Browsing Category

সংস্কৃতি

কণক চন্দ্ৰ কলিতাক ‘কমলা শইকীয়া বটাঁ-শ্মশান বন্ধু উপাধি প্ৰদান’

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ৯ আগষ্টঃ ১৯৯১ চনৰ ৯ আগষ্টত আততায়ীৰ গুলীত নিহত হোৱা ৰাজ্যৰ প্ৰথম গৰাকী ছহিদ সাংবাদিক কমলা শইকীয়াৰ মৃত্যু তিথি তেজপুৰত শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নত আজি পুৱা অনুষ্ঠিত কৰা হয়। এই উপলক্ষে ছহিদ সাংবাদিক গৰাকীৰ…

নটসূৰ্যৰ প্ৰতি চৰকাৰী অৱহেলা ! তেজপুৰত প্ৰতিক্ৰিয়া

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৫আগষ্টঃ ৰাজ্য চৰকাৰৰ দ্বাৰা এইবাৰ ৩১জুলাইৰ নটসূৰ্য দিৱস অবজ্ঞা কৰা হ'ল নেকি! সম্প্ৰতি তেজপুৰত বিভিন্ন মহলত এই প্ৰসংগতো চৰ্চিত হৈছে৷ কাৰণ এইবাৰ ৰাজ্য চৰকাৰে ৰাজ্যৰ সাংস্কৃতিক পুৰোধা গৰাকীৰ স্মৃতি দিৱসৰ দিনটোত…

পুৰাণ প্ৰসিদ্ধ শোণিতপুৰৰ জিলা দিৱস বণাৰ্ঢ্য কাৰ্যসূচীৰে উদযাপন

পুন:নিৰ্মিত আনন্দ চন্দ্ৰ আগৰৱালা উদ্যান উদ্ঘাটন তেজপুৰৰ চিত্ৰশিল্পীৰ লাইভ কেনভাচত উদ্ভাসিত হ'ল শোণিতপুৰৰ ইতিহাস আৰু নান্দনিকতা চাইকেল ৰেলী, যোগ শিবিৰত কেবাশ লোকৰ অংশ গ্ৰহণ শোণিতপুৰৰ ইতিহাস সন্দৰ্ভত বিশিষ্ট ইতিহাসবিদ ড° ৰাজেন…

সাঁচিপতীয়া পাণ্ডুলিপি আৰু শংকৰী চিত্ৰশৈলীৰ কৰ্মশালা সম্পন্ন

গুৱাহাটী, ১ আগষ্টঃ অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ সহযোগত তথা ছ'চাইটী ফৰ শ্ৰীমন্ত শঙ্কৰদেৱ (https://www.sankaradeva.com) নামৰ সংস্থাৰ উদ্যোগত ২৬ জুলাইৰ পৰা ৩০ জুলাই তাৰিখলৈ গুৱাহাটীস্থ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ সভাকক্ষত…

ৰূপকোঁৱৰৰ ঐতিহাসিক “পকী”ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ “ৰুক্মিণী হৰণ”

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১ আগষ্ট : মাজুলীৰ আউনিআটী সত্ৰৰ সত্ৰীয়া শিল্পী তথা গুৱাহাটীৰ ৰুদ্ৰ বৰুৱা ৰাজ্যিক সংগীত মহাবিদ্যালয়ৰ সত্ৰীয়া আৰু খোল বিভাগৰ শিক্ষক অতুল ভূঞাৰ আশিস লৈ তেজপুৰৰ সৃজনী সংগীত মহাবিদ্যালয়ৰ একাংশ শিক্ষাৰ্থীয়ে কালি…

তেজপুৰৰ জ্যোতি – বিষ্ণু মইনা পাৰিজাতৰ সপ্তদশ দ্বি বাৰ্ষিক শিশু সমাৰোহ

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ২৯ জুলাই : তেজপুৰৰ জ্যোতি - বিষ্ণু মইনা পাৰিজাতৰ সপ্তদশ শিশু সমাৰোহ উপলক্ষে কালিৰ দিনটোত পুৱাৰ পৰা গীত, নৃত্য, কবিতা আবৃত্তি, আকস্মিক বক্তৃতা ৰ পিছত বিয়লিৰ পৰা মুকলি সভাত তেজপুৰৰ কেবাখনো শাখা মইনা পাৰিজাতৰ মইনাৰ…

৩১ জুলাইৰ পৰা তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰত “নটসূৰ্য্য ফণী শৰ্মা সোঁৱৰণী নাট…

গুৱাহাটীৰ ছিগাল থিয়েটাৰৰ "আকাশ", সোণাপুৰৰ দেংৰালী - ক্ৰিয়েটৰ্চ হাবৰ "ভূমি কন্যা ", বাণ থিয়েটাৰৰ" ধনীৰামৰ থিয়টাৰ", শিশু নাট "নজনা বীৰৰ মূৰ" আৰু পদ্মনাথ গোহাঞি বৰুৱা শাখা সাহিত্য সভাৰ "চিৰাজ উদ্দিন আহমেদ হাজৰিকা" নাটকেৰে শ্ৰদ্ধাঞ্জলি…

জ্যোতিপ্ৰসাদৰ ‘পকী’ত নিমাতী কইনা

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৬জুলাইঃ গীত-নৃত্য-আবৃত্তি আৰু সংলাপেৰে মুখৰিত হ’ল ৰূপকোঁৱৰৰ কৰ্ম সাধনাস্থলী পৈতৃক গৃহ ‘পকী’৷ যি স্থানত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই অমৰ সৃষ্টিৰাজিৰ জৰিয়তে জ্যোতিৰ সন্ধান কৰিছিল, সেই স্থানতেই তিনিকুৰিৰো অধিক…