Browsing Category
সংস্কৃতি
মাঘ যে আমাৰ ভোগালী মাহ…
দাদুল দেৱকৃষ্ণ বৰুৱা
মাঘ বিহু বুলিলেই কণ দাইটিৰ গা সাতখন আঠখন লাগে! তাহানিৰ মাঘ বিহুৰ ওলহ মালহ আজিকালি নাই যদিও কণ দাইটিয়ে মনৰ জোৰ হেৰুওৱা নাই। দাইটিয়ে বহাগ বিহুত গাঁৱৰ হুঁচৰিযোৰাৰ লগত সহযোগ কৰিবই কৰিব, কাতি বিহুত পথাৰত চাকি দিবই। আৰু…
তেজপুৰত শিক্ষাৰ্থীক পৰম্পৰা আৰু লোকাচাৰ শিকোৱাৰ দৃষ্টান্তমূলক পদক্ষেপ দুখন বিদ্যালয়ৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১৩ জানুৱাৰী : কাইলৈ ভোগালী বিহুৰ উৰুকা। এই উৰুকাতেই পৰম্পৰাগত ভাৱে সমিল মিলেৰে এসাঁজ খোৱাৰ পৰম্পৰা অসমীয়াৰ। উৰুকাৰ দিনটোত ঘৰে ঘৰে ব্যক্তিগত ভাৱে ভোগৰ সামগ্ৰী যোগাৰ কৰিলেও ৰাজহুৱা ভাৱে একেলগে উৰুকাৰ ভোজ খোৱাৰ…
বদুলা সত্ৰৰ ভকতে চাৰিশ বছৰীয়া উৰালত বিহুৰ পিঠাগুৰি খুন্দাত ব্যস্ত
নাৰায়ণপুৰৰ বদুলা সত্ৰতো ভকতসকলে বিহুৰ পিঠা জলপান প্ৰস্তুত কৰাত লাগিছে ৷ চাৰিশ বছৰীয়া উৰালত প্ৰতিটো বিহুত পিঠাগুৰি খুন্দি ভকতসকলে পিঠা-জলপান প্ৰস্তুত কৰি আহিছে ৷ সত্ৰখনত পৰম্পৰা অক্ষুণ্ণ ৰাখি বিহু পালন কৰি অহাৰ লগতে বিহুৰ দিনা নাম-কীৰ্তন,…
গঁড় আৰু ময়ূৰ চৰাই সাজি ভোগালীক আদৰণি (ফটো সংবাদ)
পদূলিত ভোগালী বিহু, শিৱসাগৰ বানমুখ পাতৰ গাঁৱত ভোগালীক আদৰিবলৈ ভেলাঘৰৰ সম্মুখত গঁড় আৰু ময়ূৰ চৰাই সাজি ভোগালীক আদৰণি গাঁৱৰ যুৱ সমাজৰআলোকচিত্ৰ:আব্দুল মতিন , শিৱসাগৰ
তেজপুৰৰ কৌশিকপুৰত ভোগালীৰ উলাহ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১২জানুৱাৰী: তেজপুৰৰ দপৰ্বতীয়াৰ কৌশিকপুৰৰ ৰাইজে এইবাৰ নিৰ্মান কৰিছে ঐতিহাসিক দপৰ্বতীয়াতে থকা গুপ্তযুগৰ এক ঐতিহাসিক সমল শৈলদ্বাৰৰ আৰ্হিৰ এক দৃষ্টিনন্দন বিহুঘৰ৷ উল্লেখযোগ্য যে,সম্প্ৰতি পৰম্পৰাগত বিহুঘৰৰ বিপৰীতে…
লখিমপুৰত ভোগালী মেলাৰ সফল সামৰণি
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ১২জানুৱাৰী: মহিলা আত্মসহায়ক গোটৰ সদস্যা সকলৰ দ্বাৰা উৎপাদিত সামগ্ৰী বিক্ৰী ব্যৱস্থা সুচল কৰি দিয়া লক্ষ্যৰে অসম ৰাজ্যিক গ্ৰামীণ জিৱিকা অভিযান লখিমপুৰ জিলা পৰিচালনা গোটৰ উদ্যোগত অনুষ্ঠিত ভোগালী মেলাৰ আজি সামৰণি…
ভোগালী বিহুলৈ মাজত মাথোঁ তিনিদিন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ,১১ জানুৱাৰীঃ অসম - অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুলৈ মাজত মাথো তিনিটা দিন বাকী। পথাৰৰ সোণগুটি চপাই ভড়ালত থাপি থুপি ৰখাৰ পিছত সেই উকা পথাৰত আকৌ দিন ৰাতি একাকাৰ কৰি ব্যস্ত হৈ পৰিছে গাঁৱৰ ডেকা - বুঢ়া সকল ভেলাঘৰ বা…
তেজপুৰত “অসমী ভোগালী মেলা – ২০২৩” ৰ শুভাৰম্ভ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১০ জানুৱাৰী : অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান মিশ্যনৰ শোণিতপুৰ জিলাৰ উদ্যোগত আজিৰে পৰা তিনিদিনীয়াকৈ তেজপুৰৰ কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত অনুষ্ঠিত হোৱা "অসমী ভোগালী মেলা - ২০২৩" সন্ধিয়া ফিটা…
তেজপুৰত পহিলা জানুৱাৰীৰ “নাটকৰ দিন” উদযাপন
শতাব্দ ষ্টাফ ৰিপটাৰ, তেজপুৰ, ১ জানুৱাৰী : নাটক আমাৰ জীৱন, নাটকেই আমাৰ খাদ্য। সেয়েহে নাটক আমাৰ বাবে জিন্দাবাদ। নাটকখন অবিহনে আমি কোনো ক্ষেত্ৰতে মানসিক প্ৰশান্তি লাভ কৰিব নোৱাৰোঁ বুলি আজি সন্ধিয়া তেজপুৰৰ জে বি প্ৰডাকচনৰ আখৰা গৃহত মন্তব্য কৰে…
কথা, কবিতা, নৃত্য, গীতৰ সুৰেৰে জীপাল সোমদিৰিৰ পাৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১ জানুৱাৰীঃ প্ৰতি বছৰৰ দৰে এইবাৰো কাব্য চৰ্চাৰ অনুষ্ঠান শব্দ আৰু তিনিমহীয়া সাহিত্য আলোচনী চৰৈৱতিৰ উদ্যোগত নৱবর্ষৰ পহিলা দিনটোত লখিমপুৰ নগৰৰ সোমদিৰি নৈৰ ষঠ পূজাৰ ঘাটত অনুষ্ঠিত হয় সুদিনৰ সংকল্প শীৰ্ষক গীত, নৃত্য, কথা,…
