Browsing Category

সংস্কৃতি

তেজপুৰত বাচফৰ নৃত্য বিদ্যালয়

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ২১ মে' : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে উচ্চ-নীচ, জাত-পাতৰ ভেদাভেদ পৰিহাৰ কৰি বৃহত্তৰ অসমীয়া জাতি গঠন কৰিছিল ৷ গুৰুজনাৰ সেই আদৰ্শকেই সৰোগত কৰি তেজপুৰত হৰিজনসকলে আৰম্ভ কৰিছে শংকৰী কলা-কৃষ্টিৰ সাধনা৷ হৰিজনসকলৰ…

ফাটবিহুৰ অবাঞ্চিত কাণ্ডক লৈ অৱশেষত ক্ষমা প্ৰাৰ্থনা ফাটবিহু সমিতিৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৭ মে : ঢকুৱাখনাৰ ঐতিহ্যমণ্ডিত ফাটবিহুত সংঘটিত অবাঞ্চিত ঘটনাৰ বাবে চাৰিদিনৰ পিছত নিঃচৰ্ত ক্ষমা বিচাৰিলে ফাটবিহু সমিতিয়ে। ফাটবিহুৰ মঞ্চত সংঘটিত অনাকাংক্ষিত, অবাঞ্চিত, অপ্ৰীতিকৰ আৰু মাৰপিট কাৰ্যই ৰাজ্যজুৰি ব্যাপক…

ফাটবিহু অসমৰ জাতীয় জীৱনৰ মহামিলনৰ উৎসৱ: মুখ‍্যমন্ত্ৰী

 জন সমুদ্ৰত পৰিণত ম'হঘুলি চাপৰি শতাব্দ ঢকুৱাখনাৰ প্ৰতিবেদক, ১৪ মে': ফাটবিহু এতিয়া কেৱল ঢকুৱাখনা ৰাইজৰে উৎসৱ হৈ থকা নাই, ই এতিয়া অসমৰ জাতীয় জীৱনৰ স্পন্দন, মহামিলনৰ উৎসৱত পৰিণত হৈছে। ই অসমৰ লোক-সংস্কৃতিৰ এক প্ৰধান অংগ হৈ পৰিছে। ফাটবিহুৱে…

ফাটবিহুক অসমৰ পৰ্যটনৰ কেলেণ্ডাৰত অন্তৰ্ভুক্ত কৰক- অনুৰাধা শৰ্মা পূজাৰী

শুক্ৰবাৰৰ মহিলা টকা আৰু চেমনীয়া বিহুদলসমূহৰ বিহু শনিবাৰে পুৱা ৭-৩০ বজাহে সামৰণি। বিয়লি ২ বজাৰ পৰিৱৰ্তে সন্ধিয়া ৭ -১৫ বজাত ফাটবিহু তলীত উপস্থিত হয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস মুখ‍্যমন্ত্ৰী ড° শৰ্মাৰ আগমন উপলক্ষত অন্তিম দিনৰ…

 “সৰগম” ৰ প্ৰয়াত শিল্পীক স্মৰণ কৰি বাণ থিয়েটাৰত স্মৃতিকাতৰ হ’ল প্ৰবীণ নাট্যশিল্পী

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১২মে: তেজপুৰৰ নাটশিল্প ক্ষেত্ৰখনৰ প্ৰয়াত বহুকেইগৰাকী দক্ষ শিল্পীক স্মৰণ কৰি কালি সন্ধিয়া স্মৃতিকাতৰ হৈ পৰিল তেজপুৰৰ শিল্পকলাৰ সৈতে জড়িত বুজন সংখ্যক লোক। উল্লেখ্য যে, ১৯৭৭ - ৭৮ চনতে তেজপুৰত আধুনিক নাট্য…

ঐতিহাসিক ফাটবিহু আৰম্ভ

শতাব্দ ঢকুৱাখনাৰ প্ৰতিবেদক,১২ মে': পৰম্পৰাগত উৎসাহ-উদ্দীপনাৰে আজিৰে পৰা ঢকুৱাখনাৰ ঐতিহ‍্যমণ্ডিত ফাটবিহু আৰম্ভ হৈছে। চাৰিকড়ীয়া নৈ বিধৌত উত্তৰ পাৰৰ ম'হঘুলি চাপৰিৰ সেউজ বাকৰিত ফাটবিহু আৰম্ভ হৈছে। ম'হঘুলি চাপৰিৰ প্ৰায় ৪০ বিঘা মাটিৰ সেউজ…

সাজু হৈ উঠিছে ঢকুৱাখনাৰ ঐতিহ্যমণ্ডিত ফাটবিহুতলী

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ ১১মে' : ঐতিহ্যৰে সমৃদ্ধ ঢকুৱাখনাৰ ফাটবিহু। চাৰিকড়ীয়া নৈৰ পাৰতে ম’হঘুলি চাপৰিত আহোম ৰাজত্ব কালৰে পৰা পালন কৰি অহা হৈছে ফাটবিহু। এইবাৰো ঐতিহ্যৰ ভেটি চিকুণাই-অতাই সাজু হৈ উঠিছে চাৰিকড়ীয়াৰ পাৰ। ঐতিহ্য আৰু পৰম্পৰাৰ…

নাৰায়ণপুৰত শ্ৰীশ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ উদ্বোধন মুখ্যমন্ত্ৰীৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ ১০ মে’ ঃনাৰায়ণপুৰ অসমৰ ভিতৰতে এখন পৱিত্ৰ স্থান৷ আজি এই পৱিত্ৰ স্থানত মই উপস্থিত হৈ সঁচাকৈ গৌৰৱ অনুভৱ কৰাৰ লগতে নিজকে পৱিত্ৰ অনুভৱ কৰিছোঁ৷ আধ্যাত্মিক তথা সাংস্কৃতিক ভাৱে সমৃদ্ধ স্থান বুলি কলে যি সমূহ ঠাইৰ নাম…

মাধৱদেৱ কলাক্ষেত্ৰ উদ্বোধনৰ প্ৰাকমুহূৰ্তত ভিতৰচ’ৰা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ৯ মে ঃ ২০০৮ চনতে কংগ্ৰেছ চৰকাৰৰ আমোলত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে আধাৰশিলা স্থাপন কৰা মাধৱদেৱ কলাক্ষেত্ৰখন কাইলৈ বুধবাৰে ৰাইজলৈ আনুষ্ঠানিক ভাৱে উৎসৰ্গা কৰিব মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ বাৰ বৈষ্ণৱৰ…

তেজপুৰৰ বিশিষ্ট চিকিৎসক ডাঃ গোপেন্দ্ৰ মোহন দাসক ভাৰতীয় চিকিৎসা সন্হাৰ অসম ৰাজ্যিক সমিতিৰ…

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৮ মে'ঃ তেজপুৰৰ বিশিষ্ট চিকিৎসক, সাংস্কৃতিক কৰ্মী তথা চলচ্চিত্ৰ প্ৰযোজক ডাঃ গোপেন্দ্ৰ মোহন দাসক ভাৰতীয় চিকিৎসা সন্হাৰ অসম ৰাজ্যিক সমিতিয়ে কালি তেজপুৰৰ চিকিৎসা সন্হাৰ কাৰ্যালয়ত "কালচাৰেল এক্সিলেন্স এৱাৰ্ড"…