Browsing Category
শৈশৱ
তিনিচুকীয়াৰ জিলা পুথিভঁৰালৰ গ্ৰন্থগাৰিকৰ ঘৰৰ পৰা শিশু শ্ৰমিক উদ্ধাৰ
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৭ নৱেম্বৰ : তিনিচুকীয়া জিলা পুথিভঁৰালৰ গ্ৰন্থগাৰিক লাভলী দলেৰ ঘৰৰ পৰা আজি জিলা প্ৰশাসন, চাইল্ড লাইন, আৰক্ষী আৰু শ্ৰম বিভাগৰ অভিযানকাৰী দলে এটি শিশু শ্ৰমিক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ জানিব পৰা মতে কণ্যা শিশুটি…
শোণিতপুৰৰ শতাধিক শিশু বিজ্ঞানীৰ চমৎকাৰ উদ্ভাৱন
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৩ নবেম্বৰ : শোণিতপুৰ জিলাৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ১০ পৰা ১৭ বছৰ বয়সৰ চাৰিকুৰি শিশু বিজ্ঞানীৰ বিজ্ঞানৰ আৰ্হি প্ৰকল্পৰ চমকপ্ৰদ উদ্ভাৱনৰে আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত হোৱা ৩০ সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ…
কৰ’নাৰ পাৰ্শ্বক্ৰিয়া : কম বয়সতে ঋতুমতী হৈছে ছোৱালী
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৩ অক্টোবৰ : মাত্ৰ ৮ বছৰ বা ৯ বছৰ বয়স। এনে বয়সৰ ছোৱালীৰ ঋতুস্ৰাৱ হৈছে! এজন প্ৰখ্যাত শিশু চিকিৎসকে কয় যে এনে ছোৱালীৰ স্বাস্থ্য পৰীক্ষা কৰি তেওঁ উপলব্ধি কৰিছে যে এই ছোৱালীসকল অকাল যৌৱনকালৰ বলি হৈছে। ঋতুস্ৰাৱৰ সময়ত…
তেজপুৰত ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ চিকিৎসা বিশেষজ্ঞৰ অংশ গ্ৰহণেৰে পঞ্চম বাৰ্ষিক শিশু পালমোন’লজী সন্মিলন
শতাব্দ প্ৰতিনিধি তেজপুৰ , ১৫ অক্টোবৰঃ ইণ্ডিয়ান একাডেমী অৱ পেডিয়াট্ৰিক্স তেজপুৰ শাখাৰ উদ্যোগত ইণ্ডিয়ান একাডেমী অৱ পেডিয়াট্ৰিক্স অসম ৰাজ্যিক শাখা আৰু আই এ পি শ্বাস-প্ৰশ্বাস শাখাৰ সহযোগত পঞ্চম বাৰ্ষিক শিশু পালমোন’লজী সন্মিলনখন অহা ২২…
ধেমাজিত মইনা পাৰিজাতৰ ৰাজ্যিক সমাৰোহ
শতাব্দ প্ৰতিনিধি, ধেমাজি, ২১ ছেপ্টেম্বৰ : সদৌ অসম মইনা পাৰিজাতৰ সপ্তদশ দ্বি-বার্ষিক ৰাজ্যিক শিশু সমাৰোহখনি আগন্তুক ২০২৩ চনৰ ৩০, ৩১ মার্চ আৰু ১,২ এপ্রিলত চাৰিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে ধেমাজি মহাবিদ্যালয় প্ৰাঙ্গনত অনুষ্ঠিত হ’ব। সমাৰোহ…
ঢেকিজুলিৰ দুৰ্ভগীয়া বনকৰা কিশোৰীৰ বাসগৃহত ফৰেনছিকৰ দলঃখান্দি উলিয়ালে মৃতদেহ
শতাব্দ প্ৰতিনিধি তেজপুৰ ,২৫আগষ্টঃ শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ বনকৰা কিশোৰী মৃত্যু হোৱাৰ তদন্ত প্ৰক্ৰিয়া ক্ষীপ্ৰতাৰে আগবঢ়াইছে আৰক্ষীয়ে ৷বনকৰা কিশোৰী আৰতি তুৰিৰ ৰহস্যজনক মৃত্যু হোৱাক কেন্দ্ৰ কৰি ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে গঠন কৰি দিয়া বিশেষ…
ক’ৰনা আৰু মাংকীপক্সৰ পিছত টমেটো ফ্লুৰ ভাবুকি
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ আগষ্ট : ক'ৰনা ভাইৰাছ আৰু মাংকীপক্সৰ মাজত এক নতুন ভাবুকি হিচাপে আত্মপ্ৰকাশ কৰিছে টমেটো ফ্লু। ‘দ্য লেন্সেট ৰেস্পিৰেটৰী জাৰ্নেল’ত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ভাৰতত এই পৰ্যন্ত প্ৰায় ৮২ জন লোক এই ৰোগত আক্ৰান্ত হৈছে।…
বাংগালুৰুৰৰ নাৰায়না গ্ৰুপ অব হাস্পতালছত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত
বাংগালুৰু, ২২ আগষ্ট: অসম চৰকাৰৰ অভিলাষী শিশুস্বাস্থ্য আঁচনি 'স্নেহস্পৰ্শ'ৰ অধীনত বাংগালুৰুৰ নাৰায়না গ্ৰুপৰ চিকিৎসালয়ত চিকিৎসাধীন অসমৰ শিশুসকলৰ আজি খবৰ লয় ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্তই। ৰাজ্যৰ অতিৰিক্ত চিকিৎসা শিক্ষা…
ভাৰতীয় শিশু কল্যাণ পৰিষদৰ তেজপুৰ শাখাৰ সোণালী জয়ন্তী
শতাব্দ প্ৰতিনিধি তেজপুৰ ১৭ আগষ্ট : ভাৰতীয় শিশু কল্যাণ পৰিষদৰ তেজপুৰ শাখাৰ সোণালী জয়ন্তী বৰ্ষ উপলক্ষে এলানি বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে । সেই অনুসৰি যোৱা ৭ আগষ্ট তাৰিখে বিখ্যাত দীপশিখা ফাউণ্ডেচনৰ সহযোগত এটি মহিলাৰ কৰ্কট ৰোগ চিনাক্তকৰণ আৰু…
লখিমপুৰত সাংকেতিক ভাষাৰে ৰাষ্ট্ৰীয় সঙ্গীত পৰিৱেশন দিব্যাঙ্গ শিশুৰ
উত্তৰ লখিমপুৰ, ১৫ আগষ্টঃ লখিমপুৰ শিক্ষাখণ্ডৰ সৰ্বাত্মক শিক্ষা বিভাগৰ সমল ব্যক্তিদ্বয় পংকজ হাজৰিকা আৰু দিপক শইকীয়াৰ উদ্যোগত শিক্ষা খণ্ডৰ বিভিন্ন সাধাৰণ বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি থকা শ্ৰৱণ সমস্যা থকা এঘাৰজন দিব্যাঙ্গ শিশুৰ এটি দলে আজি দেশৰ…