Browsing Category

সংস্কৃতি

এজাক শিশুক অসমীয়া ভাষাৰ কালিকা শিকালে বিশিষ্ট শিক্ষাবিদ, শিশু সাহিত্যিক ড° স্বাধীনতা মহন্তই

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ২৩ জুলাই : উঠি অহা প্ৰজন্মক সুন্দৰ দৰ্শনেৰে প্ৰতিভাৰ সন্ধান কৰি সমাজৰ একোগৰাকী সু নাগৰিক হিচাপে গঢ়ি তোলাৰ লক্ষ্য লৈ তেজপুৰৰ বিশিষ্ট শিক্ষাবিদ, লেখিকা ড° স্বাধীনতা মহন্তৰ মাৰ্গ দৰ্শনেৰে জন্ম লাভ কৰা "সুদৰ্শন অসম"ৰ…

বিশিষ্ট তাই গৱেষক-চ্যুকাফা বঁটাপ্ৰাপক ড° পুষ্প গগৈৰ ৭৭ সংখ্যক জন্ম দিন পালন

শতাব্দ প্ৰতিনিধি ধেমাজি, ২২ জুলাই : সাতসত্তৰটা বসন্ত গৰকা ধেমাজিৰ বিশিষ্ট চিত্ৰশিল্পী তথা তাই গৱেষক-চ্যুকাফা বঁটাপ্ৰাপক ড° পুষ্প গগৈৰ  ৭৭ সংখ্যক জন্ম দিন কালি পালন কৰা হয় ৷ চৰকাৰী চাকৰিৰ সমান্তৰালভাৱে তাই ভাষাৰ উত্তৰণৰ হকে বিশেষ ভূমিকা…

বাণ থিয়েটাৰত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ দুশ নৱপ্ৰজন্মৰ কন্ঠত জয়ন্ত হাজৰিকাৰ গীত

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ২২ জুলাই : চিৰসেউজ, দৰদী গীতেৰে শ্ৰোতাৰ অন্তৰ জয় কৰি যোৱা বিশিষ্ট কন্ঠশিল্পী, সুৰকাৰ, সংগীতশিল্পী জয়ন্ত হাজৰিকাৰ গীতসমূহ চিৰযুগমীয়া কৰি ৰখাৰ মানসেৰে তেজপুৰৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান "সংগীতম" এ বিগত দুটা…

২২ জুলাইত তেজপুৰত সদৌ অসম ভিত্তিত জয়ন্ত হাজৰিকাৰ গীতৰ প্ৰতিযোগিতা

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ১৮ জুলাই : চিৰসেউজ, দৰদী গীতেৰে শ্ৰোতাৰ অন্তৰ জয় কৰি যোৱা বিশিষ্ট কন্ঠশিল্পী, সুৰকাৰ, সংগীতশিল্পী জয়ন্ত হাজৰিকাৰ গীতসমূহ চিৰযুগমীয়া কৰি ৰখাৰ মানসেৰে তেজপুৰৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান "সংগীতম" এ বিগত দুটা বছৰৰ…

বাপুভেটিত সংস্কাৰ ভাৰতীৰ নাটকৰ কৰ্মশালা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৮ জুলাইঃ ভাৰতৰত্ন ড° ভূপেন হাজৰিকা সাংস্কৃতিক আৰু ক্ৰীড়া সংঘৰ উদ্যোগত সংস্কাৰ ভাৰতী উত্তৰ অসম প্ৰান্তৰ নাট্য বিধাৰ দ্বাৰা তেজপুৰীয়া কালচাৰেল এণ্ড চচিয়েল ৱৰ্কচৰ সহযোগত শোণিতপুৰ জিলাৰ বিহগুৰিৰ বাপুভেটি নিম্ন…

বিশিষ্ট নৃত্যশিল্পী ড০ প্ৰতিভা শৰ্মাৰ পৰিচালনাত লুপ্ত হ’বলৈ ধৰা দেৱদাসী নৃত্য পৰিৱেশন

মালয়েছিয়াত শাস্ত্ৰীয় নৃত্যৰে সুনাম কঢ়িয়াই অনা সাৰণ্যা মহন্তৰ লগতে ভাৰত চৰকাৰৰ জলপানি লাভ কৰা চাৰি উদীয়মান শিল্পীক অভিনন্দন জ্ঞাপন শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১৭ জুলাই : প্ৰাচীন মন্দিৰ সমূহত সততে প্ৰচলিত হৈ অহা দেৱদাসী নৃত্য…

অভিনৱ থিয়েটাৰত নাটক আৰু সত্ৰীয়া নৃত্যৰ কৰ্মশালা

উত্তৰ লখিমপুৰ, ১৫ জুলাইঃ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত লখিমপুৰ জিলা প্ৰশাসনৰ সহযোগত নাওবৈচা বিধান সভা সমষ্টিভিত্তিত ফুলবাৰী বোকানদীৰ অভিনৱ থিয়েটাৰৰ দ্বাৰা আজিৰে পৰা ১০ দিনীয়া নাটক আৰু সত্ৰীয়া নৃত্যৰ কৰ্মশালা অনুষ্ঠিত কৰা হয়।…

তেজপুৰত নৱপ্ৰজন্মৰ বায়ন গায়ন জোৰালৈ ৰাজহুৱা স্বীকৃতি

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৫জুলাইঃ তেজপুৰ চহৰৰ পৰা প্ৰায় ১৮ কিলোমিটাৰ দূৰত্বৰ বৰপাট গাঁৱত অগ্ৰজ আৰু নৱপ্ৰজন্মৰ সন্মিলিত প্ৰচেষ্টাত উজ্জীৱিত হ’ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অময়া সৃষ্টি৷যোৱা নিশা বৰপাটগাঁৱত দেখা গ’ল ভক্তিৰসৰে ভৰা এক অনন্য…

তেজপুৰত অনন্য ৰূপত অসম চৰকাৰৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১৫ জুলাই: তেজপুৰৰ জ্যোতি ভাৰতী অৰ্থাৎ ঐতিহাসিক "পকী"ৰ ৰূপকোঁৱৰ মঞ্চত আজি কণ কণ প্ৰশিক্ষাৰ্থীৰ সৈতে পকী মজিয়াত শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ আৰু তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাৰ সৈতে একেলগে বহি অসম চৰকাৰৰ…

ঢকুৱাখনাৰ সোণাৰি চাপৰিত নাট কৰ্মশালা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৮ জুলাইঃ ঢকুৱাখনাৰ সোণাৰি চাপৰিত বিগত বৰ্ষৰ দৰে এইবাৰো সাঁকো নাট্য কলা বিদ্যালয়ৰ উদ্যোগত সংস্কাৰ ভাৰতী উত্তৰ অসম প্ৰান্তৰ নাট্য বিধাৰ দ্বাৰা জুলাই ১ তাৰিখৰ পৰা ২০ জুলাই ২০২৩ লৈ ২০ দিনীয়া গ্ৰীষ্মকালীন নাট কৰ্মশালা…