Browsing Category
স্বাস্থ্য
বাংগালুৰুৰৰ নাৰায়না গ্ৰুপ অব হাস্পতালছত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত
বাংগালুৰু, ২২ আগষ্ট: অসম চৰকাৰৰ অভিলাষী শিশুস্বাস্থ্য আঁচনি 'স্নেহস্পৰ্শ'ৰ অধীনত বাংগালুৰুৰ নাৰায়না গ্ৰুপৰ চিকিৎসালয়ত চিকিৎসাধীন অসমৰ শিশুসকলৰ আজি খবৰ লয় ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্তই। ৰাজ্যৰ অতিৰিক্ত চিকিৎসা শিক্ষা…
পাঁচবিধ শাক-পাচলি খাওক আৰু সুস্থ হৈ থাকক
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২২ আগষ্ট : ৩০ বছৰ বয়সৰ সীমাত উপনীত হওক বা নহওক, ইটোৰ পিছত সিটো ৰোগ আহি শৰীৰত শিপায়। আনহাতে সৰুৰে পৰা বহু লোক বিভিন্ন ৰোগত আক্ৰান্ত হয়। ডায়েবেটিছ, হৃদযন্ত্ৰৰ সমস্যা, চাপ, উচ্চ ৰক্তচাপৰ পৰা আৰম্ভ কৰি ফেটি লিভাৰৰ…
তেজপুৰত আজিৰে পৰা তিনিদিনীয়াকৈ ২৫ সংখ্যক ৰাজ্যিক যোগ ক্ৰীড়া প্ৰতিযোগিতা
শতাব্দ প্ৰতিনিধি তেজপুৰ , ১৮ আগষ্ট : তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰ প্ৰাংগণত ১৯-২১ আগষ্টলৈকে তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব "২৫ সংখ্যক চাব জুনিয়ৰ আৰু জুনিয়ৰ ৰাজ্যিক যোগ ক্ৰীড়া - ২০২২" প্ৰতিযোগিতা । উল্লেখ্য যে, অসম অলিম্পিক সন্থা আৰু যোগ…
কণী খাবলৈ ভাল পায় আপুনি? জানি লওক লোকচান বেছি নে লাভ বেছি
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৮ আগষ্ট : প’চ কৰা বা ভজা, আমলেট কৰা বা আধা সিজোৱা কণী— খাই ভাল পায় চাগে আপুনি! ৰন্ধাটোও সহজ। আকৌ পুষ্টিকৰ উপাদানৰেও ভৰপূৰ। এটা কণীত ১৪৩ কেলৰি শক্তি থাকে, প্ৰটিন থাকে ১২.৫৬ শতাংশ। যিসকলে কণী খাই ভাল পায়, তেওঁলোকে…
গ্ৰীণ টিত পদিনা পাত মিহলাই খাওকঃ দ্ৰুততাৰে ওজন কমাওক
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৮ আগষ্ট : অতিৰিক্ত ওজন সকলোৰে বাবে চিন্তাৰ বিষয়। এই ওজনৰ পৰা যিহেতু বহু ৰোগৰ সৃষ্টি হ’ব পাৰে। সৌন্দৰ্যৰ বাটতো ই সদায় বাধাৰ সৃষ্টি কৰে। ওজন কমাবলৈ সকলোৱে কিছুমান পদক্ষেপ লয়। কিছুমানে কঠোৰ খাদ্য মানি চলে আন…
ওজন কমাবলৈ কিয় জিৰা পানী খাব লাগে
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৬ আগষ্ট : অতিৰিক্ত চৰ্বি সদায় সকলোৰে বাবে চিন্তাৰ বিষয়। ই সদায় সৌন্দৰ্যৰ বাটত বাধাৰ সৃষ্টি কৰে। বিশেষকৈ পেটৰ চৰ্বিয়ে। বহুতে ওজন কমাবলৈ জিৰা পানী খায়। এই পানীয় কিয় খাব লাগে জানি লওক। জানি লওক জিৰা পানীৰ…
পুনৰ অঘটনঃ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত প্ৰসূতিৰ মৃত্যুত উত্তপ্ত পৰিস্থিতিঃ আৰক্ষী মোতায়েন
শতাব্দ প্ৰতিনিধি , লখিমপুৰ, ১৪ আগষ্টঃ দুৰ্ভাগ্যই যেন লগ এৰা নাই লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ক ৷ যোৱা নিশাও চিকিৎসা মহাবিদ্যালয়খনত এগৰাকী চিজাৰিয়ান কৰা প্ৰসূতিৰ মৃত্যুক লৈ চিকিৎসালয়খনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ এই পৰিস্থিতি পিছত আৰক্ষীয়ে…
লিংগ পৰিৱৰ্তন কৰা পাইলটক বিমান উৰণৰ অনুমতি
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১২ আগষ্ট : অন্তৰ্ভুক্তিৰ দিশত আদৰণীয় পদক্ষেপ গ্ৰহণ কৰি ৰক্ষণশীলতাৰ বেৰা ভাঙি ভাৰতৰ অসামৰিক বিমান পৰিবহণ নিয়ন্ত্ৰণ সংস্থা অসামৰিক বিমান পৰিবহণ সঞ্চালকালয় (DGCA)-এ ১০ আগষ্টত প্ৰথমবাৰৰ বাবে চিকিৎসা নিৰ্দেশনা জাৰি…
জন্ম আৰু মৃত্যুৰ পঞ্জীয়ন সম্পূৰ্ণ ডিজিটেল কৰা হ’ব : মুখ্যমন্ত্রী
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১১ আগষ্টঃ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি জনতা ভৱনত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত বিভাগীয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকত গ্ৰহণ…
ড্ৰেগন ফল খালে কি হয় জানেনে? আপুনি আচৰিত হ’ব
শতাব্দ বিশেষ প্ৰতিনিধি, ১১ আগষ্ট: যদিও ফলবিধ বিদেশী, তথাপি ড্ৰেগন ফলে আমাৰ দেশত ক্ষিপ্ৰতাৰে স্বীকৃতি লাভ কৰিছে। ড্ৰেগন ফল খালে কি হয় জানেনে? আপুনি আচৰিত হ’ব ! ই আচলতে এক প্ৰকাৰৰ কেকটাছ ভিত্তিক ফল। ড্ৰেগন ফলত প্ৰচুৰ পৰিমাণে খনিজ পদাৰ্থ,…