Browsing Category
স্বাস্থ্য
তেজপুৰত ধঁপাতমুক্ত এলেকা ঘোষণা
শতাব্দ প্ৰতিনিধি তেজপুৰ, ৭ জুলাই : শোণিতপুৰ জিলা দণ্ডাধীশে এক নিৰ্দেশ যোগে জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালত চৌহদ, মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালত চৌহদ আৰু শোণিতপুৰ জিলা আইন সেৱা প্ৰাধিকৰণ আৰু এ.ডি.আৰ কেন্দ্ৰৰ কাৰ্যালয় চৌহদক ধঁপাতমুক্ত এলেকা…
চীনত পুনৰ লকডাউন আৰম্ভ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৭ জুলাই : যেন বাৰ্ষিক উৎসৱতহে পৰিণত হৈছে ক'ৰনা মহামাৰীৰ সংক্ৰমণ। এইবিধ ভাইৰাছৰ সংক্ৰমণৰ উৰ্ধমুখী ধাৰাৰ বাবে চীনৰ কেইবাখনো চহৰত ৬ জুলাইৰ পৰা পুনৰ আৰম্ভ হৈছে লকডাউন। স্বাস্থ্য বিভাগৰ সূত্ৰৰ পৰা জানিব পৰা মতে, ৬ জুলাই…
৯ মাহ নহয়, ৬ মাহতে পাব বুষ্টাৰ ড’জ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৭ জুলাই : বুষ্টাৰ ড’জৰ ওপৰত কেন্দ্ৰ চৰকাৰৰ নতুন নিৰ্দেশনা। স্বাস্থ্য মন্ত্ৰালয়ে ক’ৰনা ভেকচিনৰ দ্বিতীয় ড’জ আৰু বুষ্টাৰ ড’জৰ মাজৰ ব্যৱধান হ্ৰাস কৰিছে। বুষ্টাৰ ড’জৰ ব্যৱধান ৯ মাহৰ পৰা ছমাহলৈ হ্ৰাস কৰা হৈছে। জানিব পৰা…
এইবাৰ বজাৰলৈ স্মাৰ্ট বটলঃ কৈ দিব পানী খোৱাৰ সময় আৰু পৰিমাণ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৭ জুলাই : সমগ্ৰ বিশ্বতে উষ্ণতা বৃদ্ধি। দিনক দিনে গৰম বাঢ়ি গৈ আছে। মেৰুৰ বৰফো গলি গৈ আছে। বিশেষজ্ঞসকলে কয় যে, এই তীব্ৰ তাপত মানুহৰ শৰীৰটোও শুকাই গৈছে। ইয়াৰ পৰা মুক্তি পোৱাৰ একমাত্ৰ উপায় হ’ল পৰ্যাপ্ত পৰিমাণে পানী…
লখিমপুৰ জিলা নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত ৰক্ত দান শিবিৰ
উত্তৰ লখিমপুৰ,৬ জুলাইঃআজি শ্যামা প্ৰসাদ মুখাৰ্জীৰ জন্ম দিন উপলক্ষে উত্তৰ লখিমপুৰ নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত আৰু লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ব্লাড বেংকৰ সহযোগত ৰক্ত দানৰ বিষয়ে ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্যে লখিমপুৰ চিকিৎসা…
কভিড পৰীক্ষাত বৃহৎ সফলতা
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৬ জুলাই : ভাৰতকে ধৰি বিশ্বৰ বহু দেশত যোৱা কেইদিনমানৰ পৰা কৰ’নাৰ সংক্ৰমণ দ্ৰুতগতিত বিয়পি পৰিছে আৰু বহু দেশত অমিক্ৰন ভেৰিয়েন্টৰ উপ-ভেৰিয়েন্টৰো আবিৰ্ভাৱ হৈছে। ইফালে, বিশেষজ্ঞসকলে আৱিষ্কাৰ কৰিছে কভিড-১৯ পৰীক্ষাৰ এক…
সকলো সময়তে শুই থাকে? হৃদৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধিৰ শংকা
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৬ জুলাই : জীৱনশৈলীৰ প্ৰতি সচেতন নহ’লে নিৰ্দিষ্ট বয়সৰ পিছত হৃদৰোগ হ’ব পাৰে। বিশেষকৈ যদি আপোনাৰ উচ্চ ৰক্তচাপ, ডায়েবেটিছ, কলেষ্টেৰল আছে তেন্তে অধিক সাৱধান হোৱাটো অতি প্ৰয়োজনীয়। জীৱনশৈলী সলনি হোৱা, অত্যধিক ব্যস্ততা,…
দেশৰ ১০ ৰাজ্যত কভিডৰ নতুন ভেৰিয়েণ্টঃ ৬৯ জন আক্ৰান্ত
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৫ জুলাই : দেশৰ ১০ খন ৰাজ্যত ধৰা পৰিছে নতুন উপপ্ৰজাতিৰ কভিড। ইজৰাইলৰ টেল হাছ’মাৰা চাৰ্ভিচ মেডিকেল চেণ্টাৰৰ ভাইৰ’লজি লেবৰেটৰীৰ গৱেষক ডাঃ শ্বে ফ্লেছনে জানিবলৈ দিয়ামতে ভাৰতত চিনাক্ত কৰা হৈছে কৰ’না ভাইৰাছৰ অতি সংক্ৰমক…
চুবুৰীয়া ৰাষ্ট্ৰই বিয়পাইছে ক’ৰনা!
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩ জুলাই: উত্তৰ কোৰিয়াত দিনে-নিশাই নানা ধৰণৰ অদ্ভুত ঘটনা ঘটে! একনায়কত্ববাদী কিম জং উনৰ ৰাজত্বকালত দেশখনৰ বাসিন্দাসকলে যেন শান্তিৰে নিশ্বাসো ত্যাগ কৰিব নোৱাৰে। তেওঁ নিজৰ সকলো অদ্ভুত আইন নাগৰিকৰ ওপৰত জাপি দিয়ে। সেই…
আজি যদি মনবৰ ডাক্তৰ থাকিলহেঁতেন…
দীপামণি হাজৰিকা বৰুৱা
জীৱনৰ সমস্যাবিলাকক বুজি পোৱাৰে পৰা এতিয়ালৈকে যিমানখিনি মানুহৰ লগত কথা পাতিছোঁ, নিজক উদঙাই দেখুৱাইছোঁ, যিমানখিনি মানুহ ছাঁ হৈ আশে পাশে আছে, সেইসকলৰ ভিতৰত চিকিৎসক সকলৰ ঠাই মোৰ বাবে শিক্ষাগুৰুসকলৰ পাছতেই। ভাবিবলৈকে ভয়…