Browsing Category

স্বাস্থ্য

ছালৰ ৰং চাইহে কাম কৰে পালছ্ অক্সিমিটাৰে?

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১২ জুলাই : কভিডৰ সময়ত পালছ অক্সিমিটাৰ অতি প্ৰয়োজনীয় হৈ পৰিছিল আৰু বৰ্তমানো প্ৰয়োজনীয় হৈ আছে। চিকিৎসকে সকলোকে তেজত অক্সিজেনৰ মাত্ৰা নিয়মিতভাৱে পৰীক্ষা কৰিবলৈও পৰামৰ্শ দিয়ে। অক্সিজেনৰ মাত্ৰা ৯৪ৰ তললৈ নামি অহাৰ…

বিশ্ব জনসংখ্যা দিৱস উপলক্ষে লখিমপুৰ জিলাৰ উপায়ুক্তই মুকলি কৰিলে সাৰথি বাহন

উত্তৰ লখিমপুৰ, ১১ জুলাই : বিশ্ব জনসংখ্যা দিৱস উপলক্ষে লখিমপুৰ জিলাৰ উপায়ুক্ত সুমিত সাত্তৱানে পৰিয়াল পৰিকল্পনা প্ৰতি সজাগতাৰ উদ্দেশ্যে প্ৰস্তুত কৰা সাৰথি বাহনখন সেউজীয়া পতাকা জোকাৰি শুভাৰম্ভ কৰে । উক্ত অনুষ্ঠানত মন্তব্য ৰাখি জিলাখনৰ…

চুলি সৰা সমস্যাত ভুগিছে?

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১০ জুলাই : চুলি সৰাৰ সমস্যাক লৈ সকলোৱে বিচলিত হৈ পৰে। চুলি সৰা বন্ধ কৰিবলৈ আমি কিমান কিযে নকৰোঁ। কোনোবাই অনবৰতে নতুন নতুন সামগ্ৰী ব্যৱহাৰ কৰে, কাৰোবাক পাৰ্লাৰৰ কথা মনত পৰে। চুলি সৰা বন্ধ কৰিবলৈ সকলোৱে এটা বা একাধিক…

তেজপুৰত প্ৰসূতি মাতৃ আৰু শিশু চিকিৎসালয় মুকলি

শতাব্দ প্ৰতিনিধি তেজপুৰ,৯জুলাই: ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত তেজপুৰ পৰোৱাত নিৰ্মাণ কৰা এশখন বিচনাযুক্ত মাতৃ আৰু শিশু চিকিৎসালয়খন আজিৰ পৰা কাৰ্যক্ষম কৰা হৈছে। উল্লেখযোগ্য যে,২০১১তে আধাৰশিলা স্থাপন হোৱা আৰু প্ৰায় আঠ বছৰৰ পাছত নিৰ্মাণ…

সুষম খাদ্যৰ পৰা বঞ্চিত ৯৭ কোটি ভাৰতীয়

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৯ জুলাই : সুষম আহাৰ কমেও ৬১% ভাৰতীয়ৰ সাধ্যৰ বাহিৰত। ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থাই কৰা এক অধ্যয়নৰ পৰা এই তথ্য লাভ কৰিছে। প্ৰতিবেদন অনুসৰি, সংখ্যাৰ হিচাপত ভাৰতৰ প্ৰায় ৯৭ কোটি লোক বৰ্তমান সুষম খাদ্যৰ পৰা বঞ্চিত…

ভাতমুঠি

ডাঃ সুৰজিত গিৰি "ছাৰ, মই মাজুলীৰ কমলাবাৰীৰ পৰা কৈছো।মানুহ এগৰাকীক সকচু সাপে পাঁচ মিনিট মানৰ আগত ভৰিত দংশন কৰিছে।ভৰিটো তেজেৰে লুতুৰি পুতুৰি হৈ আছে।আমি কি কৰো এতিয়া?" শ্ৰী মতী মেদেও শইকীয়া,৬৭ বছৰ কমলাপুৰ,কমলাবাৰী মাজুলী যোৱা ৩ জুলাইৰ…

ক’ভিডত দুজনৰ মৃত্যু, আক্ৰান্তৰ হাৰ ১১.২০ শতাংশলৈ বৃদ্ধি

বিগত ২৪ ঘন্টাত নতুনকৈ ২৯৪ জন লোক কৰ'নাত আক্ৰান্ত। কামৰূপ মহানগৰত কৰ'না আক্ৰান্ত দুজনৰ মৃত্যু। ৰাজ্যত ক'ভিড আক্ৰান্তৰ সংখ্যা ১৩৭০ জনলৈ বৃদ্ধি। ক'ভিডৰ এই সংক্ৰমণক লৈ আতংকিত হোৱাৰ কোনো প্রয়োজন নাই বুলি মত প্ৰকাশ কৰিছে খোদ স্বাস্থ্য মন্ত্ৰী…

নতুন ভাইৰাছে উদ্বেগ বঢ়াইছে বিশ্ব স্বাস্থ্য সংস্থাৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৯ জুলাই : কৰ’নাৰ আশংকা এতিয়াও কমি অহা নাই। কিন্তু ইয়াৰ মাজতে আফ্ৰিকা আন এটা ভাইৰাছক লৈ আতংকিত হৈ পৰিছে। যাৰ নাম মাৰ্বাৰ্গ ভাইৰাছ। বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ মতে, এই ভাইৰাছবিধ অতি সংক্ৰামক। মাৰাত্মকতা প্ৰায় ৮৮…

প্ৰেমিকাৰ কিডনী লৈ পলাল প্ৰেমিক

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৯ জুলাই : ভালপোৱাৰ তাড়নাত মানুহে কি কৰিব নোৱাৰে! উদাহৰণ অলেখ আছে। মনৰ মানুহজন বা মানুহজনীৰ লগত থাকিবৰ বাবে প্ৰেমাস্পদে অসাধ্য সাধনো কৰিব পাৰে। এনে কিছুমান কাম কৰা হয়, যিবোৰ কল্পনাৰো বাহিৰত। কিন্তু অন্ধ প্ৰেমে বহুতৰ…

ৰাজ্যত ভয়াৱহ ৰূপত বাঢ়িছে ক’ভিড

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৮ জুলাইঃ দেশত ক'ভিডৰ চতুৰ্থ ঢৌৰ সংক্ৰমণ তীব্ৰতৰ হৈ উঠাৰ সময়তে অসমত ভয়াৱহ ৰূপত বাঢ়িছে ক'ভিড। ৰাজ্যত পুনৰ বৃদ্ধি পাইছে কৰ'নাৰ সংক্ৰমণ। স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি ৰাজ্যত ক'ভিড আক্ৰান্তৰ সংখ্যা ১১৩৮জনলৈ বৃদ্ধি…