Browsing Category
স্বাস্থ্য
কুকুৰৰ ক্লিনিকঃ লখিমপুৰত “দ্যা পেটচ হাউচ” মুকলি
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৮ জানুৱাৰীঃ কুকুৰ ভালপোৱা সকলৰ বাবে সুখবৰ। উত্তৰ লখিমপুৰ নগৰত আজি নতুনকৈ মুকলি হল কুকুৰৰ বাবে এখন ক্লিনিক-দোকান। এই দোকানত কুকুৰৰ সকলোধৰণৰ খাদ্য সামগ্ৰী, ঔষধ, সাজ সজ্জা তথা বন্ধনৰ সামগ্ৰী উপলব্ধ হ'ব। তদুপৰি অভিজ্ঞ…
প্ৰথম বৰ্ষতে এম বি বি এছৰ চূড়ান্ত পৰীক্ষাত লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ কৃতিত্ব
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ ১৩ জানুৱাৰীঃ ৰাজ্যৰ স্বাস্থ্যখণ্ডত নতুন সংযোজনেৰে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত এম বি বি এছৰ পাঠ্যক্ৰম অন্তৰ্ভুক্তি কৰাৰ পিছত চলিত বৰ্ষৰ ১০ জানুৱাৰীত এম বি বি এছৰ প্ৰথম বৰ্ষৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা…
‘বিয়লি’ত ‘দিমেনচিয়া’ ৰোগ চিকিৎসা-সেৱা কেন্দ্ৰ মুকলি
শতাব্দ, লখিমপুৰ, ৩ জানুৱাৰীঃ আজি তীৰ্থেশ্বৰ হাজৰিকা স্মাৰক ন্যাসৰ উদ্যোগত 'বিয়লি'ত 'দিমেনচিয়া' ৰোগ চিকিৎসা-সেৱা কেন্দ্ৰটো ন্যাসৰ কাৰ্যালয় প্ৰাঙ্গনতে শুভ-উদ্বোধন কৰা হয় । ন্যাসৰ হৈ সভাখনত সভাপতিত্ব কৰে বিৰিঞ্চি প্ৰসন্ন হাজৰিকাই । কেন্দ্ৰটো…
লখিমপুৰত মাৰোৱাৰী যুৱ মঞ্চৰ বিনামূলীয়া কৃত্ৰিম হাত-ভৰি আৰু কেলিপাৰ প্ৰত্যাৰোপনৰ পদক্ষেপ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১ অক্টোবৰঃ মাৰোৱাৰী যুৱ মঞ্চৰ উত্তৰ লখিমপুৰ শাখা আৰু উত্তৰ লখিমপুৰ প্ৰগতি শাখাই সময়ে সময়ে বিভিন্ন জনহিতৈষীমূলক কাৰ্য সম্পাদন কৰি আহিছে৷ এনে কাৰ্যসূচীৰ অংশ হিচাবে এইবাৰ অহা ৬, ৭ আৰু ৮ অক্টোবৰত লখিমপুৰৰ…
মুকলিৰ তিনিবছৰঃ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত নাই পৰ্যাপ্ত ঔষধ-সা-সুবিধা
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২২ ছেপ্টেম্বৰঃ লখিমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়খন যোৱা তিনিটা বৰ্ষৰ পূৰ্বেই আনুষ্ঠানিক ভাৱে মুকলি কৰা হ’ল যদিও আজিও চিকিৎসা মহাবিদ্যালয়খনে পূৰ্ণতা লাভ নকৰিলে৷ যাৰবাবে এই চিকিৎসালয়খনত এতিয়া ৰোগীসকলে…
লখিমপুৰত কাইলৈ অত্যাধুনিক সা-সুবিধাৰে ডাঃ দাস মাল্টিস্পেচিয়েলিটি হাস্পতাল মুকলি হব
১১ টা বিভাগৰ অ'পিডি
টেলি আই চি ইউৰ সুবিধা
৩ টা অস্ত্ৰোপচাৰ কক্ষ মডুলাৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ,৮ ছেপ্টেম্বৰঃ চিকিৎসা বিজ্ঞানৰ অত্যাধুনিক সা-সুবিধাৰে লখিমপুৰ স্বাস্থ্য সেৱা খণ্ডত সংযোজিত হৈছে এটি নতুন নাম--"ডাঃ দাস…
প্ৰসূতিৰ মৃত্যুক কেন্দ্ৰ কৰি তিনিচুকীয়াৰ নাৰ্ছিংহোমত উত্তপ্ত পৰিস্থিতি
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৯ আগষ্ট : তিনিচুকীয়াৰ ৰঙাগড়া পথস্থিত আদিত্য ডায়েগ'নষ্টিকছ এণ্ড হাস্পতাল নামৰ চিকিৎসালয়খনত আজি এগৰাকী প্ৰসূতিৰ মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয় ৷ তিনিচুকীয়া চহৰৰ উপকণ্ঠৰ ন-শৰাই…
১ ছেপ্টেম্বৰৰ পৰা ৰাজ্যৰ ৩ নতুন চিকিৎসা মহাবিদ্যালয়ত হ’ব এমবিবিএছ পাঠ্যক্ৰমৰ শুভাৰম্ভণি
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, নগাঁও, ২৮ আগষ্ট : চলিত বৰ্ষত ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে অনুমোদন জনোৱা ৰাজ্যৰ ৩খন নতুন চিকিৎসা মহাবিদ্যালয়ত অহা ১ ছেপ্টেম্বৰৰ পৰা শুভাৰম্ভণি হ'ব চিকিৎসা বিজ্ঞান শিক্ষাৰ পাঠ্যক্ৰম। ৰাজ্যৰ নখন পুৰণি চিকিৎসা মহাবিদ্যালয়ৰ…
শোণিতপুৰত ফাইলেৰিয়া নিৰ্মূল অভিযান
শতাব্দ ষ্টাফ ৰিপ'ৰ্টৰ তেজপুৰ ২৮ আগষ্ট: শোণিতপুৰ জিলাৰ IMA ৰ প্ৰেক্ষাগৃহত আজি ফাইলেৰিয়া নিৰ্মূল অভিযানৰ লগত সংগতি ৰাখি জিলাখনৰ বিভিন্ন বিষয়-ববীয়া আৰু NGO ৰ বিষয়- ববীয়াৰ লগত এখনি কৰ্মশালা অনুষ্ঠিত হৈ যায়। অহা ৩১ আগষ্টৰ পৰা ৯…
তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত তিনিদিন ধৰি চৰম জলসংকট
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ২৬ আগষ্ট : শোণিতপুৰৰ টুমুকী স্হিত তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত যোৱা তিনিদিন ধৰি খোৱা পানীৰ সংকটে জুৰুলা কৰিছে।ইয়াৰ চিকিৎসক, ৰোগী আৰু চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্রীকে ধৰি সকলো কৰ্মচাৰীয়ে এতিয়া পানীৰ…