Browsing Category

সংস্কৃতি

কলকাতাত “অসম ছছিঅ’ লিটাৰেৰী ক্লাব”ৰ উদ্যোগত ৰঙালী বিহু সম্পন্ন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১৮ এপ্ৰিল: সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ লগতে একাংশ কৃতবিদ্য অসমীয়াৰ প্ৰযত্নত ১৮৭২ চনতে কলিকতাত গঢ়ি উঠা "অসম ছছিঅ' লিটাৰেৰী ক্লাব"এ পৰম্পৰা অনুসৰি প্ৰতি বছৰে পালন কৰি অহা ৰঙালী বিহুৰ বাৰেৰহনীয়া কাৰ্যসূচীৰ…

তেজপুৰত ৰঙালী বিহুৰ পাৰভঙা উছাহ

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ , ১৮ এপ্ৰিল : তেজপুৰৰ চৌদিশে ৰঙালী বিহুৰ পাৰভঙা উছাহ। প্ৰত্যেকখন বিহু তলীতে গৰু বিহুৰ দিনটোৰ পৰা ৰঙালী বিহুৰ পৰম্পৰাগত কাৰ্যসূচীৰ সমান্তৰাল ভাৱে নিশাৰ সাংস্কৃতিক অনুষ্ঠান, মুকলি বিহু প্ৰতিযোগিতা, অন্যান্য…

“বিহুৰ দস্তাবেজ” ৰ স্ৰষ্টা তেজপুৰৰ প্ৰবীণ গগৈৰ আত্মজীৱনীমূলক গ্ৰন্থ “বোৱঁতী নদীৰ…

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১৬ এপ্ৰিল: অসমীয়া লোক সংস্কৃতিৰ বিশিষ্ট গৱেষক, বিশেষকৈ বিহুৰ সকলো লোকাচাৰ বা পৰম্পৰাৰ ওপৰত গৱেষণা অব্যাহত ৰখা, "বিহুৰ দস্তাবেজ", "আমাৰ বিহু ভাঙোতা নাই" ৰ দৰে গুৰুত্বপূৰ্ণ গ্ৰন্থৰ স্ৰষ্টা চাৰিকুৰি চাৰি বছৰীয়া…

তেজপুৰৰ বান্দৰমাৰীত ৰংজালী বৈশাগু উদযাপন

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৬এপ্ৰিলঃ গৰু বিহুৰ দিনটোৰ পৰাই আৰম্ভ হৈছে বড়ো জনগোষ্ঠীৰ ৰংজালী বৈশাগু৷ তেজপুৰৰ বান্দৰমাৰী বৰঘোপ খেলপথাৰত ৰংজালী বৈশাগুৰ পতাকা উত্তোলনৰ পাছত বিভিন্ন খেলধেমালি পুৰুষ মহিলা সকলৰ মাজত অনুষ্ঠিত হোৱাৰ পাছত কালি…

তেজপুৰত “অসমীয়া ক্লাব” ৰ ১০৯ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১৬ এপ্ৰিল : সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ স্মৃতি বিজড়িত ১৯১৫ চনতে গঢ় লৈ উঠা তেজপুৰৰ ঐতিহ্যমণ্ডিত অসমীয়া ক্লাবৰ ১০৯ বছৰীয়া প্ৰতিষ্ঠা দিৱস কালি পহিলা ব'হাগৰ দিনটোত ক্লাব প্ৰাঙ্গনত পূৰ্বৰ দৰে যথেষ্ট উলহ…

প্ৰবীণ বিহুৱতী আভা চমুৱাৰ আকস্মিক বিয়োগত তেজপুৰত শোক

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৬এপ্ৰিলঃ ৰঙালীৰ উলাহৰ মাজতে তেজপুৰৰ এগৰাকী প্ৰবীন বিহুৱতী আভা চমুৱা(৫৬)ৰ বিয়োগে তেজপুৰত শোকৰ ছাঁ পেলাইছে৷উল্লেখযোগ্য যে,এসময়ত তেজপুৰ তথা শোণিতপুৰৰ লগতে ৰাজ্যৰ বিভিন্ন স্হানত অনুষ্ঠিত মুকলি বিহু প্ৰতিযোগিতাত…

লোক বাদ্য সৃষ্টিৰ আন এক নাম নিমাইজানৰ দ্বিজেন গগৈ

নিমাইজানৰ পৰা খলিলুৰ ৰহমান হাজৰিকা, ১৩ এপ্ৰিলঃ ৰঙালী বিহু লৈ মাজত মাথো এটা দিন। প্ৰতিজন অসমীয়াৰেই গা সাতখন আঠখন ৷ ৰাজ্যৰ চুকে কোনে গাঁৱে ভূঞে হেঁপাহৰ ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি৷ চতৰ আৰম্ভনিতেই কুলিৰ মৌ মিঠা মাতষাৰৰ পৰাই চহৰ নগৰ আন্দোলিত…

লখিমপুৰত বীৰ লাচিত সেনাৰ ৰঙালী বিহু আদৰণি

উত্তৰ লখিমপুৰ, ১৩ এপ্ৰিল: বীৰ লাচিত সেনা অসম লখিমপুৰ জিলা সমিতি উদ্যোগত আৰু উত্তৰ লখিমপুৰ আঞ্চলিক সমিতি সহযোগত আজি উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত দিনযোৰা কাৰ্য্যসূচীৰে আয়োজন কৰা হয় ৰঙালী বিহু আদৰণি অনুষ্ঠান। পুৱা…