Browsing Category
সংস্কৃতি
যোৰহাট থিয়েটাৰৰ ১২৫ সংখ্যক জয়ন্তী
শতাব্দ প্ৰতিনিধি, যোৰহাট, ২০ এপ্ৰিল : অসমৰ নাট্য জগতত ১৮৯৬ চনতে আত্মপ্ৰকাশ কৰি নাট্যযাত্ৰাৰ ১২৫ বছৰ সম্পূৰ্ণ হোৱা যোৰহাট থিয়েটাৰৰ গৌৰবোজ্বল ১২৫ সংখ্যক জয়ন্তী উদযাপনৰ সামৰণী অনুষ্ঠান আজিৰে পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। এই সামৰণি…
তেজপুৰৰ বৰঘোপত বৈশাগু উৎসৱ
শতাব্দ প্ৰতিনিধি তেজপুৰ,১৯এপ্ৰিল: বৰ্ণিল নৃত্য,গীতৰে আজি জীপাল হ’ল পশ্চিম তেজপুৰৰ বৰঘোপ অঞ্চলৰ ৰংজালী বৈশাগু উৎসৱ। শোণিতপুৰৰ বৰছলা বিধান সভা সমষ্টি অন্তৰ্গত খেলমাটি চেন্টাৰৰ নিকটৱৰ্তী অঞ্চলত বৈশাগু উৎসৱ উপলক্ষে যোৱা ১০এপ্ৰিলৰ পৰাই ২৩খন…
বায়খো উৎসৱত জুইৰ সৈতে নাচিছে বায়ব্ৰাই
গোৱালপাৰা, ১৭ এপ্ৰিল:-গোৱালপাৰা জিলাৰ এক নং বৰঝৰা নদীয়াপাৰা গাঁৱৰ নলঙ্গা পাহাৰত থকা বায়খো মন্দিৰৰ প্ৰাঙ্গণত আজি সন্ধিয়াৰ পৰা আৰম্ভ হৈছে ৰাভা জাতীয় উৎসৱ বায়খো পূজা । কৃষি ভিত্তিক এই উৎসৱত ৰাভাসকলে জুইৰ সৈতে খেলা-নৃত্য কৰে। বায়খো দেৱীক…
যোৰহাটত ‘সম্প্ৰীতিৰ জলপানেৰে ব’হাগক আদৰো আহক’ শীৰ্ষক অনুষ্ঠান
শতাব্দ প্ৰতিনিধি,যোৰহাট , ১৬ এপ্ৰিল : যোৰহাটৰ উপকণ্ঠৰ হাতীগড় সন্মিলিত যুৱ মঞ্চৰ উদ্যোগত পঞ্চদশ বাৰৰ বাবে কালি অনুষ্ঠিত কৰা হয় 'সম্প্ৰীতি জলপানেৰৰ ব'হাগক আদৰো আহক ' শীৰ্ষক অনুষ্ঠান। বৃহত্তৰ হাতীগড়বাসীৰ উপস্থিতিত অগ্ৰজজনৰ আশিস লৈ হাতীগড়…
পহিলা বহাগত ঢোল পেঁপা গগনাৰে মুখৰ ইতিহাস প্ৰসিদ্ধ ৰংঘৰৰ বাকৰি
ৰংঘৰৰ পদুলিত প্ৰথমবাৰৰ বাবে দৌৰিলে গজৰাজৰ দলেঃ হাজাৰ হাজাৰ বিহু প্ৰেমীৰ উচাহত উঠলি উঠিল ৰংঘৰৰ বাকিৰঃ ৰংঘৰত বহি স্বৰ্গদেউৰ বংশধৰ আলোক নাৰায়ণ সিংহই চালে ৰংঘৰৰ বাকৰিৰ পৰম্পাৰগত বিহু, হুঁচৰিঃ ৰংঘৰৰ ৰণশিঙা শীৰ্ষক স্মৃৰ্তিগ্ৰন্থ উন্মোচন
শতাব্দ…
ৰবীন্দ্ৰ ভৱনত ঋতুপৰ্ণ দাসৰ ‘তোমাৰ নিবিড় মায়াৰে’ সফল মঞ্চায়ন
পল্লৱ-দ্বীজেন
ৰবীন্দ্ৰ ভৱনত অনুশীলনৰ উদ্যোগত অনুষ্ঠিত হোৱা দশম বাৰ্ষিক নাট সমাৰোহত ৩১ মাৰ্চ ২০২২ ত উপভোগ কৰিলোঁ ঋতুপৰ্ণ দাসৰ নাটক 'তোমাৰ নিবিড় মায়াৰে'। সঁচা অৰ্থত এখন ভাল নাটক উপভোগ কৰিলোঁ মই আৰু প্ৰেক্ষাগৃহত থকা সমূহ দৰ্শকে । নিৰৱে দৰ্শকে…
ফাটবিহুৰ বাৰ্ষিক প্ৰকাশ বিহুৱানৰ বাবে লেখা আহ্বান
ঢকুৱাখনা ১৪ এপ্ৰিলঃ বৰ্ণময় অসমীয়া সংস্কৃতিৰ এক চহকী উপাদান ঢকুৱাখনাৰ ঐতিহ্যমণ্ডিত ফাটবিহু। ক'ভিড অতিমাৰী সৃষ্ট প্ৰতিকূল বিগত দুটা বৰ্ষত ফাটবিহুৰ উদযাপন বাতিল কৰাৰ পিছত এইবাৰ অহা ১৩,১৪ আৰু ১৫ মে'ত ফাটবিহু উদযাপন কৰাৰ প্ৰস্তুতি অব্যাহত…
লতাশিলত গুৱাহাটী বিহু সন্মিলনীৰ বিহু আৰম্ভ
শতাব্দ প্ৰতিনিধি, গুৱাহাটী, ১৪ এপ্ৰিলঃ অসমীয়া জাতিৰ বাবে আজি এটা অতি মংগলময় দিন। দুটা বছৰ ক'ভিডৰ বিভীষিকাৰ পাছত এইবাৰ ৰাইজে মুকলি মনৰে ব'হাগ বিহু উদযাপন কৰিব পাৰিছে। এই মন্তব্য মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ। আজি গৰু বিহুৰ দিনা…
