Browsing Category
সাহিত্য
পাছিঘাটত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় অনুষ্ঠান লুম্মেৰ দাইৰ জন্ম দিৱস উদযাপন
পাছিঘাটৰ পৰা শতাব্দ ষ্টাফ ৰিপৰ্টাৰ,১ জুন: বিশিষ্ট সাহিত্যিক লুম্মেৰ দায়ে অৰুণাচলৰ ভূমিত আজিলৈকে উচিত সন্মান লাভ নকৰিলে। অৰুণাচলৰ নতুন প্ৰজন্ম লুম্মেৰ দাইৰ সাহিত্য কৃতি আৰু অসম-অৰুণাচলৰ সমন্বয়ত এইগৰাকী প্ৰথিতযশা সাহিত্যিকৰ অৱদান সম্পৰ্কে…
অকলশৰীয়া অৱস্থাত বাসগৃহতে কৰুণ মৃত্যু ৰাষ্ট্ৰীয় কৃতি শিক্ষক- বিশিষ্ট লেখিকা শশী প্ৰভা দেৱী
ওৰেটো জীৱন আত্মেৎসৰ্গিত সত্বাৰে কৰিছিল সমাজ সেৱা
শতাব্দ ষ্টাফ ৰিপ'টাৰ, তেজপুৰ:১৩ অক্টোবৰ : আত্মোৎসৰ্গিত এক সত্বাৰে ওৰেটো জীৱন নতুন প্ৰজন্মক মূল্যবোধ সম্পন্ন নাগৰিক গঢ়ি তোলাৰ আন্দোলনত নামি পৰা ২০০২ বৰ্ষৰ ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা আৰু ২০১০…
দৰংমহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সাহিত্য চ’ৰাৰ উদ্যোগত বিশেষ বক্তৃতা সম্পন্ন
শতাব্দ ষ্টাফ ৰিপ'টাৰ, তেজপুৰ, ৫ অক্টোবৰ : উত্তৰ পাৰৰ অন্যতম উচ্চ শিক্ষাৰ অনুষ্ঠান দৰং মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সাহিত্য চ'ৰাৰ উদ্যোগত কালি এক গাম্ভীৰ্যপূৰ্ণ বক্তৃতানুষ্ঠান সম্পন্ন হয় । বিভাগটোৰ ছাত্রী স্বাগতা কৌশিকে আঁত ধৰা অনুষ্ঠানটিত…
তেজপুৰ সাহিত্য চ’ৰাৰ ৫৪৩ সংখ্যক বৈঠকত বিশিষ্ট বুৰঞ্জীবিদ ভূৱন চন্দ্র গগৈৰ “বৈশালী…
শতাব্দ ষ্টাফ ৰিপ'টাৰ, তেজপুৰ, ১ অক্টোবৰ :তেজপুৰ সাহিত্য চ'ৰাৰ ৫৪৩ সংখ্যক বৈঠকখনি আজি তেজপুৰৰ বিশিষ্ট বুৰঞ্জীবিদ ভূবন চন্দ্ৰ গগৈৰ মাজগাঁওস্হিত বাসভৱনত অনুষ্ঠিত হয়। বৈঠকখনিত আদৰণী ভাষণ জনাই চ'ৰাৰ সম্পাদক বীৰেন্দ্ৰ কুমাৰ বৰাই। চ'ৰাখনৰ মাংগলিক…
জনপ্ৰিয় কবি প্ৰণৱ কুমাৰ বৰ্মনলৈ “হেমন্ত কুমাৰ বৰুৱা সোঁৱৰণী যুৱ বঁটা” ঘোষণা
শতাব্দ ষ্টাফ ৰিপ'টাৰ, তেজপুৰ, ১ অক্টোবৰ : সন্দিকৈ ছোৱালী কলেজৰ "তুমি সাগৰিকা বৰদলৈ" ৰ পৰা অনেক গীত, কবিতা , চিত্ৰ নাট্য, বোলছবি, উপন্যাস, গল্প আদিৰে অসমীয়া কথাশিল্প আৰু শিল্পকলা ক্ষেত্ৰখনত যুৱা অৱস্থাতেই প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰিবলৈ…
অসমীয়া ভাষাটো পৰি মৰা ভাষা নহয়
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২৯ছেপ্টেম্বৰঃ “সাংবাদিকতা এতিয়া সেৱা নহয়,ছপা মাধ্যমেই হওঁক বা বৈদ্যুতিন মাধ্যমেই হওঁক বৰ্তমান বিভিন্ন সমালোচনাৰ সন্মুখীন হ’লেও এটা কথা কিন্তু ঠিক যে ৰাজ্যৰ এই সংবাদমাধ্যম সমূহে অসমীয়া ভাষাটোৰ চৰ্চা অব্যাহত…
তেজপুৰৰ বিশিষ্ট কবি – লেখিকা ৰাজু বৰুৱাৰ “পক দিয়া দোমাহীৰ বুকু” শীৰ্ষক কাব্য…
কবিতাৰ সংজ্ঞা আৰু মহত্ব বিশ্লেষণ ড০ সতীশ চন্দ্ৰ ভট্টাচাৰ্যৰশতাব্দ ষ্টাফ ৰিপ'টাৰ, তেজপুৰ, ২৪ ছেপ্তেম্বৰ : বহু বছৰ ধৰি প্ৰগতিশীল দৃষ্টিভংগীৰে কাব্য চৰ্চাৰ সমান্তৰাল ভাৱে চিন্তা উদ্ৰেককাৰী বিভিন্ন ৰচনা সম্ভাৰেৰে অসমীয়া সাহিত্যৰ ভঁৰাল…
নৰ্থ লখিমপুৰ কলেজত ‘অসমীয়া প্ৰকৃতি সাহিত্যৰ গতিধাৰা’ শীৰ্ষক বক্তৃতানুষ্ঠান
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২২ ছেপ্টেম্বৰঃ ‘অসমীয়া প্ৰকৃতি সাহিত্য চৰ্চাৰ বাটকটীয়া হ’ল নৰ্থ লখিমপুৰ কলেজ৷ এই কলেজেই বিগত প্ৰায় ছয়-সাত বছৰ ধৰি সাহিত্যৰ এই নতুন ধাৰাটোক চৰ্চাৰ মাজেৰে এক সবল পৰ্যায়লৈ আগুৱাই আনিলে৷’ – এই মন্তব্য বিশিষ্ট প্ৰকৃতিবিদ…
তেজপুৰৰ বালি সত্ৰৰ সংৰক্ষিত সাঁচিপতীয়া পুথি তেজপুৰ বিশ্ববিদ্যালয়ক অৰ্পণ
শতাব্দ ষ্টাফ ৰিপ'টাৰ, তেজপুৰ, ২০ ছেপ্টেম্বৰ : "ভাৰতৰ নতুন শিক্ষানীতি-২০ য়ে বিশেষভাৱে গুৰুত্ব দিছে পৰম্পৰাগত জ্ঞান-চৰ্চাক। এই দিশটোৰ প্ৰতি লক্ষ্য ৰাখি তেজপুৰ বিশ্ববিদ্যালয়ে সময়ে সময়ে এই সম্পৰ্কীয় ভালেমান কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। বহুমুখী…
ড° ৰুবুল মাউতৰ “মোৰো এটা সপোন আছে” শীৰ্ষক গ্ৰন্থলৈ “অকণিৰ সাহিত্য সভা”ৰ ২০২৩…
শতাব্দ ষ্টাফ ৰিপ'টাৰ তেজপুৰ, ১৫ ছেপ্টম্বৰঃ শিশু আৰু কিশোৰ-কিশোৰীৰ বাবেই নহয় সকলো শ্ৰেণী পাঠকৰ বাবে প্ৰেৰণাদায়ক আৰু উপযোগী ড০ ৰুবুল মাউতৰ "মোৰো এটা সপোন আছে" শীৰ্ষক গ্ৰন্থলৈ" অকণিৰ সাহিত্য সভা"ৰ ২০২৩ বৰ্ষৰ শ্ৰেষ্ঠ শিশু গ্ৰন্থ বঁটা প্ৰদানৰ…