Browsing Category

সংস্কৃতি

তেজপুৰৰ সত্ৰ-নামঘৰত ভাদমাহৰ ভক্তিৰসৰ অনন্য পৰিৱেশ

শতাব্দ প্ৰতিনিধি তেজপুৰ , ১৮ আগষ্ট: ৰাজ্যৰ জাতীয় জীৱনৰে সংপৃক্ত সত্ৰ-নামঘৰ সমূহত ভাদ মাহ উপলক্ষে আৰম্ভ হোৱা নাম প্ৰসংগ, হৰিনাম, কীৰ্ত্তনৰ অনন্য পৰিৱেশত ডুব গৈছে তেজপুৰৰো সকলো সত্ৰ নামঘৰ৷ আয়তী - নামতি আৰু ভকত - বৈষ্ণৱৰ এবুকু আবেগ জড়িত থকা…

বগীনদীত এখন ৰভাৰ তলত বহিল ২৭৬ জোৰা দৰা-কইনা

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ১৬ আগষ্টঃ আজি লখিমপুৰৰ বগীনদীত একেখন ৰভাৰ তলত বিবাহত বহিল ২৭৬ জোৰা দৰা-কইনা৷ পূৰ্বতে অ-সামাজিক ব্যৱস্থাৰে বিয়া হোৱা দৰা-কইনা সকলে এইবাৰ সংস্কাৰ বিবাহেৰে আনুষ্ঠানিক স্বীকৃতি লাভ কৰে৷ আজি লখিমপুৰ জিলা বিবাহ সংস্কাৰ…

তেজপুৰৰ প্ৰবীণ নৃত্যশিল্পী, বিষ্ণুপ্ৰসাদ ৰাভা বঁটা প্ৰাপক শান্তি শংকৰ দাসগুপ্তৰ পৰলোকপ্ৰাপ্তি

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৩ আগষ্ট : পঞ্চাশৰ পৰা ৭০ দশকলৈ তেজপুৰৰ শিল্পকলা ক্ষেত্ৰখনৰ এগৰাকী প্ৰসিদ্ধ কথক আৰু শাস্ত্ৰীয় নৃত্যৰ শিল্পী হিচাপে সকলো প্ৰান্ততে সমাদৃত হোৱা অসমৰ "গোপী কিষণ" হিচাপে পৰিচিত তথা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সান্নিধ্য…

ডাঃ অমৰেন্দ্ৰ গগৈলৈ “বিহু প্ৰজ্ঞা” বঁটা আৰু ড° অনিল শ‌ইকীয়ালৈ “বিহু…

শতাব্দ প্ৰতিনিধি তেজপুৰ,১০আগষ্ট: বিহু কৃষ্টি পৰিষদ, অসমৰ "বিহু প্ৰজ্ঞা" বঁটা লোক-সংস্কৃতিৰ গৱেষক ডাঃ অমৰেন্দ্ৰ গগৈ আৰু "বিহু মহীয়ান" বঁটা শিক্ষাবিদ, লোক সংস্কৃতিৰ সাধক ড° অনিল শইকীয়ালৈ আগবঢ়োৱাৰ বিষয়ে আজি ঘোষণা কৰা হৈছে ৷যোৱা সাত…

জামুগুৰিহাটৰ ১৩ বছৰীয়া মুখা শিল্পী নিশান্ত বৰুৱা

জামুগুৰিহাট : ৬ আগষ্টঃ  এগৰাকী ১৩ বছৰীয়া মুখা শিল্পী । শিল্পীগৰাকীৰ নাম নিশান্ত বৰুৱা । শিল্পীগৰাকীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে ভগৱান নৰসিংহ, বিষ্ণুৰ লগতে বিভিন্ন ভাওনাত ব্যৱহৃত মুখা । অতি কম বয়সতে শিল্পী নিশান্তৰ এনে প্ৰতিভাই এতিয়া সকলোৰে…

আয়তীৰ উৰুলি- জাত-জাত বিয়া নামৰ মাজতে ৫৮৮ জোৰা দৰা-কইনাৰ বিবাহ সম্পন্ন

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ৩ আগষ্টঃ এখন নহয় দুখন নহয়, আজি লখিমপুৰত একেলগে সম্পন্ন হয় ৫৮৮ জোৰা দম্পতীৰ সমূহীয়া বিবাহ ।সেয়ে আজি পুৱাৰে পৰা উদুলি মুদুলি হৈ পৰে লখিমপুৰ চহৰৰ ত্যাগ ক্ষেত্ৰৰ বাকৰি । হোম যজ্ঞ আৰু বিধি পাঠৰ ধ্বনিত মুখৰিত হল ত্যাগ…

ৰাজ্যৰ প্ৰথমখন সংগীত শিক্ষানুষ্ঠান তেজপুৰৰ জ্যোতি কলা কেন্দ্ৰ সংগীত মহাবিদ্যালয়ৰ বাৰ্ষিক সাংস্কৃতিক…

শতাব্দ প্ৰতিনিধি তেজপুৰ , ২৫ জুলাই : ৰাজ্যৰ ভিতৰতে প্ৰথমখন সংগীত বিদ্যালয় হিচাপে ১৯৪০ত তেজপুৰত স্থাপিত তথা বৰ্তমান জ্যোতি কলাকেন্দ্ৰ নামৰে পৰিচিত সংগীত মহাবিদ্যালয়খনৰ কালি সন্ধিয়া অনুষ্ঠিত হৈ যায় বাৰ্ষিক সাংস্কৃতিক সমাৰোহ।উল্লেখযোগ্য যে,…

শোণিতপুৰ শিল্পী সমাজৰ হেমন্ত কুমাৰ বৰুৱা সোঁৱৰণী বাৰ্ষিক প্ৰতিযোগিতাত বৰ্ণিলসাংস্কৃতিক অনুষ্ঠান

বঁটা বিতৰণী আৰু সম্বৰ্ধনা অনুষ্ঠানত দৃষ্টিনন্দন নৃত্য আৰু সুৰীয়া গীতেৰে জীপাল হ'ল বাণ থিয়েটাৰৰ মঞ্চ। প্ৰবীণ কন্ঠশিল্পী অজিৎ দাস আৰু ৰুণজুন ফুকনক সম্বৰ্ধনা শতাব্দ প্ৰতিনিধি তেজপুৰ , ১১ জুলাই :শোণিতপুৰ শিল্পী সমাজে তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ…

সদৌ অসম ভিত্তিক সংগীত প্ৰতিযোগিতাৰ শুভাৰম্ভ

 "শোণিতপুৰ শিল্পী সমাজ" ২১ সংখ্যক হেমন্ত কুমাৰ বৰুৱা সোঁৱৰণী বাৰ্ষিক সাংস্কৃতিক - সাহিত্য প্ৰতিযোগিতাৰ প্ৰথম দিনটোতে স্মৰণ প্ৰতিষ্ঠা কালৰ কাণ্ডাৰী গৰাকীক শোণিতপুৰ শিল্পী সমাজৰ প্ৰয়াত বিষয়ববীয়াক স্মৃতি তৰ্পনেৰে সোঁৱৰণ হেমন্ত কুমাৰ বৰুৱাৰ…