Browsing Category

স্বাস্থ্য

কৰ’নাৰ পাৰ্শ্বক্ৰিয়া : কম বয়সতে ঋতুমতী হৈছে ছোৱালী

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৩ অক্টোবৰ : মাত্ৰ ৮ বছৰ বা ৯ বছৰ বয়স। এনে বয়সৰ ছোৱালীৰ ঋতুস্ৰাৱ হৈছে! এজন প্ৰখ্যাত শিশু চিকিৎসকে কয় যে এনে ছোৱালীৰ স্বাস্থ্য পৰীক্ষা কৰি তেওঁ উপলব্ধি কৰিছে যে এই ছোৱালীসকল অকাল যৌৱনকালৰ বলি হৈছে। ঋতুস্ৰাৱৰ সময়ত…

আহি আছে পৰৱর্তী মহামাৰী ! উৎস— হিমবাহ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২২ অক্টোবৰ : কৰ’না ভাইৰাছে মানুহক উপলব্ধি কৰাইছে যে যিকোনো দিনতেই এই পৃথিৱীত যিকোনো ঘটনাই ঘটিব পাৰে। এটা ভাইৰাছে সমগ্ৰ মানৱ জাতিক প্ৰায় দুবছৰ গৃহবন্দী কৰি ৰাখিছিল। Covid-19ৰ আগমনৰ পূৰ্বে এই পৰিস্থিতি মানুহৰ বাবে…

গৰ্ভতে মৃত্যু হৈছে ৪৯টা শিশুৰ: স্বাস্থ্য ক্ষণ্ডৰ উন্নয়নৰ বিপৰীত ছবি

শতাব্দ প্ৰতিনিধি,তেজপুৰ,২০অক্টোবৰ: তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত যোৱা দুটা মাহত ৪৯টা মৃত নৱজাতকৰ জন্ম হোৱাৰ বিপৰীতে আন ১৩টা নৱজাতকৰ জন্মৰ পাছতে মৃত্যু ঘটিছে৷ উল্লেখযোগ্য যে,দুটা মাহত এই ৬২টা নৱজাতকৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালখনত…

লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত গাড়ী পাৰ্কিঙৰ নামত মাচুল সংগ্ৰহক লৈ ব্যাপক প্ৰতিক্ৰিয়া

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ২০ অক্টোবৰ ; লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত গাড়ী পাৰ্কিংৰ নামত হাস্পতালৰ চৌহদৰ বিভিন্ন এলেকাত গুৱাহাটীস্থিত চলিউচন নৰ্থ ইষ্ট নামৰ এটা কোম্পানীয়ে মাচুল সংগ্ৰহক কৰাক লৈ ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এই…

তেজপুৰত ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ চিকিৎসা বিশেষজ্ঞৰ অংশ গ্ৰহণেৰে পঞ্চম বাৰ্ষিক শিশু পালমোন’লজী সন্মিলন

শতাব্দ প্ৰতিনিধি তেজপুৰ , ১৫ অক্টোবৰঃ ইণ্ডিয়ান একাডেমী অৱ পেডিয়াট্ৰিক্স তেজপুৰ শাখাৰ উদ্যোগত ইণ্ডিয়ান একাডেমী অৱ পেডিয়াট্ৰিক্স অসম ৰাজ্যিক শাখা আৰু আই এ পি শ্বাস-প্ৰশ্বাস শাখাৰ সহযোগত পঞ্চম বাৰ্ষিক শিশু পালমোন’লজী সন্মিলনখন অহা ২২…

বৃহস্পতিবাৰে ধুবুৰী চিকিৎসা মহাবিদ্যালয় গুৱাহাটীৰ পৰা ভাৰ্চুৱেলী উদ্বোধন কৰিব  ৰাষ্ট্ৰপতি দ্ৰৌপদী…

ধুবুৰী, ১২ অক্টোবৰ : অসমৰ নৱমখন চিকিৎসা মহাবিদ্যালয় ৰূপে কাইলৈ আনুষ্ঠানিক ভাৱে আত্মপ্ৰকাশ কৰিব নৱনিৰ্মিত ধুবুৰী চিকিৎসা মহাবিদ্যালয়ে। গুৱাহাটীৰ আইআইটি চৌহদত বৃহস্পতিবাৰে দুপৰীয়া আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ চৰকাৰী অনুষ্ঠানৰ মঞ্চৰ পৰা ভাৰতৰ…

এতিয়াও অবিবাহিত আপুনি? কৰ্কট ৰোগত মৃত্যুৰ সম্ভাৱনা আপোনাৰ বেছি!

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১১ অক্টোবৰ : আপুনি অবিবাহিত নেকি? সংগীৰ সৈতে বিচ্ছেদৰ বাবে নিসংগতাত ভুগিছে নেকি? এই কাৰণেই শৰীৰৰ ফোঁহাটোৰ বিষয়ে অৱগত নহয় চাগে আপুনি, তাৰ পিছতে মাৰাত্মক ৰোগ কৰ্কট ৰোগৰ বিষয়ে! শেহতীয়াকৈ কৰা এক অধ্যয়নৰ পৰা এনে…

নতুন আৱিষ্কাৰ! এই বিশেষ উপাদান মধ্যবয়সীয়া মগজুৰ বাবে অপৰিহাৰ্য…

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৯ অক্টোবৰঃ শেহতীয়াকৈ আমেৰিকান একাডেমী অৱ নিউৰ’লজিৰ ‘নিউৰ’লজি’ নামৰ আলোচনীত এখন গৱেষণা পত্ৰ প্ৰকাশ পাইছে। ইয়াত ওমেগা-৩ য়ে মধ্যবয়সীয়া মগজুত কেনেদৰে প্ৰভাৱ পেলায় সেই বিষয়ে আলোচনা কৰা হৈছে। ছান অন্টাৰিঅ’ৰ…

বিশ্বত এক নতুন বিপজ্জনক ভাইৰাছ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ ছেপ্টেম্বৰঃ ২০১৯ চনৰ শেষৰফালে চীনত আৰম্ভ হোৱা ক’ভিড সংক্ৰমণে ২০২০ চনৰ আৰম্ভণিলৈকে সমগ্ৰ বিশ্বক আগুৰি ধৰিছিল। পৰিস্থিতি এনেকুৱা হ'লগৈ যে ২০২০ চনৰ মাৰ্চ মাহত সমগ্ৰ বিশ্ব লকডাউনত পৰে। কৰ’নাৰ সমান্তৰালভাৱে…

তেজপুৰৰ ফাৰ্মাচীত অবৈধ চিকিৎসা:যুৱকৰ মৃত্যুকলৈ প্ৰতিক্ৰিয়া

শতাব্দ প্ৰতিনিধি তেজপুৰ ,২১ছেপ্টেম্বৰঃ তেজপুৰৰ এখন ফাৰ্মাচীত কালি সন্ধিয়া ভিতৰ পৰোৱাৰ খোকন দেৱনাথ(৩০) নামৰ এজন যুৱকক চিকিৎসকৰ নিদান পত্ৰ অবিহনেই চিকিৎসা কৰাৰ কিছু সময়ৰ পাছতে যুৱকজনৰ মৃত্যু ঘটাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ঘটনা…