Browsing Category

স্বাস্থ্য

অসমত এতিয়ালৈকে এক কুইণ্টলতকৈ অধিক অধিক হেৰ’ইন জব্দ

অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত আন্তর্জাতিক নিচাযুক্ত দ্ৰৱ্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসৰ সভা। এন ডি পি এছ এক্টৰ অধীনত অভিলেখ সংখ্যক ৩২৩২ টা গোচৰ ৰুজু কৰি ৫৪০০ তকৈ অধিক সৰবৰাহকাৰীক আটক । শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৬ জুনঃ এখন…

লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত আজৱ কাণ্ডঃ নিশাৰ ভিতৰতে ল’ৰাৰ সলনি মাতৃৰ বুকুত সোমাল কন্যা…

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৬ জুন : অথন্তৰে লগ নেৰা লখিমপুৰ নৱনিৰ্মিত চিকিৎসা মহাবিদ্যালয়ত এইবাৰ ঘটিল অন্য এক আজব ঘটনা। চিকিৎসা মহাবিদ্যালয়খনত ল'ৰা সন্তান জন্ম হোৱাৰ পিছত নিশাটোৰ ভিতৰতে অভিভাৱকে কন্যা সন্তান লাভ কৰা ঘটনাই তীব্ৰ…

থাইৰয়ডৰ আমনিঃ পাকঘৰত ৰাখক এই চাৰিবিধ খাদ্য সামগ্ৰী

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৫ জুন : থাইৰয়ডৰ সমস্যাত অনেকেই ভোগে। বিশেষজ্ঞসকলৰ মতে, থাইৰয়ডৰ অৱস্থান আমাৰ শৰীৰৰ ডিঙিত। দেখাত বহুখিনি পখিলাৰ দৰে। ইয়াৰ ভিতৰত বহুকেইটা হৰমন সৃষ্টি হয়। যেতিয়া থাইৰয়ডৰ হৰমনবোৰ অস্বাভাৱিক হাৰত উৎপাদন হয়, তেতিয়াই…

এবাৰ বেজি ল’লেই নিৰ্মূল হ’ব এইডছ !

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৫ জুন : কেন্সাৰৰ পিছত এইবাৰ এইডছ (AIDS)। দুৰাৰোগ্য ৰোগত সোণালী আলোকৰ ৰেখা। এইচ আই ভি (HIV) বা হিউমেন ইমিউনোডেফিচিয়েন্সি ভাইৰাছক কাবু কৰাৰ চাবিকাঠি পাই গৈছে গৱেষকসকলে। তেল আভিভ বিশ্ববিদ্যালয়ৰ এদল মেধাবী, অনুসন্ধিৎসু…

তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি

শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৪জুন: তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত আজি দুপৰীয়া এজন ৰোগীৰ মৃত্যুৰ পাছতে এক উত্তপ্ত পৰিস্থিতিৰ উদ্ভৱ হয়। ভুল চিকিৎসাৰ বাবে ৰোগীৰ মৃত্যুৰ অভিযোগ তুলি একাংশ লোকে উত্তপ্ত পৰিস্থিতিৰ উদ্ভৱ কৰাৰ লগতে চিকিৎসককো অপদস্থ…

বৃক্ক ৰোগৰ ৫টা লক্ষণ !

বৃক্কৰ সমস্যা সময়মতে চিকিৎসা নকৰিলে জীৱনটো আপুনি ভবাৰ দৰে সুখকৰ নহয়গৈ। সমস্যাটো জটিল হৈ গৈ থাকিলে ই জীৱনটোকে টানি লৈ ফুৰে। কিন্তু সমস্যাটো হ’ল- বহুক্ষেত্ৰত বৃক্কৰ সমস্যাৰ লক্ষণবোৰ ইমানেই মৃদু যে ৰোগটো গভীৰ নহ’লে সেইবোৰ বুজিব নোৱাৰি।বৃক্কৰ…

নেমু খায়েই কমাব পাৰি ইউৰিক এচিড !

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৩ জুন : ইউৰিক এচিডৰ সমস্যা এতিয়া ঘৰে ঘৰে বুলিব পাৰি। প্রচুৰ মানুহ এতিয়া এই ৰোগত আক্রান্ত। আচলতে এইটো হ'ল এক বিপাকীয় সমস্যা (Metabolic Disease)। এইক্ষেত্রত প্রটিন বিপাকৰ কাৰণেই তৈয়াৰ হয় ইউৰিক এচিড। সেয়ে সতর্ক…

ডায়েবেটিছঃ ফলৰ ৰসৰ সলনি কি পানীয় সেৱন কৰিব?

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২২ জুন : ডায়েবেটিছ থাকিলে খোৱা-বোৱাত নানা ধৰণৰ বিধি-নিষেধ মানি চলিবলগীয়া হয়। কি খাব, কেতিয়া খাব, কিমান খাব— সকলোৱেই কাঢ়া নিয়মৰ মাজত বন্ধা থাকে। যাৰ চাহ-কফি খোৱাৰ নিচা, তেওঁলোকে বিনা চেনিত সেয়া খাবলৈ অভ্যাস…

লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত আন্তৰ্জাতিক যোগ দিৱস পালন

উত্তৰ লখিমপুৰঃ ২১ জুনঃ সমগ্ৰ বিশ্বৰ লগতে লখিমপুৰ বাণিজ্য মহাবিদ্যালয়তো আজি আন্তৰ্জাতিক যোগ দিৱস পালন কৰা হয়। সেই উপলক্ষে মহাবিদ্যালয়খনৰ শিক্ষক গোটৰ মহিলা কোষ, ৰাষ্ট্ৰীয় সেৱা আঁচনি গোট, মানসিক আৰু শাৰীৰিক সুস্থতা কোষ আৰু মহাবিদ্যালয়ৰ…

যোৰহাটৰ ভিন্ন স্থানত অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস

শতাব্দ প্ৰতিনিধি, যোৰহাট, ২১ জুন : সমগ্ৰ বিশ্বৰ লগতে আজি যোৰহাটতো জিলা প্ৰশাসন আৰু AYUSH,যোৰহাটৰ উদ্যোগত যোৰহাট ষ্টেডিয়াম প্ৰাংগণত "মানৱতাৰ বাবে যোগ"  শীৰ্ষক অষ্টম সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হয়।এই যোগ দিৱস উদযাপনৰ যোগ…