় এসপ্তাহ ধৰি হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত ৰঙানদীৰ লগতে জিলাখনৰ নদীসমূহ ফেনে ফুটুকাৰে বাঢ়ি অহাৰ লগতে বহু ঠাইত বানৰ সৃষ্টি কৰিছে৷ ইফালে আজি…

ধেমাজিৰ সৰ্বনিন্দিত-ঘৃণনীয় বোমা বিস্ফোৰণ কাণ্ড কোনে কৰিছিল

চূড়ান্ত শুনানীৰ সম্পূৰ্ণ এমাহৰ পাছত ধেমাজি বোমা বিস্ফোৰণ কাণ্ডৰ ৰায়দান ধেমাজি জিলা সত্ৰ ন্যায়াধীশৰ আদালতে পূৰ্বে মুহি সন্দিকৈ, যতীন দুৱৰী, লীলা গগৈ আৰু দীপাঞ্জলী গোহাঁইক আজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ বিপৰীতে হেমেন গগৈ আৰু প্ৰশান্ত…

মেৰমুখত বৌদ্ধিক বিকাশ কৰ্মশালা

শতাব্দ প্ৰতিনিধি, নাৰায়ণপুৰ,১আগষ্ট: নাৰায়ণপুৰৰ দক্ষিণাঞ্চলৰ বানেধোৱা মেৰমুখৰ দক্ষিণ নাৰায়ণপুৰ কৃষ্টি বিকাশ কেন্দ্ৰ'ৰ ৰঙ্গমঞ্চত পষেকজোৰা কাৰ্যক্ৰমণিকাৰে ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক, বৌদ্ধিক, সাংস্কৃতিক বিকাশৰ উদ্দেশ্য ৰাখি আয়োজন কৰা বৌদ্ধিক…

তেজপুৰৰ জ্যোতি – বিষ্ণু মইনা পাৰিজাতৰ সপ্তদশ দ্বি বাৰ্ষিক শিশু সমাৰোহ

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ২৯ জুলাই : তেজপুৰৰ জ্যোতি - বিষ্ণু মইনা পাৰিজাতৰ সপ্তদশ শিশু সমাৰোহ উপলক্ষে কালিৰ দিনটোত পুৱাৰ পৰা গীত, নৃত্য, কবিতা আবৃত্তি, আকস্মিক বক্তৃতা ৰ পিছত বিয়লিৰ পৰা মুকলি সভাত তেজপুৰৰ কেবাখনো শাখা মইনা পাৰিজাতৰ মইনাৰ…

শিক্ষা বিষয়াৰ বিৰুদ্ধে বনকৰা কিশোৰীক যৌন উৎপীড়নৰ অভিযোগ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৯জুলাইঃ শিক্ষা বিষয়াৰ বিৰুদ্ধে বনকৰা কিশোৰীক যৌন আতিশয্য চলোৱাৰ অভিযোগ উত্থাপন হৈছে তেজপুৰত৷উল্লেখযোগ্য যে, তেজপুৰৰ গাভৰু খণ্ড প্ৰাথমিক শিক্ষা বিষয়া ৰবী শিলৰ বিৰুদ্ধে কিশোৰী গৰাকীৰ অভিযোগৰ ভিত্তিত এজাহাৰ দাখিল…

তেজপুৰৰ কন্যাপুৰ মইনা পাৰিজাতৰ ৩৫ সংখ্যক বাৰ্ষিক অধিৱেশন সম্পন্ন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ২৪ জুলাই : তেজপুৰৰ কন্যাপুৰ মইনা পাৰিজাতৰ ৩৫ সংখ্যক বাৰ্ষিক অধিৱেশনখনি কালি দিনজোৰা কাৰ্যসূচীৰে তেজপুৰৰ ৰংমহল বিবাহ ভৱনত অনুষ্ঠিত হৈ যায়৷ পুৱা ১০ বজাত মইনা মৌচমপ্ৰতিম বৰাৰ পতাকা উত্তোলনেৰে আৰম্ভ হোৱা অধিৱেশনত…

সদৌ অসম মইনা পাৰিজাতৰ স্ৰষ্টা ককা মহাদেৱ শৰ্মাৰ জন্ম দিনৰ লগত সংগতি ৰাখি মইনাৰ মৌমাতেৰে মুখৰিত…

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৯ জুলাই : সদৌ অসম মইনা পাৰিজাতৰ জন্মদাতা, স্বাধীনতা সংগ্ৰামী ককা মহাদেৱ শৰ্মাৰ আজিৰ জন্ম দিনটোতে কণ কণ মইনাৰ মুখৰ মৌমাতৰ এক সুন্দৰ অনুষ্ঠানৰ প্ৰসংগৰে এই বাতৰি। উল্লেখ্য যে মইনাৰ মুখৰ মৌমাতেৰে কালি মুখৰিত হ'ল…

লখিমপুৰৰ ফুলবাৰীত প্ৰধান শিক্ষকৰ প্ৰহাৰত কণমানি ছাত্ৰী আহতঃ প্ৰতিক্ৰিয়া

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৪ জুনঃ লখিমপুৰ জিলাৰ ফুলবাৰীৰৰ ১ নং ধেমাগড় প্ৰাথমিক বিদ্যালয়ত আজি বিদ্যালয়খনৰ প্ৰধান শিক্ষক বাবুল মুদৈয়ে তেওঁৰে কণমানি ছাত্ৰী নয়ন্দিতা বৰদলৈক উপৰ্যুপৰি প্ৰহাৰ কৰা ঘটনাই সমগ্ৰ অঞ্চলটোত ব্যাপক প্ৰতিক্ৰিয়াৰ…

তেজপুৰৰ শিশু জাইনাৰ সফলতা

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,৭জুনঃ ৰঙাপৰাৰ কমলা ভৱনত  উত্তৰ পূৰ্বাঞ্চলৰ ভিত্তিত অনুষ্ঠিত হৈ যোৱা বিএছ ইভেন্ট প্ৰডাকচনৰ দ্বিতীয় বাৰ্ষিক ফয়েনিক্স উত্তৰ পূৱ ফেষ্টিভেলৰ মডেলিং প্ৰতিযোগিতাৰ শিশুৰ ক শাখাত তেজপুৰৰ জাইনা শিৱমে প্ৰথম স্হান অৰ্জন…

তিনিচুকীয়াৰ বস্তাত বহি পাঠ গ্ৰহণ কণ কণ ছাত্ৰ-ছাত্ৰীৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১ জুন : বিজেপি চৰকাৰে চাহ বাগিছা অঞ্চলত নিৰ্মাণ কৰা মডেল স্কুল বা আদর্শ বিদ্যালয়ৰ পৰা দৰিদ্ৰ ছাত্ৰছাত্ৰীসকল তিলমানো উপকৃত হোৱা নাই ৷ কোনো পৰিকল্পনা নোহোৱাকৈ এই বিদ্যালয়সমূহ নিৰ্মাণ কৰাৰ বাবেই এনে…