Browsing Category
সংস্কৃতি
বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ দেহাৱসান
গুৱাহাটী, ২২ অক্টোবৰ : বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, বিজ্ঞান-প্ৰযুক্তিবিদ্যা আৰু তথ্য-প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্তই। আজি এক শোকবাৰ্তাত মন্ত্ৰী মহন্তই…
ওপজা দিনত নিজে গঢ়ি তোলা অনুষ্ঠানক সভাকক্ষ প্ৰদান কৰি বদান্যতাৰ পৰিচয় বিশিষ্ট লেখিকা –…
শতাব্দ প্ৰতিনিধি, তেজপুৰ অক্টোবৰ , ২১ অক্টোবৰ : বিশিষ্ট শিক্ষাবিদ, শিশু সাহিত্যিক, লেখিকা ড° স্বাধীনতা মহন্তৰ ৭২ সংখ্যক ওপজা দিনত লেখিকা গৰাকীয়ে বদান্যতাৰ পৰিচয় দি নিজে গঢ় দিয়া তেজপুৰৰ সামাজিক - সংস্কৃতিক আৰু সাহিত্যৰ অনুষ্ঠান "সুদৰ্শন…
তুলসীৰ তলে মৃগ পহু চৰে… ( ফটো সংবাদ)
আজি সন্ধিয়া অসমীয়া ৰাইজে তুলসীৰ তলত চাকি জ্বলাই কাতি বিহু পালন কৰে।
“ভূপেন হাজৰিকা কলাভূমি” ত সুৰীয়া আৰু সাংগীতিক অনুষ্ঠান “আমি একেখন নাৱৰে…
শতাব্দ প্ৰতিনিধি তেজপুৰ , ১৬ অক্টোবৰ :শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু তেজপুৰৰ নিকটৱৰ্তী মিলনপুৰৰ "মাধৱদেৱ কলা নিকেতন" ৰ সহযোগত তেজপুৰৰ "ভূপেন হাজৰিকা কলাভূমি" ত অহা ৫ নবেম্বৰত সুধাকণ্ঠ, বিশ্ববন্দিত তথা ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকা মৃত্যু…
তেজপুৰত মাংগলিক পৰিৱেশত ৰাসোৎসৱৰ নাটমেলা
পৰম্পৰাগত ভাবে লক্ষ্মী পূজাৰ নিশা "কেলী গোপাল" নাটৰ শুভাৰম্ভণি ঐতিহ্যমণ্ডিত মিলন বাকৰি আৰু বিহগুৰি কলিতা গাওঁ আঞ্চলিক ৰাসোৎসৱৰ
শতাব্দ প্ৰতিনিধি তেজপুৰ,১০অক্টোবৰঃ "শৰৎ কালৰ ৰাত্ৰি অতি বিতোপন /ৰাস ক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈল মন" পুনৰ সন্মুখত আহি…
সাধনাৰ স্থলী তেজপুৰত বিশ্ব বৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ ৯৬ সংখ্যক ওপজা দিনৰ স্মৰণ
শতাব্দ প্ৰতিনিধি, তেজপুৰ , ৮ ছেপ্টেম্বৰ : অসম আৰু অসমীয়াৰ প্ৰাণৰ আপোন শিল্পী, বিশ্ব বৰেণ্য, সুধাকণ্ঠ, ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ ৯৬ সংখ্যক ওপজা দিনটোৰ পুৱাই আজি তেজপুৰৰ ভূপেন হাজৰিকা কলাভূমিত গীত-কথাৰে ওপজা দিনৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে…
জামুগুৰিহাটৰ বৰপুখুৰীপাৰ মুকলি বিহু ক্ষেত্ৰ উন্নয়নৰ বাবে পঞ্চাশ লাখ টকাৰ আধাৰশিলা বিধায়ক পদ্ম…
জামুগুৰিহাট: ১ ছেপ্টেম্বৰঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বৰপুখুৰী পাৰ মুকলি বিহু পথাৰৰ আন্তঃগাঁথনিৰ উন্নয়ন আৰু এখন শিশু উদ্যান নিৰ্মাণৰ উদ্দেশ্যেৰে আজি আধাৰশিলা স্থাপন কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷ প্ৰায় ৫০ লাখ টকা…
জামুগুৰিহাটৰ পাতলৰচুকত ২৬৭ বছৰীয়া গৌৰৱোজ্জ্বল বোকাখচা ভাওনা
জামুগুৰিহাট, ২১ আগষ্টঃ ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষ্যে শুকুৰবাৰে নিশাৰ ভাগলৈকে হাজাৰ হাজাৰ বন্তিৰ পোহৰৰে আলোকিত হৈ থাকিল জামুগুৰিহাটৰ পাতলৰচুক গাঁওৰ নামঘৰ চৌহদ । দিনৰ ভাগত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তিপ্ৰাণ ৰাইজে শৰাই শলিতা…
ডুবাইত জিলিকিল তেজপুৰৰ নৃত্য শিল্পী ৰুবি বৰা বৰদলৈ দলে
শতাব্দ প্ৰতিনিধি তেজপুৰ ২০ আগষ্টঃ দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ইণ্টাৰনেশ্বনেল কালচাৰেল কনক্লেভ নামৰ অনুষ্ঠানটিয়ে সুদূৰ ডুবাইত আয়োজন কৰা এক সাংস্কৃতিক সমাৰোহত তেজপুৰৰ দলে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷ ডুবাইৰ ম’ল অব…
তেজপুৰৰ সত্ৰ-নামঘৰত ভাদমাহৰ ভক্তিৰসৰ অনন্য পৰিৱেশ
শতাব্দ প্ৰতিনিধি তেজপুৰ , ১৮ আগষ্ট: ৰাজ্যৰ জাতীয় জীৱনৰে সংপৃক্ত সত্ৰ-নামঘৰ সমূহত ভাদ মাহ উপলক্ষে আৰম্ভ হোৱা নাম প্ৰসংগ, হৰিনাম, কীৰ্ত্তনৰ অনন্য পৰিৱেশত ডুব গৈছে তেজপুৰৰো সকলো সত্ৰ নামঘৰ৷ আয়তী - নামতি আৰু ভকত - বৈষ্ণৱৰ এবুকু আবেগ জড়িত থকা…
