Browsing Category

সংস্কৃতি

তেজপুৰত “কৃষ্ণ অমৃত কথা” ই মুগ্ধ কৰিলে কেবাশ দৰ্শকক

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৭ নবেম্বৰঃ বৈষ্ণৱ সংস্কৃতিৰ অন্যতম নিদৰ্শন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি ৰাস ভাওনাৰ বাবে আজিৰে পৰা বিভিন্ন ৰাস মহোৎসৱ উদযাপন সমিতিয়ে বৰ্ণাঢ্য কাৰ্যসূচী হাতত লৈছে। শ্ৰীকৃষ্ণৰ ৰাস যাত্ৰাৰ এনে আয়োজনৰ মাজতে…

তেজপুৰত “কামৰূপীয় সনাতন ধৰ্ম মণ্ডলী” ১০৮ সংখ্যক প্ৰতিষ্ঠা দিৱস

পূৰ্বজ সকলৰ নিষ্ঠা - একাগ্ৰতাৰে বৰ্তমান প্ৰজন্মক অগ্ৰসৰ হ'বলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° বীৰেন দাসৰ জিলা উন্নয়ন আয়ুক্ত উৎপল বৰাই উদ্বোধন কৰিলে চৰকাৰৰ "দৰ্শন আঁচনি" ৰ নৱনিৰ্মিত "যাত্ৰী নিবাস" শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২…

দুই নৱেম্বৰঃ ৭৯সংখ্যক  ওপজাদিনতো নাট উপহাৰ ঐশ্বৰ্য কাকতিৰ

তেজপুৰৰ পৰা মনোজ কুমাৰ শইকীয়া, ১নৱেম্বৰ: তেজপুৰ তথা ৰাজ্যখনৰ এগৰাকী প্ৰবীন অভিনেতা,পৰিচালক তথা নাট্যকাৰ ঐশ্বৰ্য কাকতিয়ে দুই নৱেম্বৰত সম্পূৰ্ণ কৰিব জীৱনৰ ৭৯টা বছৰ৷১৯৪৩ৰ দুই নৱেম্বৰত পিতৃৰ কৰ্মস্থলী তিনিচুকীয়াৰ ৰাজআলি চাহ বাগিচাত জন্ম গ্ৰহণ…

তিনিচুকীয়াত দশমবাৰৰ বাবে মণিকাঞ্চনৰ ভাওনা সমাৰোহ : আয়োজন গ্ৰন্থমেলা, আলোচনাসত্ৰৰো

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৩১ অক্টোবৰ : তিনিচুকীয়াৰ অগ্ৰণী সামাজিক, সাংস্কৃতিক অনুষ্ঠান 'মণিকাঞ্চন সাংস্কৃতিক মঞ্চ'ৰ উদ্যোগত এইবাৰ সদৌ অসম ভিত্তিত দশম বার্ষিক আমন্ত্রণমূলক ভাওনা সমাৰোহ ৩ ডিচেম্বৰৰ পৰা বিস্তৃত কাৰ্য্যসূচীৰে ৯ দিনীয়াকৈ…

তেজপুৰত নিপন গোস্বামী আৰু নীলপৱন বৰুৱা বিশেষ শ্ৰদ্ধাঞ্জলি

শতাব্দ প্ৰতিনিধি তেজপুৰ , ৩১ অক্টোবৰ : অসমৰ মঞ্চ আৰু বোলছবি জগতৰ অপ্ৰতিদ্বন্দ্বী মহানায়ক তথা তেজপুৰৰ সুযোগ্য সন্তান সদ্যপ্ৰয়াত নিপন গোস্বামী আৰু ৰংতুলিকাৰ মহীৰূহ, অতুলনীয় ত্যাগ আৰু প্ৰেমৰ অনন্য প্ৰতিভূস্বৰূপ প্ৰথিতযশা চিত্ৰ শিল্পী নীলপৱন…

গুণাকৰ দেৱগোস্বামীক “হেমন্ত কুমাৰ বৰুৱা সোঁৱৰণী যুৱ বঁটা” প্ৰদান

সোঁৱৰণী গ্ৰন্থ - "সব্যসাচী" উন্মোচন অকতোভয় মানবীয় প্ৰমূল্যবোধৰ চানেকি হেমন্ত কুমাৰ বৰুৱাক চিৰস্মৰণীয় কৰি ৰখাৰ পদক্ষেপ প্ৰশংসনীয় - গুণাকৰ দেৱগোস্বামী হেমন্ত কুমাৰ বৰুৱা তেজপুৰৰে নহয় ৰাজ্যখনৰে সম্পদ আছিল - পল্লৱ লোচন দাস হেমন্ত কুমাৰ…

অসমৰ সাম্প্ৰতিক ধৰ্মীয় অসহিষ্ণুতাত ক্ষোভ প্ৰকাশ দেৱালয় সংঘ সহ তিনি সংগঠনৰ

শতাব্দ প্ৰতিনিধি,তেজপুৰ, ২৯ অক্টোবৰঃ অসমত আজি কিছুদিনৰ পৰা আৰম্ভ হোৱা ধৰ্মীয় অসহিষ্ণুতা আৰু এটা পন্থাই অন্য পন্থাক হেয় প্ৰতিপন্ন কৰিব বিচৰা কাৰ্যত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে সদৌ অসম দেৱালয় সংঘৰ লগতে মহাপুৰুষ শ্ৰীমৎ দেৱদামোদৰ সংঘ আৰু অসম বৈদিক…

তিনিচুকীয়াত নিপন গোস্বামী, নীলপৱন বৰুৱালৈ শ্ৰদ্ধাঞ্জলি

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৮ অক্টোবৰ : তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত তথা তিনিচুকীয়াৰ অন্যান্য সামাজিক, সাংস্কৃতিক অনুষ্ঠানৰ সহযোগত আজি সন্ধিয়া চিৰসেউজ অভিনেতা নিপন গোস্বামী আৰু প্ৰখ্যাত চিত্ৰশিল্পী নীলপৱন বৰুৱালৈ একাঁজলি…

তেজপুৰত নটসূৰ্য্যৰ ওপজা দিনত সমাধিত আকৰ্ষণীয় “স্মৃতি সৌধ” উদ্বোধন

তেজপুৰীয়া ৰাইজৰ দীৰ্ঘদিনীয়া প্ৰতীক্ষাৰ অন্তত পৰিয়ালৰ কৃতজ্ঞতা শোণিতপুৰ জিলা প্ৰশাসনক ফণী শৰ্মাক জীৱনে নাটক দিছিল আৰু ফণী শৰ্মাই নাটকক জীৱন দিছিল - ঐশ্বৰ্য্য কাকতি এগৰাকী দক্ষ চলচ্চিত্ৰ অভিনেতা আৰু ফুটবল খেলুৱৈ ফণী শৰ্মাকো বিশেষ ভাবে…

লখিমপুৰত ভোৰতাল, দেওধনিৰ চাৰিদিনীয়া প্ৰশিক্ষণ

উত্তৰ লখিমপুৰ , ২৬ অক্টোবৰ : লখিমপুৰ সত্ৰীয়া সঙ্গীত বিদ্যালয়ে ভোৰতাল আৰু দেওধনি নৃত্যৰ সকলোৰে বাবে মুকলি চাৰিদিনীয়া এটি বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে। আনহাতে নতুন শিক্ষাবৰ্ষত এটি নতুন শাখা শ্ৰেণীৰ মুকলি কৰিছে বিদ্যালয়খনিয়ে। সত্ৰীয়া…