Browsing Category

সংস্কৃতি

তেজপুৰত অনুষ্ঠিত সদৌ অসম ভূপেন্দ্ৰ সঙ্গীত প্ৰতিযোগিতাৰ ফলাফল

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৯ জুলাই : সুধাকণ্ঠ, ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ গীতক কেন্দ্ৰ কৰি আন কেতবোৰ গীত - নৃত্যৰে কালি নিশা জীপাল হৈ পৰিল তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ প্ৰেক্ষাগৃহ।উল্লেখ্য যে, তেজপুৰৰ বন্দনা সংগীত কানন আৰু বন্দনা…

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ কালজয়ী গীতেৰে মুখৰিত হ’ল তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰ

জীয়াই থকালৈকে তেজপুৰৰ বদনাম হ'ব পৰা কাম নকৰাৰ প্ৰতিশ্ৰুতি "আমাৰ অসম"ৰ কাৰ্যবাহী সম্পাদক গৌতম শৰ্মাৰ শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ৮ জুলাই : ৰাজ্যৰ ভিন্ন প্ৰান্তৰৰ  চাৰিকুৰিৰো অধিক প্ৰতিযোগীৰ উপস্থিতিত আজি পুৱাৰ পৰা তেজপুৰৰ ঐতিহ্যমণ্ডিত…

তেজপুৰত বৰ্ষজোৰা বিহুৰ তত্ব আৰু ব্যৱহাৰিক পাঠদান কৰ্মশালাৰ শুভাৰম্ভ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৭ জুলাই : তেজপুৰত ৰুচিশীলতাৰে এক সুস্থ সাংস্কৃতিক বাতাবৰণ সৃষ্টি কৰাৰ লগতে "সুধাকণ্ঠ - দ্য লিজেণ্ড" শীৰ্ষক এক বিশেষ সাংস্কৃতিক অনুষ্ঠানৰ জন্ম দি সুধাকণ্ঠ গৰাকীৰ কালজয়ী সৃষ্টি সমূহ সকলো শ্ৰেণীৰ ৰাইজৰ কাষ চপাই…

লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত তেজপুৰত সাতদিনীয়া মহিলাৰ নাট কৰ্মশালাৰ শুভাৰম্ভ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৪ জুলাই : সদৌ অসম লেখিকা সমাৰোহ সমিতি তেজপুৰ শাখাৰ উদ্যোগত আজিৰে পৰা ১০ জুলাই তাৰিখলৈ অনুষ্ঠিত হ'ব লগা সাতদিনীয়া মহিলাৰ নাট কৰ্মশালা আজি তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ সভাপতি বঙ্কিম শৰ্মাই বন্তি প্ৰজ্বলন…

“সপ্তাশ্ব” ৰ উদ্যোগত তেজপুৰত সাতদিনীয়া সত্ৰীয়া নৃত্যৰ কৰ্মশালা

শতাব্দ ষ্টাফ ৰিপটাৰ, তেজপুৰ, ৩ জুলাই : তেজপুৰৰ অন্যতম সামাজিক সাংস্কৃতিক অনুষ্ঠান "সপ্তাশ্ব"ৰ উদ্যোগত আজিৰে পৰা সাতদিনীয়াকৈ তেজপুৰৰ চানমাৰীৰ দুৰ্গা পূজা মণ্ডপত মাজুলীৰ বিশিষ্ট সত্ৰীয়া নৃত্য শিল্পীৰ দ্বাৰা অনুষ্ঠিত হৈছে সত্ৰীয়া নৃত্যৰ এক…

ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত এইবাৰ গাঁৱে গাঁৱে সাংস্কৃতিক মহাৰণ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৩০জুনঃ বিহুক বিশ্বজনীন কৰাৰ পৰিকল্পনা সাকাৰ হোৱাৰ পিছত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আন এক নতুন পৰিকল্পনাৰ বিষয়ে সদৰি কৰে তেজপুৰত৷ ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰত আন এক সংযোজন ঘটোৱা হ’ব আৰু ইয়াক নামকৰণ কৰা হ’ব…

তেজপুৰত জে বি প্ৰডাকচনৰ উদ্যোগত “মহবুব ষ্টুডিঅ”ৰ শুভাৰম্ভণি

এই ষ্টুডিঅটিয়ে উঠি অহা প্ৰজন্মৰ নটসৈনিক সকলক নতুন দিশৰ সন্ধান দিব - উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ২৫ জুনঃ নাটশিল্প ক্ষেত্ৰখনত হৈ থকা নতুন নতুন পৰীক্ষা, সম্পৰীক্ষাৰ মাজতে কালি সন্ধিয়া তেজপুৰত শুভাৰম্ভ হ'ল "ইন্টিমেট…

মঙলদৈৰ “জেংৰাই” নাট্য দললৈ শ্ৰেষ্ঠ নাট্যদলৰ সন্মান

তেজপুৰৰ নৱজ্যোতি বৰা শ্ৰেষ্ঠ নাট্যকাৰ কলিয়াবৰৰ ঋত্তিক নাথ শ্ৰেষ্ঠ পৰিচালক শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ অৰ্জন বোকাখাতৰ প্ৰিয়াংশু প্ৰাঞ্জলৰ মঙলদৈৰ নীনামণি কলিতা শ্ৰেষ্ঠ অভিনেত্ৰী শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ২১ জুন : কলাগুৰু…

কেশৱ চাউক টিকেন্দ্ৰজিৎ গগৈ স্মাৰক বঁটা প্ৰদান

ধেমাজি, ২০ জুন : সমগ্ৰ অসমৰ লগতে আজি ধেমাজিতো বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে বিষ্ণুৰাভা দিৱস পালন কৰে ৷ ধেমাজি জিলা লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত আৰু ধেমাজি বালিকা মহাবিদ্যালয়ৰ মহিলা কোষৰ সহযোগত ধেমাজি বালিকা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত…

লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ত কলাগুৰু বিষ্ণুৰাভা দিৱস উদ্‌যাপন

উত্তৰ লক্ষীমপুৰ, ২০ জুনঃ লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ত আজি কলাগুৰু বিষ্ণুৰাভা দিৱস উদ্‌যাপন কৰা হয়। অনুষ্ঠানটিত কলাগুৰু জনাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্জ্বলন কৰে অধ্যক্ষ ড০ লোহিত হাজৰিকাই । মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী কৰ্মচাৰী আৰু…