Browsing Category
সংস্কৃতি
অসম নাট্য সন্মিলনৰ ৬২ সংখ্যক তেজপুৰ কেন্দ্ৰীয় অধিৱেশনক লৈ ব্য়াপক প্ৰস্তুতি
কৰ্ণধাৰ সমিতিৰে ২৬ খন উপ সমিতিৰ সভাপতি - সম্পাদকৰ বৈঠক
মূল মণ্ডপ উৎসৰ্গিত হ'ব জ্যোতি - বিষ্ণুৰ সোঁৱৰণত - মূল মঞ্চ হ'ব নটসূৰ্য্যৰ সোঁৱৰণত
চাৰি নাট্য সন্ধিয়া উৎসৰ্গিত হ'ব প্ৰয়াত নট সৈনিকৰ সোঁৱৰণত
গ্ৰন্থমেলা, প্ৰদৰ্শনী, নাট…
তিনিচুকীয়াত সাংস্কৃতিক মহাসংগ্ৰামৰ প্ৰস্তুতি সন্দৰ্ভত আলোচনা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২২ ছেপ্তেম্বৰ : ৰাজ্যৰ তৃণমূল পৰ্যায়ৰ সাংস্কৃতিক প্ৰতিভাসমূহক উজ্বলাই তোলাৰ লক্ষ্যৰে চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আয়োজন কৰা হৈছে অসম সাংস্কৃতিক মহাসংগ্ৰাম ২০২৩-২৪ ৷ তিনিচুকীয়া জিলাতো এই…
বাঁহবাৰীত চতুৰ্দশ বাৰ্ষিক কৰম উৎসৱ
শতাব্দ ষ্টাফ ৰিপ'টাৰ ১৭ছেপ্টেম্বৰ: ভাদ মাহৰ একাদশীত উদযাপন কৰা হয় অসম চাহ জনগোষ্ঠীসকলৰ কৰম উৎসৱ।এই উৎসৱে জনজাতীয় লোকসকলৰ পৰম্পৰাত এক বিশেষ গুৰুত্ব বহন কৰে । আজিৰ দিনটোতেই চাহ জনজাতীয় পুৰুষ আৰু মহিলাসকলে একেলগে কৰম দেৱতাৰ উপাসনা কৰে ।…
তেজপুৰৰ ঐতিহ্যমণ্ডিত মিলনবাকৰি ৰাস মহোৎসৱৰ মহাৰজত জয়ন্তীৰ শুভাৰম্ভণি
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ, ৬ ছেপ্তেম্বৰ : তেজপুৰৰ ৮৫ বছৰীয়া বিশিষ্ট ভাওনা শিল্পী ললিত শৰ্মাই আজি শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ দিনটোত তেজপুৰৰ ঐতিহ্যমণ্ডিত মিলনবাকৰি ৰাস মহোৎসৱৰ প্ৰাকৃতিক মণ্ডপৰ মাজত যথেষ্ট সংখ্যক ভকত বৈষ্ণৱ, আয়তী আৰু বিশিষ্ট…
প্ৰবীন নাট্য শিল্পী পবিন শৰ্মাক জীৱনজোৰা নাট্য সাধনা বঁটা প্ৰদান ( ফটো সংবাদ)
নলবাৰীত ভবেন বৰুৱা সদৌ অসম শিশু নাট প্ৰতিযোগিতা আৰম্ভণিৰ দিনা প্ৰবীন নাট্য শিল্পী পবিন শৰ্মাক জীৱনজোৰা নাট্য সাধনা বঁটা প্ৰদান কৰা হয়।
গোৱালপাৰাৰ মঘো গাঁৱত পামচু মহোৎসৱ আৰম্ভ
গোৱালপাৰা,৩০ আগষ্ট: ৰাভা লোক-সংস্কৃতিত পৰম্পৰাভাবে ব্যৱহৃত হৈ অহা এবিধ গছ-- পামচু। এই গছজোপাত ৰঙাবৰণৰ ফুল ফুলে।মৃতকৰ আত্মাৰ চিৰ শান্তিৰ বাবে এইবিধ গছজোপাৰ নামেৰে গীত পৰিবেশন কৰা হয়। সেই পৰম্পৰাকে উজ্জ্বীৱিত কৰি ভাৰত চৰকাৰৰ সাংস্কৃতিক…
উত্তৰ লখিমপুৰ নগৰত শংকৰদেৱৰ ৫৭৫ সংখ্যক জন্মজয়ন্তী
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৮ আগষ্টঃ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে উত্তৰ লখিমপুৰ নগৰৰ পশ্চিমাঞ্চলতো বিগত বৰ্ষসমূহৰ দৰে এইবাৰো মহাপুৰুষ৷ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক জন্মজয়ন্তীৰ আয়োজন কৰিছে৷ তদুপলক্ষে অহা ২৪-২৫ ছেপ্তেম্বৰত বিজয় নগৰ নামঘৰত…
তেজপুৰৰ বাণ থিয়েটাৰত একুৰি প্ৰয়াত নাট্যশিল্পীলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি
পুনৰুজ্জীৱিত হ'ল ১৯৭৩ চনত গঢ় লোৱা "সৰগম সাংস্কৃতিক গোষ্ঠী"
আধুনিক নাট্য আন্দোলনৰ গতিশীলতাত সৰগমে তেজপুৰৰ পৰা বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিছিল - পৃথ্বিৰাজ ৰাভা
শতাব্দ ষ্টাফ ৰিপটাৰ,তেজপুৰ ২৩ আগষ্ট : তেজপুৰত আধুনিক নাট্য আন্দোলনৰ এক বিশেষ…
তেজপুৰৰ জ্যোতি ভাৰতীত দৃষ্টিনন্দন দেশপ্ৰেমৰ অনুষ্ঠান
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১৪ আগষ্ট : দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনস্থ সংগীত নাটক অকাডেমীৰ উত্তৰপূব মাণ্ডলিক কাৰ্যালয়ৰ নিৰ্দেশনা অনুযায়ী তেজপুৰৰ অগ্ৰণী সামাজিক সাংস্কৃতিক অনুষ্ঠান…
লখিমপুৰত অসম জাতীয় পৰিষদৰ সভাত সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে হুংকাৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১০ আগষ্টঃ লখিমপুৰ নগৰৰ মাজমজিয়াত অসম জাতীয় পৰিষদৰ এখন সভা আজি অনুষ্ঠিত হয়৷ এই সভাত বৰ্তমান চৰকাৰৰ কাম-কাজক তীব্ৰ সমালোচনা কৰাৰ লগতে সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে পৰিষদে তীব্ৰ হুংকাৰ দিয়ে৷ উত্তৰ লখিমপুৰ নগৰৰ…
