Browsing Category

সাহিত্য

লখিমপুৰ জিলা সাহিত্য সভাত অথন্তৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২০ নৱেম্বৰ: লক্ষীমপুৰ জিলা সাহিত্য সভাৰ ২০২৩-২০২৫ বৰ্ষৰ কাৰ্যকৰী সমিতিৰ সভাপতি, উপ-সভাপতি আৰু সম্পাদক পদৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বিচৰা প্ৰাৰ্থী সকলে দাখিল কৰা মনোনয়ন পত্ৰ সমূহ আজি লক্ষীমপুৰ জিলা সাহিত্য সভাৰ…

অসম বার্তাজীৱী সংঘৰ ৪৯সংখ্যক প্রতিষ্ঠা দিৱস পালন

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৮ নৱেম্বৰঃ সাংবাদিক আৰু সংবাদকর্মীৰ ন্যায় আৰু অধিকাৰৰ সংগ্ৰাম তীব্ৰতৰ কৰা, সাংবাদিক পৰিয়াল কল্যাণ আঁচনিৰ অধীনত পৰিয়াল বাচনিৰ চৰকাৰী অধিসূচনা শীঘ্ৰে জাৰি কৰা, সাংবাদিকৰ জীৱন বীমা শীঘ্ৰে কাৰ্যকৰী কৰা আৰু সাংবাদিক…

তেজপুৰ সাহিত্য চ’ৰাৰ সদৌ অসম আৰু জিলা ভিত্তিত সাহিত্য প্রতিযোগিতাৰ আয়োজন 

শতাব্দ প্ৰতিনিধি, তেজপুৰ , ১৭ নবেম্বৰঃ তেজপুৰৰ অন্যতম অগ্ৰণী সাহিত্যানুষ্ঠান তেজপুৰ সাহিত্য চ’ৰাই বিগত বৰ্ষবোৰৰ দৰে এইবেলিও ২০২২-২৩ বৰ্ষৰ সদৌ অসম আৰু জিলা ভিত্তিত এলানি সাহিত্য প্ৰতিযোগিতাৰ আয়োজন কৰিছে ৷ এই সন্দৰ্ভত সাহিত্য চ’ৰাৰ তৰফৰ পৰা…

পানীন্দ্ৰনাথ গগৈ ৰচনাৱলী উন্মোচন

পানীন্দ্ৰনাথ গগৈ ৰচনাৱলী উন্মোচশতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৮ নৱেম্বৰঃ ‘ঊনবিংশ শতিকাৰ সংকটকালত অসমীয়া ভাষা-সাহিত্যৰ হৈ যুঁজ দিয়া অন্যতম যোদ্ধা আছিল পানীন্দ্ৰনাথ গগৈ৷ যাৰ অৱদান অবিহনে অসমীয়াৰ ভাষিক জাতীয়তাৰ প্ৰতিষ্ঠা অত্যন্ত জটিল হ’লহেঁতেন৷’–…

বিশিষ্ট সাহিত্যিক-চিন্তাবিদ অধ্যাপক ড॰ নগেন শইকীয়ালৈ তেজপুৰ বিশ্ববিদ্যালয়ৰ বিশেষ সম্বৰ্ধনা

তেজপুৰ, ৪ নৱেম্বৰঃ ‘‘বিগত প্ৰায় সাতটা দশক ধৰি অসমীয়া ভাষা-সাহিত্যৰ সাৰস্বত সাধনা, একাগ্ৰ অনুশীলনেৰে আধুনিক অসমীয়া সাহিত্যক আপুনি যি সৌষ্ঠৱ আৰু সমৃদ্ধি প্ৰদান কৰিছে, সেয়া অসমীয়া ভাষা-সাহিত্যৰ বলয়ত এক নজহা-নপমা ঐতিহ্যৰ নামান্তৰ হৈ ৰ’ব৷ অসমৰ…

মানস প্ৰতিম দত্তৰ পৰিৱেশ বিষয়ক গ্ৰন্থ ‘সংকট-সম্ভাৱনাৰ আলিবাটেৰে মানুহ আৰু প্ৰকৃতি’…

ঢকুৱাখনা, ১ নৱেম্বৰঃ প্ৰকৃতিয়ে আমাক জীয়াই থকাৰ সকলো উপাদান আৰু সম্পদেই যোগান ধৰে। কিন্তু যেতিয়াই এই উপাদানসমূহ লগাতকৈ অধিক ব্যৱহাৰ কৰি প্ৰকৃতিৰ ওপৰত অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰিম তেতিয়াই প্ৰকৃতিলৈ ভাবুকি নামি আহিব। প্ৰকৃতিলৈ ভাবুকি অহা মানে…

ভাষা এটাৰ ওপৰত আইন আধিপত্যবাদী আক্ৰমণ চলি থাকিলে ভাষাৰ বিলুপ্তি ত্বৰান্বিত হয় – শংকৰ শইকীয়া

১৮৩৬ চনৰ পৰা ১৮৬ বছৰে মাত মতা অসমীয়াই নিজৰ ভাষা ৰক্ষাৰ বাবে মাত মাতিবলৈ সংকোচ কৰা উচিত নহয় উঠি অহা প্ৰজন্মক সঠিক পথ নিৰ্দেশনাৰে ভাষাৰ সুৰক্ষাৰ বাবে একত্ৰিত ভাবে আগবঢ়াই নিব লাগিব - বৃন্দাবন গোস্বামী বিশিষ্ট শিক্ষাবিদ-লেখক উত্তম চন্দ্ৰ…

ব্ৰজাৱলী ভাষাৰ সন্দৰ্ভত কৰ্মশালাৰ প্ৰস্তুতি 

গুৱাহাটী,২১ অক্টোবৰ: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজি প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে কর্মৰত ‘ছ'চাইটি ফৰ শ্ৰীমন্ত শংকৰদেৱ’ আৰু ‘পৰম্পৰা প্ৰৱাহ’ৰ যৌথ উদ্যোগত গুৱাহাটীস্থিত শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত অহা ২০ আৰু ২১ নৱেম্বৰত শংকৰী…

‘দ্য চেভেন মুন অব মাৰি আলমিদা’ৰ বাবে বুকাৰ বঁটা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৮ অক্টোবৰ : সপ্ত চন্দ্ৰৰ কাহিনী— 'দ্য চেভেন মুন অব মাৰি আলমিদা'। শ্বেহান কৰুণাতিলকাৰ গ্ৰন্থ। এইখন তেওঁৰ দ্বিতীয়খন গ্ৰন্থ। মৃত যুদ্ধ ফটোগ্ৰাফাৰৰ কাহিনী; যিয়ে নিজৰ পৰলোকৰ কথা চিন্তা কৰে। কালি ১৭ অক্টোবৰত কুইন কনচৰ্ট…

ইমৰান শ্বাহক সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা বঁটা ( ফটো সংবাদ)

শিৱসাগৰ জিলা ছাত্র সন্থাৰ উদ্যোগত বিশিষ্ট কথাশিল্পী অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইমৰান শ্বাহক সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা বঁটা প্ৰদানৰ দৃশ্যফটো: আব্দুল মতিন শিৱসাগৰ