Browsing Category

শৈশৱ

“পাঠশালা”ঃ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থীৰ বাবে প্ৰকাশ পাব ৰঙীন কাকত 

কৃতী শিক্ষক, লেখক সাংস্কৃতিক কৰ্মী ৰাম হাজৰিকাৰ দৃষ্টান্তমূলক পদক্ষেপ শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১৭ মে' সমগ্ৰ অসমৰ অসমীয়া মাধ্যমৰ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ বাবে অসমত প্ৰথমবাৰৰ বাবে কিউ আৰ কোড সমৃদ্ধ এখন মাহেকীয়া…

দুবছৰে ন্যায় নাপালে চিপি ভেংৰাই

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,১৭মে’: তেজপুৰৰ চি পি ভেংৰা নামৰ কিশোৰীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ তদন্তত আৰক্ষীয়ে প্ৰদৰ্শন কৰা শিথিলতাৰ ক্ষেত্ৰত কিন্তু আজিলৈকে কোনো ব্যৱস্থাই গ্ৰহণ কৰা হোৱা নাই ৷ স্মৰ্তব্য যে,তেজপুৰৰ কিশোৰী চিপিৰ মৃত্যুৰ ঘটনাৰে…

মাৰ্ঘেৰিটাৰ নাবালিকা ধৰ্ষণ আৰু হত্যাৰ মূল অভিযুক্ত আনন তাঁতীৰ পলাতক পুত্ৰৰ আত্মসমৰ্পণ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৮ মে’ : তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ ১২ বছৰীয়া নাবালিকাৰ ধৰ্ষণ আৰু নৃশংস হত্যাকাণ্ডৰ মূল অভিযুক্ত আনন তাঁতী ওৰফে স্বপন তাঁতী নামৰ লম্পটটোৰ পলাতক বৰপুত্ৰই দেওবাৰে নিশা মাৰ্ঘেৰিটা থানাত আত্মসমৰ্পণ কৰে৷ যোৱা…

মইনাক সুন্দৰৰ পূজাৰী হিচাপে গঢ়ি তুলিবলৈ তেজপুৰৰ বাৰহলীয়া মইনা পাৰিজাতৰ তৎপৰতা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৪ এপ্ৰিল : "আমি পোহৰ বিচাৰি যাওঁ" শীৰ্ষক মন্ত্ৰেৰে শিশু সকলক নিজৰ নিজৰ সুকুমাৰ কলা বিকাশেৰে সমাজৰ একোগৰাকী সুন্দৰৰ পূজাৰী হিচাপে গঢ়ি তুলিবলৈ গঠন হোৱা সদৌ অসম মইনা পাৰিজাতৰ তেজপুৰৰ বাৰহলীয়া শাখাইও চহৰখনৰ…

দিজমুৰ হিন্দু প্ৰাথমিক বিদ্যালয়ত জিলাভিত্তিত বুনিয়াদী সাক্ষাৰতা আৰু সাংখ্যিকতা দিৱস উদযাপন

ধেমাজি, ২৭ মাৰ্চঃ "শিশুৰ শিক্ষাগ্ৰহণত বুনিয়াদী স্তৰটোৰ যথেষ্ট গুৰুত্ব আছে। বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতা হ'ল- ভাষা শিকনৰ প্ৰধান কৌশলসমূহৰ লগতে দৈনন্দিন জীৱনত গাণিতিক প্ৰয়োগৰ কৌশলসমূহ ছাত্র-ছাত্ৰীয়ে আয়ত্ত কৰা আৰু ব্যৱহাৰিক প্ৰয়োগৰ…

লখিমপুৰ জিলাত “পোষণ পখোৱাৰা ২০২৩” ৰ শুভ উদ্বোধন

উত্তৰ লখিমপুৰ, ২১ মাৰ্চঃ  সোমবাৰে, লখিমপুৰ জিলা পৰিষদৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা পোষণ অভিযান, জিলা মহিলা আৰু শিশু বিকাশ বিভাগ লখিমপুৰৰ উদ্যোগত অনুষ্ঠিত কৰা "পোষণ পখোৱাৰা ২০২৩" অভিযানৰ শুভ উদ্বোধন কৰে জিলা অতিৰিক্ত উপায়ুক্ত মনোৰমা মৰাঙে। পোষণ…

তিনিচুকীয়াত ’আদৰ্শ’ৰ ১২৬ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২০ মাৰ্চ : ৰাজ্যখনৰ ভিতৰতে প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত এক নামজ্বলা শিক্ষানুষ্ঠান তিনিচুকীয়াৰ তুলসীৰাম পথস্থিত ঐতিহ্যমণ্ডিত আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ ১২৬ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি বিদ্যালয়খনৰ ৪ জন প্ৰাক্তন…

ককা-আইতাই খুন্দনাত তামোল খুন্দি মুঢ়াত বহি ক’লে সাধু

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ১৯ মাৰ্চঃ প্ৰতিকূল বতৰৰ মাজতো শতাধিক শিশুৰ মুখৰ সাধুৰ লগতে ককা - আইতা কোৱা সজ কথা আৰু সাধুৰে আজি পুৱাৰ পৰা জীপাল হৈ পৰিল তেজপুৰ সাহিত্য সভা ভৱন। ২০ মাৰ্চ অৰ্থাৎ কাইলৈ বিশ্ব সাধুকথা দিৱসৰ লগত সংগতি ৰাখি আজি তেজপুৰ…

৯ মাৰ্চৰ পৰা সন্ধানহীন তেজপুৰৰ ৰাষ্ট্ৰভাষা বিদ্যালয়ৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১৪ ফেব্ৰুৱাৰী :দৰিদ্ৰ লোকৰ এজাহাৰক গুৰুত্ব নিদিয়ে নেকি তেজপুৰ আৰক্ষীয়ে? আৰক্ষী চকীত দিয়া এখন এজাহাৰৰ ভিত্তিত পাঁচদিনৰ পিছতহে এজাহাৰৰ ওপৰত আৰক্ষীয়ে গোচৰ ৰুজু কৰে নেকি? সততে তেজপুৰ আৰক্ষীৰ বিৰুদ্ধে উত্থাপিত হোৱা…