Browsing Category
সংস্কৃতি
২০২৩ চনত জামুগুৰিহাটত বাৰেচহৰীয়া ভাওনাঃ উদযাপন সমিতিসহ ২৫ খন উপ সমিতি গঠন
জামুগুৰিহাট: ২৬ জুনঃ দেশৰ একক বৃহৎ সামাজিক সাংস্কৃতিক অনুষ্ঠান হিচাপে পৰিচিত ঐতিহ্যমণ্ডিত জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনা মহোৎসৱ এইবেলি ২০২৩ বৰ্ষৰ মাৰ্চত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত কৰা হৈছে । এই উদ্দেশ্যৰে জামুগুৰিহাটৰ বৰভগীয়া গাঁৱৰ নামঘৰ…
ডিব্ৰুগড়ত বিষ্ণু ৰাভা দিৱসত ১১ জনক ৰাজ্যিক আৰু ৩ জনলৈ ৰাষ্ট্ৰীয় বঁটা
বিষ্ণু ৰাভা বঁটাৰে সন্মানিত প্ৰবীণ চিত্ৰশিল্পী চন্দ্ৰকমল গগৈ আৰু নৃত্য পটীয়সী শাৰদী শইকীয়া
শতাব্দ প্ৰতিনিধি, ডিব্ৰুগড়, ২০ জুনঃ সৈনিক শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫৩ সংখ্যক মৃত্যুবাৰ্ষিকীৰ উপলক্ষে চৌকিডিঙ্গি খেলপথাৰত অনুষ্ঠিত হয়…
সৈনিক শিল্পী বিঞ্চু প্ৰসাদ ৰাভাৰ বন্দনাৰে মুখৰিত ঊষাৰ নগৰী তেজপুৰ
গীতে-মাতে, কবিতা-নৃত্যৰে সমন্বয় ক্ষেত্ৰ,সাহিত্য সভা,নাট্যসন্মিলন,নটৰাজম কলা মন্দিৰ, জিলা কবি সন্মিলনকে ধৰি বিভিন্ন অনুষ্ঠানত কলাগুৰুক স্মৰণমনোজ কুমাৰ শইকীয়া, তেজপুৰ , ২০ জুন :
সৈনিক শিল্পী বিষ্ণু প্ৰসাদ ৰাভাৰ ৫৩ সংখ্যক স্মৃতিদিৱসৰ…
বিষ্ণু ৰাভা বঁটাকে ধৰি একাধিক চৰকাৰী বঁটাৰ প্ৰাপকৰ নাম ঘোষণা
'বিষ্ণু ৰাভা বঁটা' প্ৰাপক নৃত্য-পটিয়সী শাৰদী শইকীয়া আৰু চিত্ৰ-শিল্পী চন্দ্ৰকমল গগৈ
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৮ জুনঃ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ ২০২১ বৰ্ষৰ ৩টা ৰাষ্ট্ৰীয় আৰু ৯টা ৰাজ্যিক বঁটা ঘোষণা কৰা হৈছে। ইয়াৰ লগতে ঘোষণা কৰা…
ৰূপকোঁৱৰৰ ওপজা দিনঃ তেজপুৰৰ ঐতিহাসিক “পকী” গীতে মাতে মুখৰিত
শতাব্দ প্ৰতিনিধি, তেজপুৰ ১৭ জুন: ৰূপান্তৰৰ শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ১১৮ সংখ্যক ওপজা দিনটোত আজি ৰূপকোঁৱৰ গৰাকীৰ পৈতৃক গৃহ তেজপুৰৰ ঐতিহাসিক "পকী" ৰ প্ৰাংগন গীতে মাতে মুখৰিত হৈ পৰে।উল্লেখ্য যে, প্ৰতিকুল বতৰৰ মাজতে আজি অসম চৰকাৰৰ…
অম্বুবাচীঃ নিবৃত্তিৰ পাছত ভি আই পিৰ বাবে নাথাকিব বিশেষ দৰ্শনৰ অনুমতি
২২ জুনৰ পৰা ২৫ জুনলৈ শক্তিপীঠ মা কামাখ্যা ধামত অম্বুবাচী মেলা। অম্বুবাচী মেলাৰ বিভিন্ন দিশ তদাৰক মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ। মাছখোৱাৰ পুৰণি জেইল চৌহদ, কামাখ্যা ষ্টেচন, বড়িপাৰা খেলপথাৰ আৰু পুৰণি মালিগাঁও ষ্টেচন চৌহদত অম্বুবাচী উপলক্ষে মা…
অম্বুবাচীত এইবাৰ নাথাকিব মেলা সদৃশ পৰিৱেশ
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৬ জুনঃ ক'ভিড মহামাৰীৰ দুবছৰীয়া বিভীষিকাৰ পাছত বিশ্বপ্ৰসিদ্ধ অম্বুবাচী মেলাৰ বাবে সাজু হৈছে নীলাচল পাহাৰ। ২২ জুনৰ পৰা মা কামাখ্যা মন্দিৰত আৰম্ভ হ’ব অম্বুবাচী মেলা। ২২জুনৰ সন্ধিয়া ৮.১৫ মিনিটত ভক্তৰ বাবে বন্ধ হ’ব মা…
যোৰহাটত কৰ্মযোগী মুখ্যেশ্বৰ শইকীয়াৰ স্মাৰক বক্তৃতা
শতাব্দ প্ৰতিনিধি, যোৰহাট, ১৬ মে' : "অসমীয়া জাতিৰ জনক মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ মানৱ কল্যাণৰ সপোন বাস্তৱত ৰূপায়ণ কৰিবলৈ শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘক জগত সভাত প্ৰতিষ্ঠা কৰাত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ অনবদ্য অৱদান আগবঢ়াইছিল । এই…
ফাটবিহুতলী সংস্কৃতিৰ ভূস্বৰ্গঃ নিৰঞ্জন গোস্বামী
ফাটবিহুতলী সংস্কৃতিৰ ভূস্বৰ্গ- নিৰঞ্জন গোস্বামীঃ ফাটবিহুলৈ প্ৰতি বছৰে ২৫ লাখ টকাৰ অনুদান চৰকাৰঃ ঢকুৱাখনাবাসীয়ে স্বাৱলম্বিতা আৰু কৰ্মসংস্কৃতিৰে অণুকৰণীয় আদৰ্শ দেখুৱাইছে - অভিনেতা প্ৰাঞ্জল শইকীয়া
ঢকুৱাখনা,১৫ মে': মই এমাহ ছুটী লৈ অসমৰ…
ঢোলৰ গুমগুমনিৰে ম’হঘুলি চাপৰিত ফাটবিহু আৰম্ভ
শতাব্দ প্ৰতিবেদক, ১৩ মেঃ ঢোলে গুমগুমাইছে ফাটবিহুতলীত। আজিৰ পুৱাৰে পৰা প্ৰতিকূল বতৰকো নেওচি ফাটবিহু তলীলৈ হিলদল ভাঙি ওলাই আহিছে তিনি কুৰিৰো অধিক বিহুদল আৰু হাজাৰ হাজাৰ বিহুপ্ৰমী । দুদিন ধৰি অব্যাহত থকা নেৰানেপেৰা বৰষুণেও ম্লান কৰিব পৰা নাই…
