Browsing Category

সংস্কৃতি

অচিৰেই ৱেব চাইটত উপলব্ধ হব ঐতিহ্যমণ্ডিত ফাটবিহু চমু তথ্যচিত্ৰ “ফাটবিহু” 

গুৱাহাটী, ১৬ মে: চিৰ-প্ৰৱাহিনী লুইত আৰু সোৱণশিৰি মাজৰ ভূ-খণ্ডৰ লোক সমা‌জে চাৰিকড়ীয়া নৈ পাৰত উদযাপন কৰা ফাটবিহু বৃহত্তৰ ঢকুৱাখনাৰ নানা জাতি-জনগোষ্ঠীৰ বাপতিসাহোন আ‌ৰু উমৈহতীয়া স্বকীয় লোক-উৎসৱ। অতীতৰ পৰাই পৰম্পৰাগত ভাৱে লক্ষীমপুৰৰ ঢকুৱাখনাৰ…

অসমবাসীক একতাৰ এনাজৰীৰে বান্ধ খুৱাই ৰাখিছে ফাটবিহুৱে-ডাঃ প্ৰণয় ফুকন

ম'হঘুলি চাপৰিৰ পৰা শতাব্দৰ প্ৰতিবেদক, ঢকুৱাখনা, ১১ মে'ঃ ঢকুৱাখনাৰ ফাটবিহুৱে কেৱল ঢকুৱাখনাত বসবাস কৰা বিভিন্ন জাতি-জনগোষ্ঠীৰ লোককে একতাৰ ডোলেৰে বান্ধি ৰখা নাই, বৰঞ্চ অসমবাসীকে একতাৰ এনাজৰীৰে বান্ধ খাই থাকিবৰ বাবে বাণী প্ৰেৰণ কৰি আহিছে। এই…

দয়াল কৃষ্ণ নাথলৈ ৰাষ্ট্ৰীয় বঁটা

ষ্টাফ ৰিপৰ্টাৰ, ১৩ ফেব্ৰুৱাৰীঃ সৰুৰে পৰা নাটকৰ লগত জড়িত এজন ব্যক্তি দয়াল কৃষ্ণ নাথ। লখিমপুৰ জিলাৰ ফুলবাৰী বোকানদীৰ ১নং মাজগাঁৱৰ এইজন ব্যক্তিয়ে একেধাৰে নাটকৰ পৰিচালনা আৰু অভিনয়েৰে সমগ্ৰ ভাৰততে সুখ্যাতি অর্জন কৰিবলৈ সক্ষম হৈছে। লখিমপুৰ জিলাৰ…

ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ ৰাষ্ট্ৰীয় নাট সমাৰোহ সম্পন্ন

শতাব্দ প্ৰতিনিধি, ১৮ জানুৱাৰীঃ ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনৰ পূৰ্বাঞ্চল সাংস্কৃতিক কেন্দ্র, কলকতাৰ দ্বাৰা ফুলবাৰী বোকানদী  অভিনৱ থিয়েটাৰৰ সহযোগত অভিনৱ থিয়েটাৰ প্ৰকল্পত যোৱা  ১৬ আৰু ১৭ জানুৱাৰীত ৰংগ যাত্ৰা শীৰ্ষক এক ৰাষ্ট্ৰীয় নাট…

ওপজা দিনত নাটক উপহাৰ দিবলৈ সাজু বিশিষ্ট নাট্যকাৰ – ঐশ্বৰ্য্য কাকতি

শতাব্দ ষ্টাফ ৰিপ'টাৰ, তেজপুৰ, ৩০ ছেপ্তেম্বৰ :প্ৰতি বছৰেই নিজৰ ওপজা দিনটোত এখন মৌলিক নাটক উপহাৰ দি তেজপুৰৰ বিশিষ্ট নাট্যশিল্পীৰ জড়িয়তে মঞ্চস্থ কৰি অহা বিশিষ্ট নাট্যকাৰ - পৰিচালক ঐশ্বৰ্য্য কাকতিয়ে এইবাৰ অহা ২ নবেম্বৰৰ ৮০ সংখ্যক ওপজা দিনত…

তেজপুৰত বাণ থিয়েটাৰৰ নিষ্ঠাবান শিল্পী, শিল্পী পেন্সনাৰ গোপাল চন্দ্ৰ শৰ্মাক স্মৰণ

শতাব্দ ষ্টাফ ৰিপ'টাৰ, তেজপুৰ, ২৯ ছেপ্টেম্বৰ :তেজপুৰৰ সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ অগ্ৰণী ব্যক্তিত্ব, ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ এগৰাকী নিষ্ঠাবান শিল্পী, শিল্পী পেন্সনাৰ দা ধৰা বামুণ চুবুৰি নিবাসী গোপাল চন্দ্ৰ শৰ্মাৰ প্ৰথম বাৰ্ষিক পুণ্য…

বিহু সংস্কৃতি ৰক্ষাৰ বাবে কঠোৰ আইন প্ৰণয়ন কৰাৰ দাবী

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৭ছেপ্টেম্বৰঃ বিহু সংস্কৃতি ৰক্ষাৰ বাবে কঠোৰ আইন প্ৰণয়ন কৰাৰ দাবীৰে একাংশ জ্যেষ্ঠ বিহুৱা আৰু বিহুৱতীয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এক স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে৷ আজি এক বিবৃতিত এই বিষয়ে প্ৰকাশ কৰি কোৱা হয় যে,অসম আৰু…

উত্তৰ লখিমপুৰ নগৰৰ পশ্চিমাঞ্চলত শংকৰ জন্মোৎসৱ পালন

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৭ ছেপ্টেম্বৰঃ উত্তৰ লখিমপুৰ নগৰৰ পশ্চিমাঞ্চলৰ ৬টা নামঘৰৰ ভকত বৈষ্ণৱসকল একত্ৰিত হৈ এইবাৰ শ্ৰীশ্ৰী শংকৰদেৱৰ ৫৭৫ সংখ্যক জন্মোৎসৱ পালন কৰে৷ শংকৰ জন্মোৎসৱ লগত সংগতি ৰাখি ধৰ্মালোচনী সভা, সম্বৰ্ধনা সভা আদিও…

বৰ্ণাঢ্য ৰূপত তেজপুৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ 

শতাব্দ ষ্টাফ ৰিপ'টাৰ, তেজপুৰ, ২৪ ছেপ্তেম্বৰ : অসমীয়া জাতি নিৰ্মাতা, পুৰোধা, সমাজ বিজ্ঞানী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক আবিৰ্ভাব তিথি অৰ্থাৎ শংকৰ জন্মোৎসৱৰ আজিৰ দিনটোত পুৱাৰ পৰাই তেজপুৰৰ বিভিন্ন নামঘৰ, হৰিমন্দিৰৰ লগতে বিভিন্ন…

অসম নাট্য সন্মিলনৰ ৬২ সংখ্যক তেজপুৰ কেন্দ্ৰীয় অধিৱেশনক লৈ ব্য়াপক প্ৰস্তুতি

কৰ্ণধাৰ সমিতিৰে ২৬ খন উপ সমিতিৰ সভাপতি - সম্পাদকৰ বৈঠক মূল মণ্ডপ উৎসৰ্গিত হ'ব জ্যোতি - বিষ্ণুৰ সোঁৱৰণত - মূল মঞ্চ হ'ব নটসূৰ্য্যৰ সোঁৱৰণত চাৰি নাট্য সন্ধিয়া উৎসৰ্গিত হ'ব প্ৰয়াত নট সৈনিকৰ সোঁৱৰণত গ্ৰন্থমেলা, প্ৰদৰ্শনী, নাট…