Browsing Category

সংস্কৃতি

নামঘৰৰ মাজেদিয়েই সমাজখন শৃংখলিতভাবে চলি আছে- ননীগোপাল দেৱগোস্বামী, সত্ৰাধিকাৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৭ ফেব্ৰুৱাৰীঃ ‘ধৰ্ম হ’ল এটা উপায়- যাৰ মাধ্যমেৰে এখন সমাজক তললৈ পৰি নেযোৱাকৈ ধৰি ৰখা হয়৷ এজনে আন এজনৰ লগত সম্পৰ্ক স্থাপন কৰা কৰে৷ যাক ধাৰণ কৰিলে সমাজ আৰু ঘৰখনক ধৰি ৰাখিব পাৰি, ইয়াৰ বাবে কিছুমান নীতি-নিদেৰ্শনা,…

জাতীয় শ্বহীদ ভূপেন ডেকাৰ স্মৃতি জীপাল কৰি ৰাখিবলৈ বিগত ২২ বছৰে নিজে নাটক লিখি, পৰিচালনা আৰু মঞ্চস্থ…

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ ৭ফেব্ৰুৱাৰীঃ অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনৰ শ্বহীদ তথা এসময়ৰ দক্ষ অভিনেতা ভূপেন ডেকাৰ তেজপুৰৰ সহপাঠী বন্ধু এগৰাকীয়ে বন্ধুৰ সোঁৱৰণত বিগত ২২ বছৰে নিজৰ জেপৰ ধনেৰে নাট মঞ্চস্থ কৰি এক বিশেষ দৃষ্টান্ত দাঙি ধৰি অহাৰ পিছত…

শ্ৰীশ্ৰীবাসুদেৱ নামঘৰ শাখা সত্ৰ, দক্ষিণপাটৰ ২০০বছৰীয়া জয়ন্তী

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ , ৫ ফেব্ৰুৱাৰীঃ ১৮১৭ চনতে প্ৰতিষ্ঠা হোৱা শ্ৰীশ্ৰীবাসুদেৱ নামঘৰ শাখা সত্ৰত আজি ভক্তিৰসত বিলীন হল বৃহত্তৰ উলুবাৰী অঞ্চলৰ হেজাৰোধিক ভক্তপ্ৰাণ ৰাইজ-আইমাতৃ৷ মানৰ আক্ৰমণত জীৱন ৰক্ষা কৰি ধূণাগুৰি, উলুবাৰীত নিগাজীকৈ…

তেজপুৰত মঞ্চ ৰত্ন ৰতন লহকৰক গীতে মাতে স্মৰণ

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ৩০ জানুৱাৰী : মঞ্চৰত্ন ৰতন লহকৰৰ যষ্ঠ প্ৰয়াণ দিৱসৰ লগত সংগতি ৰাখি কালি তেজপুৰৰ ভূপেন হাজৰিকা কলাভূমিত এক বিশেষ কাৰ্যসূচী সম্পন্ন হয়। কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ নিকটৱৰ্তী মাৰিবাৰীৰ "এক ন-সৃষ্টিৰ পাতনি,,,,…

ভালুকপুঙত দিনজোৰা কাৰ্যসূচীৰে উদযাপন সীমান্ত মহোৎসৱ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৩০ জানুৱাৰীঃ শোণিতপুৰ আৰু অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলা প্ৰশাসনৰ যৌথ উদ্যোগত দেওবাৰে ভালুকপুংস্থিত লাল বাহাদুৰ শাস্ত্ৰী হাইস্কুলৰ খেলপথাৰত দিনজোৰা কাৰ্যসূচীৰে সীমান্ত মহোৎসৱ অনুষ্ঠিত কৰা হয় । দুয়োখন ৰাজ্যৰ…

তেজপুৰত সংগীতৰ শিক্ষানুষ্ঠান “চিত্ৰলেখা সংগীত বিদ্যালয়” ৰ শুভাৰম্ভ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ২৯ জানুৱাৰী : তেজপুৰৰ নিকটৱৰ্তী বালিপখুৰী তিনিআলি প্ৰাথমিক বিদ্যালয়ত আজি "চিত্ৰলেখা সংগীত বিদ্যালয়" নামকৰণেৰে এখনি সংগীত বিদ্যালয়ৰ শুভাৰম্ভ কৰা হয় । শিশু শিল্পী বিস্মিতা কাশ্যপে এটি বৰগীতেৰে শুভাৰম্ভ কৰা…

শংকৰদেৱ শিশু নিকেতন বাঁহপাতিত সাংস্কৃতিক নন্দন কানন কাৰ্যক্ৰম

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ লখিমপুৰ ২৭ জানুৱাৰীঃ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ অন্তৰ্গত অসম শিশু শিক্ষা সমিতিৰ অধীনস্থ শংকৰদেৱ শিশু নিকেতন বাহপাতি আজাদৰ ২৯ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু গণৰাজ্য দিৱস উপলক্ষে জয়তু ভাৰতী জয়তু জননী শীৰ্ষক সাংস্কৃতিক…

তেজপুৰৰ বাণ থিয়েটাৰত মহিলাৰ “কংসবধ” ভাওনাত আপ্লুত দৰ্শক 

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ২৪ জানুৱাৰী: তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ প্ৰেক্ষাগৃহত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি ভাওনাই কালি নিশা মন্ত্ৰমুগ্ধ কৰিলে দৰ্শকক। অসম শিল্পী কাননৰ ভাওনা সমাৰোহৰ সামৰণি অনুষ্ঠানৰ কালি দিনজোৰা…