Browsing Category
শৈশৱ
লখিমপুৰত একেদিনাই ১১টা আদৰ্শ অংগনবাড়ী কেন্দ্ৰ উদ্বোধন মন্ত্ৰীৰ
শতাব্দ প্ৰতিনিধি,লখিমপুৰ, ১৪ আগষ্টঃ পূৰ্বৰ আওপুৰণি অংগনবাড়ী কেন্দ্ৰ সমূহৰ স্থানত আটকধুনীয়াকৈ নিৰ্মাণ কৰা ১৬টা আদৰ্শ অংগনবাড়ী কেন্দ্ৰ আজি লখিমপুৰ জিলাত শুভ উদ্বোধন কৰা হয়৷ ইয়াৰে লখিমপুৰ বিধানসভা সমষ্টিৰ ১১টা অংগনবাড়ী কেন্দ্ৰ ৰাজহ দুৰ্যোগ…
তেজপুৰৰ চিপী ভেংৰাৰ ৰহস্যজনক মৃত্যুৰ তদন্তক লৈয়ো সন্দেহ
শতাব্দ প্ৰতিনিধি,তেজপুৰ,১৩আগষ্ট: তেজপুৰ নপামৰ চিপী ভেংৰা নামৰ বনকৰা কিশোৰীগৰাকীৰ মৃত্যু ৰহস্য উদ্ঘাটনৰ তদন্তই গতি লাভ কৰিব বুলি আশা কৰা হৈছে বৰ্তমান ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ঢেকিয়াজুলিৰ এগৰাকী কিশোৰীৰ হত্যাৰ অভিযোগ সন্দৰ্ভত গ্ৰহণ কৰা ব্যৱস্থাৰ…
লখিমপুৰত ১৫০জন কণমানি লেখকক কিতাপৰ টোপোলা, ৰাষ্ট্ৰীয় পতাকাৰে সম্বৰ্ধনা
শতাব্দ প্ৰতিনিধি,লখিমপুৰ, ১৩ আগষ্টঃ শৈক্ষিক আলোচনী ‘ন’ আৰু লখিমপুৰৰ বিধায়ক মানৱ ডেকাৰ উদ্যোগত আজি লখিমপুৰ জিলা পুথিভঁৰালত ১৫০জন কণমানি লেখকক বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হয়৷ বিভিন্ন সময়ত এই কণমানি তথা শিশু-কিশোৰ লেখকসকলে কবিতা, গল্প আদিৰ লগতে…
জামুগুৰিহাটৰ ১৩ বছৰীয়া মুখা শিল্পী নিশান্ত বৰুৱা
জামুগুৰিহাট : ৬ আগষ্টঃ এগৰাকী ১৩ বছৰীয়া মুখা শিল্পী । শিল্পীগৰাকীৰ নাম নিশান্ত বৰুৱা । শিল্পীগৰাকীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে ভগৱান নৰসিংহ, বিষ্ণুৰ লগতে বিভিন্ন ভাওনাত ব্যৱহৃত মুখা । অতি কম বয়সতে শিল্পী নিশান্তৰ এনে প্ৰতিভাই এতিয়া সকলোৰে…
তিনিচুকীয়া ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ দল
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৯ জুলাই : তিনিচুকীয়া জিলাত শিশুৰ অধিকাৰৰ সুৰক্ষাৰ বুজ লোৱাৰ বাবে শেহতীয়াকৈ ইয়াত উপস্থিত হয় অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ এটা দল । তিনিচুকীয়াৰ উপায়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত জিলা প্ৰশাসনৰ সৈতে সমগ্ৰ…
নৃত্য আৰু নাটকৰ অপূৰ্ব সমাহাৰেৰে ‘নৃত্যবন’- ‘প্ৰতিবিম্ব দ্য ৰিফ্লেক্সন’ আৰু…
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৮ জুলাইঃ যোৱা দুটা বছৰ পৃথিৱীৰ অসুখ 'কৰোনা'ই কোঙা কৰি পেলোৱা মানুহৰ মনবোৰক সজীৱ কৰি তুলিবলৈ যেন আগমন ঘটিল এই বছৰৰ গৰমৰ বন্ধৰ বহু আকাংক্ষিত দিনকেইটা । দুটা বছৰ বিৰতিৰ পিছত প্ৰায় স্থবিৰ হৈ পৰা সাংস্কৃতিক জগতখনত পুনৰ…
‘পিএম কেয়াৰ্ছ ফ’ৰ চিল্ড্ৰেন’ আঁচনিৰ পৰা কি কি সুবিধা পাব অনাথ শিশুৱে
দিছপুৰ, ৩০ মে': ক'ভিড-১৯ অতিমাৰীত পিতৃ-মাতৃ উভয়কে হেৰুওৱা দেশৰ অনাথ শিশুসকলৰ ভৱিষ্যৎ সুৰক্ষিত আৰু সম্পূৰ্ণ কৰি তোলাৰ উদ্দেশ্যে ভাৰত চৰকাৰে এবছৰ পূৰ্বে ঘোষণা কৰা 'পিএম কেয়াৰ্ছ ফ'ৰ চিল্ড্ৰেন' আঁচনিৰ সা-সুবিধাৰাজি শিশুসকললৈ হস্তান্তৰণ…
ক’ভিডত পিতৃমাতৃক হেৰুৱা তিনিচুকীয়াৰ ৩ শিশুক ’পি এম কেয়াৰছ ফৰ চিলন্ড্ৰেন’ আঁচনিৰ সাহায্য
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৩০ মে’ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সযোগে শুভাৰম্ভ কৰা ’পি এম কেয়াৰছ ফৰ চিলন্ড্ৰেন’ আঁচনিৰ অধীনত ক'ভিড-১৯ মহামাৰীত দুয়োগৰাকী অভিভাৱক হেৰুৱা তিনিচুকীয়া জিলাৰ ৩ টি শিশুক উপায়ুক্তই এক…
কলকাতাত অসমৰ শিশুলৈ সাহিত্য সন্মান
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৫ এপ্ৰিলঃ এছিয়ান প্ৰেছ বুকছৰ দ্বাৰা যোৱা ২৪ এপ্ৰিলত কলকাতাৰ ৰবীন্দ্ৰ তীৰ্থত আয়োজিত এক বৰ্ণিল অনুষ্ঠানত অসম সন্তান উদীয়মান শিশু সাহিত্যিক শ্ৰীহান সমহিত গগৈক তেওঁৰ গল্পৰ পুথি দ্য্ ৰবড গাৰ্ডেনৰ বাবে (The Robbed Garden)…
২০ এপ্ৰিলত গুৱাহাটীত অসম সাহিত্য সভাৰ সাধু শুনো অনুষ্ঠান
গুৱাহাটী, ১৯ এপ্ৰিলঃ কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ উদ্যোগত ২০ এপ্ৰিলৰ বিয়লি ৩ বজাৰ পৰা সাধুকথাক জনপ্ৰিয় কৰাৰ অভিলাসী আঁচনিৰ অংশ হিচাপে ‘অসম সাহিত্য সভাৰ সাধু শুনো অনুষ্ঠান’ আয়োজন কৰা হৈছে । পদ্মশ্ৰী চন্দ্ৰপ্ৰভা শইকীয়ানী কাৰিকৰী প্ৰতিষ্ঠান…