Browsing Category

সাহিত্য

“পদ্যৰ সঁফুৰা” গ্ৰন্থৰ বাবে সুৰেন্দ্ৰ মোহন দাসলৈ ‘অকণিৰ সাহিত্য সভা’ৰ ২০২২…

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১২ ডিচেম্বৰঃ শিশু আৰু কিশোৰ-কিশোৰীৰ উপযোগী "পদ্যৰ সঁফুৰা" শীৰ্ষক গ্ৰন্থলৈ ২০২২ চনৰ শ্ৰেষ্ঠ শিশু গ্ৰন্থ বঁটা প্ৰদান কৰিব বুলি আজি তেজপুৰত এক প্ৰেছ বিবৃতি যোগে "অকণিৰ সাহিত্য সভা"ৰ সভাপতি পংকজ বৰুৱা আৰু সম্পাদক…

প্ৰখ্যাত সাহিত্যিকৰ সৈতে কথোপকথন, অন্তৰংগ আলাপেৰে মনোজ্ঞ তেজপুৰ সাহিত্য উৎসৱ – ২০২২

অসমীয়া সাহিত্যত বুৰঞ্জীয়েই আছিল সাহিত্যিকৰ প্ৰথম আকৰ্ষণ - য়েছে দৰজে ঠংচিঅসমীয়া সাহিত্য বিশ্ব দৰবাৰত প্ৰতিষ্ঠা লাভ কৰিব পৰাকৈ শিপাৰ সৈতে ভূমিৰ সংলগ্ন হৈ আছে - অৰিন্দম বৰকটকীহোমেন বৰগোহাঞিৰ অনুপ্ৰেৰণাক স্মৰণ শৰ্মিষ্ঠা প্ৰীতমৰ…

তেজপুৰত প্ৰথমবাৰৰ বাবে “সাহিত্য উৎসৱ – ২০২২” আৰম্ভ

নতুন প্ৰজন্মৰ লেখক সকল বিভিন্ন বিষয়ৰ ধাৰণা অন্বেষী হোৱা উচিত - - ডা০ ধ্ৰুৱজ্যোতি বৰা তেজপুৰ সাহিত্য উৎসৱক জয়পুৰ সাহিত্য উৎসৱৰ লেখিয়াকৈ উন্নীত কৰিবলৈ আহ্বান অইলৰ মুখ্য মহা প্ৰৱন্ধক মাধূৰ্য বৰুৱাৰ অসমৰ নতুন প্ৰজন্মৰ গৱেষক সকলে…

সপোন

সপোন মলয়া ভট্টাচাৰ্য মোৰ যাত্ৰাপথ কাঁইটেৰে আবৰা তথাপি হাঁহি হাঁহি আগুৱাওঁ দুহাতেৰে আঁতৰাই কাঁইট শুভ্ৰ দলিচাত প্ৰেম কাৰাৰুদ্ধ সোণালী শৈশৱত দুখৰ হুমুনিয়াহ সপোনে পোখা মেলে তাতেই কল্পনাৰ কোলাত উঠি লালিত পালিত হয় হেঁপাহৰ সপোনবোৰ…

মুকুল গোস্বামীৰ কাব্যগ্ৰন্থ ‘সময় নাছিলনে হাতত আই’ উন্মোচন

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৬ ডিচেম্বৰ : "তেজপুৰ সাহিত্য সভাই কেইবাটাও দশক জুৰি গ্ৰন্থ উন্মোচনৰ এক পৰম্পৰাৰ সৃষ্টি কৰাৰ মাজতে আজি ইংৰাজী বৰ্ষ শেষৰ সময়খিনিত উপনীত হৈ এখন কাব্যগ্ৰন্হ উন্মোচন কৰিবলৈ পাই তেজপুৰ সাহিত্য সভাই আহ্লাদিত অনুভৱ কৰিছে।…

হেমন্ত শইকীয়াৰ গ্ৰন্থ ‘অন্বেষণ’ উন্মোচন

মুক্তাৰ আলী, ৪ ডিচেম্বৰ : "ইতিহাস খৰছি মাৰি লিখা উচিত। ইতিহাসে ভৱিষ্যৎ প্ৰজন্মৰ জ্ঞানচক্ষু মুকলি কৰে। আজি গ্ৰন্থত স্থান দিয়া ব্যক্তিসকলক জানিবলৈ বা বুজিবলৈ ভৱিষ্যতে অন্বেষণ হ'ব পাৰে। ইতিহাসত স্পষ্টভাৱে লিপিবদ্ধ নোহোৱাৰ বাবেই আজিও বাঘ…

প্লাষ্টিকমুক্তৰে সৌন্দৰ্যময় হ’ব সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশন

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১ ডিচেম্বৰঃ বাৰ বৈষ্ণৱৰ জন্মস্থান তথা বুৰঞ্জী প্ৰসিদ্ধ পিছলাপৰীয়া ৰণৰ স্থান ৰূপে প্ৰসিদ্ধি লাভ কৰা লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰত এইবাৰ অনুষ্ঠিত হ'ব অসম সাহিত্য সভাৰ ৭৬ সংখ্যক অধিৱেশন। কেইবাটাও দিশৰ পৰা এইবাৰৰ…

তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ ৪৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৩০ নৱেম্বৰ : তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ ৪৮ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি দিনজোৰা কাৰ্যসূচীৰে চহৰখনৰ বৰগুৰিস্থিত সন্থাৰ কাৰ্যালয় ভৱনৰ বাবে আবণ্টিত ভূমি আৰু জিলা পৰিষদৰ সভাকক্ষত পালন কৰা হয় । আজি পুৱা জিলা…

৯ ৰ পৰা ১১ ডিচেম্বৰলৈ “তেজপুৰ সাহিত্য উৎসৱ – ২০২২”

সংবাদ মেলত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী ঘোষণা আয়োজক সমিতিৰ শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৯ নবেম্বৰঃ শিলে কথা কোৱা প্ৰকৃতিৰ ৰম্যভূমি তেজপুৰত হ’ব কথা আৰু কবিতাৰ বৰষুণ৷ দেশৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ একাংশ জনপ্ৰিয় লেখক - সাহিত্যিকৰ সমাৱেশেৰে অহা…

ইতিবাচক আৰু সুস্থ চিন্তা যিকোনো ৰোগ উপশমৰ ঔষধ হ’ব পাৰে : ড° ভূৱনেশ্বৰ চহৰীয়া 

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৭ নবেম্বৰ : ককৰ্ট ৰোগত আক্ৰান্ত হৈ সাতটাকৈ কেম'থেৰাপী গ্ৰহণ কৰা তেজপুৰৰ লোকনায়ক অমিয় কুমাৰ দাস কন্যা উচ্চ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী শিক্ষয়িত্ৰীক মানসিক শক্তি প্ৰদান কৰি তেজপুৰ জনসাংস্কৃতিক পৰিষদে তেঁওৰ দ্বাৰা…