Browsing Category

সংস্কৃতি

লক্ষীমপুৰত বিভিন্ন স্থানত ৰাভা দিৱস উদ্‌যাপন

শতাব্দ ষ্টাফ ৰিপ’টাৰ, লখিমপুৰ, ২০ জুনঃ আজি সমগ্ৰ ৰাজ্যৰ লগতে লক্ষীমপুৰ জিলাতো বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে ৰাভা দিৱসটি বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে উদযাপন কৰে৷ জিলাখনৰ অ পি ডি মহাবিদ্যালয়ৰ লিটাৰেৰী আৰু গ্ৰামা ক্লাবৰ উদ্যোগত অসমীয়া বিভাগ আৰু…

চিকিৎসা মহাবিদ্যালয়ত প্ৰবাসীৰ বাবে আসন সংৰক্ষণকলৈ সৰৱ ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২০জুনঃ “ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়ত প্ৰবাসী ভাৰতীয়ৰ নামত আসন সংৰক্ষণৰ যি পোষকতা কৰিছে, সেয়া বাতিল কৰিব লাগিব৷ অসমৰ মেধাবী ছাত্ৰ-ছাত্ৰীৰ বাবে এয়া এক চূড়ান্ত অন্যায়৷” তেজপুৰত আজি এইদৰে মন্তব্য কৰে আছুৰ মুখ্য…

২৭ টা নাট্য দলৰ অংশ গ্ৰহণেৰে তেজপুৰত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা সোঁৱৰণী সদৌ অসম ভিত্তিক একাংক নাট…

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১৯ জুন : কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা স্মৃতি বিজড়িত তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ উদ্যোগত কলাগুৰু গৰাকীৰ ৫৫ সংখ্যক স্মৃতিদিৱসৰ লগত সংগতি ৰাখি আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত সদৌ অসম ভিত্তিক একাংক নাট…

লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত ৰূপকোঁৱৰৰ ১২০ সংখ্যক জন্ম বাৰ্ষিকী পালন

উত্তৰ লখিমপুৰ, ১৭ জুনঃ অসমীয়া সংস্কৃতি আৰু সাহিত্যলৈ তেওঁৰ অপৰিসীম অৱদানৰ কথা স্মৰণ কৰি আজি ৰাজ্যৰ বাকী অংশৰ লগতে লখিমপুৰ বাণিজ্য মহাবিদ্যালয়তো ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ ১২০ সংখ্যক জন্ম বাৰ্ষিকী পালন কৰা হয়। মহাবিদ্যালয়খনৰ অধ্যক্ষ…

জ্যোতি বন্দনাৰে মুখৰ হ’ল তেজপুৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১৭ জুন: ৰূপান্তৰৰ শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ১২১ সংখ্যক ওপজা দিনটোত আজি পুৱাৰে পৰা প্ৰতিকুল বতৰকো নেওচি ৰূপকোঁৱৰ গৰাকীৰ কৰ্ম সাধনাৰ স্হলী তেজপুৰত ৰূপকোঁৱৰ বন্দনাৰে মুখৰিত কৰি তোলে কেবাটাও অনুষ্ঠানে।…

শোচনীয় আৰ্থিক অৱস্থা, শাৰীৰিক অসুস্থতা আৰু বিশেষ ভাৱে সক্ষম ৰুগীয়া পুত্ৰক লৈ তেজপুৰৰ এসময়ৰ…

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ, ১৫ জুন : এসময়ৰ অতি জনপ্ৰিয় তেজপুৰৰ এগৰাকী প্ৰসিদ্ধ নাট্যকাৰ, পৰিচালক, সুদক্ষ অভিনেতা গোপাল পাণ্ডে বৰ্তমান অতি শোচনীয় আৰ্থিক অৱস্থাৰ মাজত শাৰিৰীক ভাৱে অসুস্থ হৈ পৰাত পৰিয়ালটিলৈ ঘোৰ অমানিশা নামি আহিছে ।দুবেলা…

বিহগুৰিত প্ৰথমবাৰ মহিলাৰ দ্বাৰা অনুষ্ঠিত হয় মঞ্চ ভাওনা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৫জুনঃ বিহগুৰিৰ মৈলা গাঁৱত পোন প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হয় মহিলাৰ মঞ্চ ভাওনা। গুৰুজনাৰ অমৰ সৃষ্টি "ৰুক্মিণী হৰণ" নাটখনত গাওঁখনৰ মহিলাসকলে কৰা অভিনয়ে দৰ্শক সকলক আপ্লুত কৰে। উল্লেখ্য যে, মৈলা গাঁৱৰ ৰাইজে যোৱা ৩…

ফাটবিহু বিতৰ্কৰ স্থায়ী নিষ্পত্তি আৰু পতিয়নযোগ্য সমাধান

শতাব্দ ঢকুৱাখনাৰ প্ৰতিবেদক,৪ জুন: অসমীয়া লোক সংস্কৃতিৰ ভঁৰাল সমৃদ্ধ কৰা এক লোক-উৎসৱ ঢকুৱাখনাৰ ঐতিহ‍্যমণ্ডিত ফাটবিহু। এইবাৰৰ উদযাপনত ফাটবিহুৰ কেইবা দশক জোৰা সুনাম, আতিথ‍্য আৰু পৰম্পৰাক কুঠাৰাঘাত কৰা কেইবাটাও ঘটনাৰ পৰিপ্ৰেক্ষিতত পৰৱৰ্তী সময়ত…

দক্ষিণপাট সত্ৰৰ উদ্যোগত মাজুলীত আধ্যাত্মিক যুৱ সন্মিলন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ,৩ জুন : মাজুলীৰ জেংৰাইমুখৰ বনমালী ক্ষেত্ৰত দক্ষিণপাট সত্ৰৰ উদ্যোগত যোৱা ১ জুনৰ পৰা আয়োজিত আধ্যাত্মিক যুৱ সন্মিলনৰ আজি তৃতীয় দিনা 'জনজাতীয় মহিলাৰ আধ্যাত্মিক কৰ্মশালা' অনুষ্ঠিত কৰা হয়। শনিবাৰে বিয়লি এই কৰ্মশালা…