Browsing Category

সংস্কৃতি

ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ বিজয়ী নিচান আৰু ঊষা- চিত্রলেখাৰ দৃশ্য গ্রহণ সমাপ্ত

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,৩০ডিচেম্বৰ: ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ দুটা কালজয়ী গীতৰ দৃশ্য শ্ৰাব্য সঁফুৰা প্ৰথম বাৰৰ বাবে দেখা পোৱা যাব।সম্প্ৰতি দৃশ্য গ্ৰহণ সমাপ্ত হোৱা এই দৃশ্য শ্ৰাব্য সঁফুৰাৰ প্রযোজনা কৰিছে তেজপুৰৰ হৰিবিলাস…

তিনিচুকীয়াত তাই সংস্কৃতি চৰ্চা কেন্দ্ৰৰ পূৰ্ণাংগ অধিৱেশন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৮ ডিচেম্বৰ : তিনিচুকীয়া জিলাৰ শ্ৰীপুৰীয়াস্থিত তাই সংস্কৃতি চৰ্চা কেন্দ্ৰৰ পূৰ্ণাংগ অধিৱেশন আৰু তাই সাংস্কৃতিক সমাৰোহ উপলক্ষে আজি পৰিৱেশ সুৰক্ষা সমিতিৰ উদ্যোগত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা সোঁৱৰণি বৰ্ষজোৰা…

উত্তৰ লখিমপুৰত মিলাদ-উন-নবী উদযাপন

উত্তৰ লখিমপুৰঃ ২৬ ডিচেম্বৰঃ উত্তৰ লখিমপুৰ কেন্দ্ৰীয় ঈদগাহ সমিতিৰ উদ্যোগত আৰু চহৰৰ ৮ টা মছজিদ পৰিচালনা সমিতিৰ সহযোগত উত্তৰ লখিমপুৰৰ কেন্দ্ৰীয় ঈদগাহত ২৪ আৰু ২৫ ডিচেম্বৰত হজৰত মহম্মদৰ জন্মদিৱস ঈদ মিলাদুন নবী কেন্দ্ৰীয়ভাৱে পালন কৰা হয়।…

জামুগুৰিহাটত ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনা মহোৎসৱ উদযাপনৰ প্ৰস্তুতি  আৰম্ভ

জামুগুৰিহাট, ১৫ ডিচেম্বৰঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ পকামূৰা পথাৰত ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনা মহোৎসৱ উদযাপনৰ বাবে ব্যাপক প্ৰস্ততি আৰম্ভ হৈছে ৷ ভাওনাথলিৰ ভূমি উন্নয়ণৰ কাম কালি শোণিতপুৰ জিলা উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই  শুভাৰম্ভ কৰাৰ পিছত…

জনগোষ্ঠীয় কৃষ্টি-সংস্কৃতিৰে উজ্জীৱিত যুগল উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদ

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৫ ডিচেম্বৰ : বিহু, বাগৰুম্বা, ঝমুৰ, চাওতালী, তিৱা আদি নৃত্যই সকলোকে মুগ্ধ কৰি তোলাৰ সময়তে ছাত্ৰ-ছাত্ৰীৰ গায়ন-বায়ন আৰু সত্ৰীয়া সংস্কৃতিৰ দল দুটাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে৷ সেইদৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনুপম…

বিহু সুৰক্ষা সমিতি অসমৰ লখিমপুৰ জিলা শাখাৰ অধিবেশন সম্পন্ন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৪ ডিচেম্বৰঃ বিহু সুৰক্ষা সমিতি অসমৰ লখিমপুৰ জিলা শাখাৰ ষষ্ঠ দ্বি-বাৰ্ষিক অধিবেশনখন বামুণ দলনি ৰঙানদী সাংস্কৃতিক প্ৰকল্গত দুদিনীয়া কাৰ্যসূচীৰে ৩ আৰু ৪ডিচেম্বৰত অনুস্থিত হৈ যায় । প্ৰথম দিনা কাৰ্যসূচী মতে পুৱা গছ-পুলি…

বিশিষ্ট শিক্ষাবিদ অধ্যাপক কিশোৰী মোহন পাঠক আৰু সংস্কৃতিবিদ অধ্যাপক বীৰেন্দ্ৰনাথ দত্তলৈ বিশেষ…

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৫ নৱেম্বৰ : তেজপুৰ বিশ্ববিদ্যালয়ে অসমৰ সাহিত্য-সংস্কৃতি-শৈক্ষিক জগতলৈ অসামান্য অৱদান আগবঢ়োৱা বিশিষ্ট ব্যক্তিসকললৈ তেওঁলোকৰ জীৱনজোৰা অৱদানৰ স্বীকৃতি স্বৰূপে সম্বৰ্ধনা জ্ঞাপনৰ এলানি বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছে৷ যি…

লাচিত দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে পানীগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চুটি নাট মঞ্চস্থ

উত্তৰ লখিমপুৰ, ২৩ নৱেম্বৰঃ পানীগাওঁ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লাচিত দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচীৰ লগতে চুটি নাট 'মাতে পকা ধানে ৰিঙিয়াই' মঞ্চস্থ কৰা হয়। অসমীয়া শিপিনীৰ গামোচা, পথাৰৰ সোণগুটি আদি কেইবাটাও দিশৰ ওপৰত ৰচিত নাটখনৰ ৰচনা আৰু…

সমন্বয়ৰ বাৰ্তা বিলাই জামুগুৰিহাটৰ হাটিঙা বিজয়পথাৰ সাৰ্বজনীন ৰাস মহোৎসৱৰ সামৰণি 

জামুগুৰিহাট : ১৮ নবেম্বৰঃ ৰং বিৰঙৰ আলোকসজ্জাৰ সমাহাৰৰে সাইলাখ বৃন্দাবন সদৃশ পৰিবেশৰ মাজত কালি নিশা সামৰণি পৰিল শোণিতপুৰ জিলাৰ নামঘৰনগৰী জামুগুৰিহাটৰ উত্তৰ অঞ্চলৰ ৪৯ তম হাটিঙা বিজয়পথাৰ সাৰ্ব্বজনীন ৰাস মহোৎসৱৰ। উক্ত ৰাস মহোৎসৱৰ মহাৰাসৰ শুভ…

জামুগুৰিহাটৰ ৰাসত ৰাধাৰ চৰিত্ৰত অভিনয় জনপ্ৰিয় অভিনেত্ৰী মেঘৰঞ্জনী মেধিৰ

জামুগুৰিহাট, ৯ নৱেম্বৰঃ কৃষ্টি-সংস্কৃতিৰ সাৰুৱা ভূমি তথা নামঘৰ নগৰী খ্যাত জামুগুৰিহাটত এতিয়া ৰাস মহোৎসৱত লোকাৰণ্য পৰিবেশ । চন্দ্ৰমাৰ পোহৰ ৰং বিৰঙৰ লাইটৰ সমাহাৰে সাইলাখ বৃন্দাবন সদৃশ পৰিবেশৰ মাজত অনুষ্ঠিত হৈছে ইখনৰ পিছত সিখন ৰাস মহোৎসৱ ।…