Browsing Category
সাহিত্য
যোৰহাটত একেলগে ১০ খন গ্ৰন্থ উন্মোচন
যোৰহাট, ২৯ মেঃ যোৰহাট জিলা সাহিত্য সভা আৰু কস্তৰী প্ৰকাশনৰ যৌথ উদ্যোগত,যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকা গৃহত আজি বিয়লি বিশিষ্ট চিত্ৰ শিল্পী,কেপ্তেইন বিপিন চন্দ্ৰ হাজৰিকা আৰু কাব্য নন্দিনী গীতিকাৰ নলিনীবালা হাজৰিকাৰ মুঠ দহখন গ্ৰন্থ উন্মোচন…
ইতিহাস সৃষ্টিৰে গীতাঞ্জলি শ্ৰীৰ হিন্দী উপন্যাস ‘ৰেত সমাধি’ ৰ ইংৰাজী অনুবাদ ‘Tomb…
শতাব্দ বিশেষ প্ৰতিনিধি, ২৭ মে' : অৱশেষত ভাৰতীয় সাহিত্যত আৰু এটা মাইলৰ খুঁটি স্থাপিত হ'ল। ভাৰতীয় সাহিত্যত ইতিহাস ৰচনা কৰি লেখিকা গীতাঞ্জলি শ্ৰীৰ হিন্দী উপন্যাস 'ৰেত সমাধি' ৰ ইংৰাজী অনুবাদ 'Tomb of Sand' এ লাভ কৰিলে ২০২২ চনৰ আন্তৰ্জাতিক…
ৰহস্য সাহিত্য সম্ৰাট ৰঞ্জু হাজৰিকাক ‘টীয়কপৰীয়া সাহিত্য বঁটা-২০২১’ প্ৰদান
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২২ মে’: সাহিত্য বিহীন জাতি কেতিয়াও সুস্থ আৰু সুস্থিৰ হৈ থাকিব নোৱাৰে । জাতিৰ সৰ্বতোপ্ৰকাৰৰ বিকাশ আৰু উত্তৰণৰ বাবে সাহিত্য অতি প্ৰয়োজনীয় । অসমীয়া ভাষাটো জীয়াই থাকিবলৈ হ’লে সাহিত্য চৰ্চা বা সাহিত্য পঢ়া দুয়োটা কথা…
হোমেন বৰগোহাঞিৰ “প্ৰজ্ঞাৰ সাধনা” আৰু মোৰ কিছু অনুভৱ
বিমল বৰগোঁহাই
হোমেন বৰগোহাঞি ছাৰৰ প্ৰতিখন গ্ৰন্থই মোৰ প্ৰিয়। তেখেতৰ এখন বিশেষ গ্ৰন্থৰ বিষয়ে কবলৈ বা সেই গ্ৰন্থখনৰ ওপৰত মন্তব্য বা সমালোচনা কৰাটো মোৰ দৰে এজন সাধাৰণ ন লেখকৰ বাবে বৰ সমীচীন নহব। তথাপি মোৰ মন আৰু মগজুত সদায় আলোড়ন সৃষ্টি…
সাহিত্য অকাডেমী বঁটাপ্ৰাপক সাহিত্যিক হৰেন্দ্ৰ নাথ বৰঠাকুৰ অসুস্থ
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৫ মে’ : সাহিত্য অকাডেমী বঁটাপ্ৰাপক শিশু সাহিত্যিক, নাট্যকাৰ হৰেন্দ্ৰ নাথ বৰঠাকুৰ সম্প্ৰতি অসুস্থ হৈ তিনিচুকীয়াৰ এখন ব্যক্তিগত ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । যোৱা নিশা হঠাতে গুৰুতৰভাৱে অসুস্থ হৈ পৰাত…
কলকাতাত অসমৰ শিশুলৈ সাহিত্য সন্মান
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৫ এপ্ৰিলঃ এছিয়ান প্ৰেছ বুকছৰ দ্বাৰা যোৱা ২৪ এপ্ৰিলত কলকাতাৰ ৰবীন্দ্ৰ তীৰ্থত আয়োজিত এক বৰ্ণিল অনুষ্ঠানত অসম সন্তান উদীয়মান শিশু সাহিত্যিক শ্ৰীহান সমহিত গগৈক তেওঁৰ গল্পৰ পুথি দ্য্ ৰবড গাৰ্ডেনৰ বাবে (The Robbed Garden)…
সাহিত্য অকাডেমীৰ বঁটা প্ৰাপক বিশিষ্ট শিশু সাহিত্যিক হৰেন্দ্ৰ নাথ বৰঠাকুৰৰ ৬খন গ্ৰন্থ উন্মোচন
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৩ এপ্ৰিল : তিনিচুকীয়া জিলাৰ মাকুমস্থিত গোপালকৃষ্ণ বালিকা বিদ্যালয়ত আজি বিয়লি অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিশিষ্ট শিশু সাহিত্যিক, অৱসৰপ্ৰাপ্ত শিক্ষক তথা সাহিত্য অকাডেমীৰ বঁটা প্ৰাপক হৰেন্দ্ৰ নাথ…
বিশ্ব গ্ৰন্থ দিৱস ( ২৩ এপ্ৰিল)
মুক্তাৰ আলী
আজি বিশ্ব গ্ৰন্থ দিৱস। বিশ্ব গ্ৰন্থ দিৱসৰ ধাৰণাটো পোনতে স্পেইন লেখক ভিচেন্ত ক্লাভেল আন্দ্ৰেছ'ৰ মনলৈ আহিছিল। ১৬১৬ চনৰ ২৩ এপ্ৰিলত মৃত্যু হৈছিল স্পেইনৰ এজন বিখ্যাত লেখক মিগেল দে থের্ভান্তেচ। আন্দ্রেছ আছিল তেওঁৰ অন্ধ ভক্ত। নিজৰ…
আছান আহমেদৰ প্ৰথম প্ৰয়াস–‘বিদ্ৰোহ’
মুক্তাৰ আলী
অসমৰ কাব্য জগতৰ এক নৱতম সংযোগ আছান আহমেদৰ সদ্য প্ৰকাশিত কাব্য পুথি 'বিদ্ৰোহ''। কাব্যপুথিখনত সন্নিবিষ্ট হৈছে খাটি খোৱা জনতাৰ প্ৰাণৰ আৱেগ, প্ৰতিবাদৰ অপ্ৰতিৰোধ্য ৰূপৰ স্ফুলিংগৰে আটোমটোকাৰীকৈ উপস্থাপন কৰা হৃদয়ৰ আকুতি,গভীৰ দেশ…
