Browsing Category
সংস্কৃতি
বোৱাকটা বিষয়টো পাঠ্যক্ৰমত অন্তৰ্ভুক্তিৰ আহ্বান
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১২ এপ্ৰিল: অৰ্থনৈতিক সবলীকৰণ এগৰাকী মহিলা সামাজিক বা আন ক্ষেত্ৰতো সবল হোৱাত সহায়ক হয় ৷ কৃষি কাৰ্য , খাদ্যবস্তু প্ৰস্তুত কৰণ বা বোৱা কটা আদিৰ জৰিয়তে এগৰাকী মহিলা স্বাৱলম্বী হৈ নিজকে নিজে সৱলীকৰণৰ পদক্ষেপ গ্ৰহণ…
দৰং, শোণিতপুৰৰ একাধিক সত্ৰ-দেৱালয় পৰিদৰ্শন অসম সত্ৰ আয়োগৰ, সত্ৰাধিকাৰ-সত্ৰ প্ৰতিনিধিৰে বৈঠক
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১২ এপ্ৰিল : সত্ৰসমূহ অসমৰ প্ৰাণ । আমাৰ ভাষা-কৃষ্টি-সংস্কৃতি-পৰম্পৰা সত্ৰসমূহে জীয়াই ৰাখিছে । এখন সত্ৰ বৰ্তি থাকিবলৈ হ'লে বহু উপাদানৰ প্ৰয়োজন । সত্ৰৰ ভূমি পূৰ্বৰ দৰে হৈ থকা নাই। ৰাজ্যখনৰ একমাত্ৰ মাজুলীৰ আউনীআটি…
বিশ্ব অভিলেখ বিহুৰ নামত শোণিতপুৰত ব্যাপক অনিয়মৰ অভিযোগ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৯এপ্ৰিলঃ অহা ১৪এপ্ৰিলত বিহু পৰিৱেশনৰে বিশ্ব অভিলেখ গঢ়াৰ বাবে ৰাজ্য চৰকাৰে চলোৱা মহা আয়োজনৰ বিপৰীতে শোণিতপুৰত ইমানদিনে আখৰা কৰি অহা ভালেসংখ্যক বিহুৱা বিহুৱতী ইয়াত অংশ গ্ৰহণৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উঠিছে আৰু…
তেজপুৰ বিশ্ববিদ্যালয়ত প্ৰাক-বিহু উদযাপন
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৯ এপ্ৰিল : অসমৰ বাপতিসাহোন ৰঙালী বিহু প্ৰাকক্ষণত তেজপুৰ বিশ্ববিদ্যালয়ে কালি দিনজোৰা কাৰ্যসূচীৰে বিশেষ অনুষ্ঠানৰ আয়োজন কৰে ৷ তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ পৰিষদ আৰু শিক্ষাৰ্থীসকলৰ সহযোগত শিক্ষানুষ্ঠানখনৰ…
লখিমপুৰ জিলাত সাজু ৭০০ বিহুৱা-নাচনী
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ লখিমপুৰ, ৮ এপ্ৰিলঃ বিশ্ব দৰবাৰত বিহুক জিলিকাবলৈ অসম চৰকাৰে লোৱা পদক্ষেপক ভিত্তি কৰি লখিমপুৰ জিলা প্ৰশাসনে যোৱা এমাহে ৭০০ বিহুৱা তথা নাচনীক জিলাখনৰ পৰা বাচনি কৰি তেওঁলোকক বিহুৰ আখৰা কৰাই অহা ১০ এপ্ৰিলত গুৱাহাটী অভিমুখে…
তেজপুৰৰ ওজা তৰুণ চন্দ্ৰ বৰাৰ সোঁৱৰণত প্ৰতিবছৰেই অসমৰ নিৰ্বাচিত লোকশিল্পীলৈ বঁটা ঘোষণা “সংকল্প…
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৬ এপ্ৰিল : তেজপুৰৰ প্ৰখ্যাত লোকশিল্পী, ঢোলৰ ওজা তৰুণ চন্দ্ৰ বৰা অৰ্থাৎ তৰুণ ওজাৰ সোঁৱৰণত প্ৰতি বছৰেই সাত ব'হাগৰ ভিতৰত অসমৰ বিভিন্ন প্ৰান্তত থকা নিষ্ঠাবান লোকশিল্পী সকলক নিৰ্বাচন কৰি "তৰুণ ওজা স্মাৰক বঁটা"…
মইনাক সুন্দৰৰ পূজাৰী হিচাপে গঢ়ি তুলিবলৈ তেজপুৰৰ বাৰহলীয়া মইনা পাৰিজাতৰ তৎপৰতা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৪ এপ্ৰিল : "আমি পোহৰ বিচাৰি যাওঁ" শীৰ্ষক মন্ত্ৰেৰে শিশু সকলক নিজৰ নিজৰ সুকুমাৰ কলা বিকাশেৰে সমাজৰ একোগৰাকী সুন্দৰৰ পূজাৰী হিচাপে গঢ়ি তুলিবলৈ গঠন হোৱা সদৌ অসম মইনা পাৰিজাতৰ তেজপুৰৰ বাৰহলীয়া শাখাইও চহৰখনৰ…
‘যেতিয়াই তেতিয়াই বিহু পতা অসমীয়া জাতিয়ে আত্ম-সংশোধন নকৰিলে কালৰ গতিত অচিৰেই হেৰাই যাব’
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ , লখিমপুৰ: ৫ এপ্ৰিল : "অসমীয়া জাতিয়ে কম দিনৰ ভিতৰতে স্বকীয়তা হেৰুওৱাটো এক প্ৰকাৰে নিশ্চিত হৈ পৰিছে ৷ উৎসৱ প্ৰিয় নিষ্কৰ্মা জাতিত পৰিণত হোৱা জাতিটোৱে বিহুৰ নামতে গোটেই বছৰটো অৰ্থহীন আনন্দত আত্মহাৰা হৈ পাৰ কৰি দিয়ে ৷…
তেজপুৰৰ “সপ্তাশ্ব” দশম “নৃত্যকল্প” অনুষ্ঠান
ৰাজ্যিক চলচ্চিত্ৰ বঁটা প্ৰাপক ডা০ জাহানাৰা বেগম, জিতুমণি কলিতা আৰু "লাচিত - বুৰঞ্জী লিখা তৰোৱাল" ৰ স্ৰষ্টা - পৰিচালক পুলক কুমাৰ ডেকাক সম্বৰ্ধনা
শোণিতপুৰৰ ১২ স্হানত ১৩ শ বিহুৱা – বিহুৱতীৰ চূড়ান্ত আখৰা
শতাব্দ ষ্টাফ ৰিপ টাৰ,তেজপুৰ ২৯ মাৰ্চ : বিহুৰ বিশ্বমুখী যাত্ৰা।লক্ষ্য ১৪ এপ্ৰিলৰ মহা আয়োজন। একেলগে ১১ হাজাৰ বিহুৱা - বিহুৱতীৰ বিহু প্ৰদৰ্শন। সেয়েহে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সচিব সুন্দৰ্শন ঠাকুৰৰ লগতে একাংশ বিশিষ্ট বিহুৱা, বিশিষ্ট…
