Browsing Category
সাহিত্য
সংগীতা বৰুৱা পিছাৰটিক পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা প্ৰদান
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৭ মেঃ গোলাঘাটৰ জীয়ৰী তথা নতুন দিল্লী নিবাসী সাহসী সাংবাদিক সংগীতা বৰুৱা পিছাৰটিক আজি পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা প্ৰদান কৰে বিশিষ্ট ঔপন্যাসিক অৰূপা পটংগীয়া কলিতাই। অৰূপা পটংগীয়া কলিতাই এই বঁটা প্ৰদান কৰিবলৈ পাই…
১৯২৮ চনৰ পৰা প্ৰকাশ পাই অহা অসম সাহিত্য সভাৰ পত্ৰিকাখনি আজিও একত্ৰে প্ৰকাশ কৰিব নোৱৰাটো…
বিশিষ্ট নাট্যকাৰ-সাহিত্যিক দ্বিজেন্দ্ৰ নাথ শৰ্মাক মামনি বৰা সোঁৱৰণী বঁটা প্ৰদান
অধিবক্তা প্ৰমোদ চন্দ্র শৰ্মাক সভাপতি হিচাপে লৈ নতুন কাৰ্যনিৰ্বাহক সমিতি গঠন
কেবাগৰাকীও বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিক সম্বৰ্ধনাশতাব্দ ষ্টাফ…
কৰুণাধাৰাৰ তেজপুৰ শাখাৰ উদ্যোগত হোমেন বৰগোহাঞিক স্মৰণ
শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ১২ মেঃ ৰাজ্যখনৰ প্ৰাত:স্মৰণীয় কথাশিল্পী, বিশিষ্ট বুদ্ধিজীৱী তথা কৰুণাধাৰাৰ প্ৰতিষ্ঠাতা হোমেন বৰগোহাঞিৰ দ্বিতীয় মৃত্যু বাৰ্ষিকীৰ আজিৰ দিনটোত কৰুণাধাৰাৰ তেজপুৰ শাখাই ভাৰতীয় শিশু কল্যাণ পৰিষদ আৰু শিশু বিকাশ…
“Renowned Women Personalities” শীৰ্ষক গ্ৰন্থ উন্মোচন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৮ এপ্ৰিলঃ তেজপুৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয়ৰ মহিলা কোষৰ উদ্যোগত আৰু মহাবিদ্যালয়খনৰ প্ৰকাশন কোষৰ সহযোগত মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপিকা সন্ধানী দত্ত আৰু ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপিকা ড°…
বিহু উপলক্ষে সাহিত্য প্ৰতিযোগিতাৰ আয়োজন
শতাব্দ, উত্তৰ লখিমপুৰ, ৮ মেঃ দ্বাদশ বাৰ্ষিক কেন্দ্ৰীয় ৰঙালী উৎসৱ লখিমপুৰ-২০২৩ বৰ্ষৰ উদযাপন সমিতিৰ সাহিত্য উপ সমিতিয়ে অহা ১২ মেত উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত পুৱা ৯:৩০ বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া সাহিত্য বিভাগৰ…
শাৰীৰিক প্ৰতিবন্ধকতা-শোচনীয় আৰ্থিক অৱস্থাক নেওচি তেজপুৰৰ যুৱতীৰ দৃষ্টান্তমূলক পদক্ষেপ
শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ , ৮ মে' শাৰীৰিক প্ৰতিবন্ধকতা আৰু আৰ্থিক দীনতা যে কেতিয়াও কোনো কাৰণতে উন্নতি বা সৃষ্টিশীলতাৰ হেঙাৰ হ'ব নোৱাৰে সেই কথা আজি পুনৰ প্ৰতিপন্ন কৰিলে তেজপুৰৰ এখন বিদ্যালয়ৰ এগৰাকী সদ্য প্ৰাক্তন দিব্যাংগ তথা আৰ্থিক ভাৱে…
তেজপুৰ সাহিত্য চ’ৰাৰ ৫৩৮ সংখ্যক বৈঠক সম্পন্ন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৭ এপ্ৰিল : তেজপুৰ সাহিত্য চ'ৰাৰ ৫৩৮ সংখ্যক বৈঠকখনি আজি চ'ৰাৰ জ্যেষ্ঠ সদস্য, বিশিষ্ট গল্পকাৰ মানিক বৰাৰ চ'ৰা ঘৰত অনুষ্ঠিত হয়। চ'ৰাৰ সভাপতি ৰমেশ চন্দ্ৰ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত এই সভা বিশিষ্ট পুৰাতত্ত্ববিদ ড°…
লখিমপুৰ জিলা সাংবাদিক সংস্থাৰ অধিৱেশন সম্পন্ন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৭ মেঃ মফচলত থকা সাংবাদিকসকলে সাংবাদিকতাৰ নীতি নিষ্ঠতা বহু পৰিমাণে ধৰি ৰাখিছে। সামগ্ৰিকভাবে পৃথিৱীৰ সাংবাদিকতালৈ নতুন নতুন কথা আহিছে।পৰিৱৰ্তনো আহিছে, সমস্যাও আহিছে। অসমৰ সাংবাদিকতাও সমস্যা আৰু ঘাত প্ৰতিঘাতৰ মাজেৰে আহি…
তেজপুৰ কবি সন্মিলনৰ “বসন্তৰ আবেলিত কবিতাৰ গধূলি” শীৰ্ষক অনুষ্ঠান
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ২ মে'ঃ শ্ৰমিক দিৱস আৰু ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ ১২৭ সংখ্যক মৃত্যুদিৱসৰ সংযোগ ঘটা কালিৰ বিশেষ দিনটোতে তেজপুৰ কবি সন্মিলনৰ উদ্যোগত তেজপুৰ সাহিত্য সভা ভৱনত "বসন্তৰ আবেলিত কবিতাৰ গধূলি" শীৰ্ষক স্বৰচিত কবিতা পাঠৰ…
“বিহুৰ দস্তাবেজ” ৰ স্ৰষ্টা তেজপুৰৰ প্ৰবীণ গগৈৰ আত্মজীৱনীমূলক গ্ৰন্থ “বোৱঁতী নদীৰ…
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১৬ এপ্ৰিল: অসমীয়া লোক সংস্কৃতিৰ বিশিষ্ট গৱেষক, বিশেষকৈ বিহুৰ সকলো লোকাচাৰ বা পৰম্পৰাৰ ওপৰত গৱেষণা অব্যাহত ৰখা, "বিহুৰ দস্তাবেজ", "আমাৰ বিহু ভাঙোতা নাই" ৰ দৰে গুৰুত্বপূৰ্ণ গ্ৰন্থৰ স্ৰষ্টা চাৰিকুৰি চাৰি বছৰীয়া…
