Browsing Category

সংস্কৃতি

সদৌ অসম সত্ৰ মহাসভাৰ তিনিচুকীয়া জিলা সমিতি গঠন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৯ মাৰ্চ : সদৌ অসম সত্ৰ মহাসভাৰ তিনিচুকীয়া জিলা সমিতিখন 'সদৌ তিনিচুকীয়া জিলা সত্ৰ মহাসভা' নামেৰে আজি গঠন কৰা হয় । এই উপলক্ষে তিনিচুকীয়াৰ আদৰ্শ সত্ৰৰ সত্ৰাধিকাৰ মুনমুন গোস্বামীৰ সভাপতিত্বত তিনিচুকীয়াৰ…

 বিহুৰ লগত জড়িত কেৰিয়াৰ

ড° বুলজিৎ বুঢ়াগোহাঁই ৰঙালী বিহুৰ লগত জড়িত কেৰিয়াৰ মানে হ'ল বিহুৰ লগত হ'ব পৰা জীৱন-জীৱিকাৰ পথসমূহ। ইয়াৰ লগত বিভিন্ন ধৰণৰ কথা জড়িত হৈ আছে। আমি জানোঁ যে আমাৰ ৰাজ্যখনৰ সকলো অঞ্চলৰ লগতে প্ৰবাসী অসমীয়াসকলেও পৃথিৱীৰ বিভিন্ন অঞ্চলত ৰঙালী বিহু…

স্মৃতিগ্ৰন্থৰ বাবে লেখা আহ্বান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ২৪ মাৰ্চঃ বিগত বৰ্ষবোৰৰ দৰে এইবাৰো লখিমপুৰ কেন্দ্ৰীয় বিহু সন্মিলনখন উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ’ব৷ অহা ১৭, ১৮ আৰু ১৯ এপ্ৰিলত অনুষ্ঠিত হ’ব লগা এই বিহু সন্মিলন উপলক্ষে এখন…

তেজপুৰৰ বিভিন্ন স্থানত বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালা

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২১মাৰ্চঃ তেজপুৰৰ বিভিন্ন স্হানত সম্প্ৰতি আৰম্ভ হৈছে বিহু নাছ আৰু ঢোল বাদনৰ কৰ্মশালা। তিনিআলি মহিলা সকলৰ উদ্যোগত বিষ্ণুজ্যোতি মধ্য ইংৰাজী বিদ্যালয়ত বিহু নাচ আৰু ঢোলৰ কৰ্মশালা কালি এগছি বন্তি আৰু ধুপ জ্বলাই…

নামঘৰীয়ালৈ সাহায্য মুকলিৰ আহ্বানৰে সভা

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৯মাৰ্চঃ ৰাজ্যৰ ধৰ্মীয় পৰম্পৰা, ৰীতি নীতিৰ লগতে সাংস্কৃতিক তথা সমাজিক ক্ষেত্ৰখনলৈ বিভিন্ন প্ৰত্যাহ্বান নেওচি সেৱা আগবঢ়াই অহা সকলৰ এক সংস্হা ঢেকিয়াজুলি আৰু বৰছলা বিধানসভা সমষ্টিৰ ভকত, বায়ন, গায়ন, শিল্পী,…

গিনিজ ৰেকৰ্ডৰ বাবে লখিমপুৰ জিলাত বিহুৰ তৎপৰতা 

উত্তৰ লখিমপুৰ ১০মাৰ্চঃ অহা ১৪ এপ্ৰিলত গুৱাহাটীত প্ৰধান মন্ত্ৰীৰ উপস্থিতিত ১০ হাজাৰ বিহুৱতী-বিহুৱাৰ দ্বাৰা বিহু নৃত্য প্ৰদৰ্শনৰ বাবে বিশালভাৱে আয়োজন কৰা বৃহৎ অনুষ্ঠানত লখিমপুৰ জিলাৰো কেইবাশ বিহুৱা-বিহুৱতীয়ে অংশগ্ৰহণ কৰিব। জাতীয় সংস্কৃতি…