Browsing Category
স্বাস্থ্য
যোৰহাটৰ ভিন্ন স্থানত অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস
শতাব্দ প্ৰতিনিধি, যোৰহাট, ২১ জুন : সমগ্ৰ বিশ্বৰ লগতে আজি যোৰহাটতো জিলা প্ৰশাসন আৰু AYUSH,যোৰহাটৰ উদ্যোগত যোৰহাট ষ্টেডিয়াম প্ৰাংগণত "মানৱতাৰ বাবে যোগ" শীৰ্ষক অষ্টম সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হয়।এই যোগ দিৱস উদযাপনৰ যোগ…
ভাৰত চীন সীমান্তৰ পৰা তেজপুৰলৈকে আন্তৰাষ্ট্ৰীয় যোগ দিৱস পালন
শতাব্দ প্ৰতিনিধি তেজপুৰ ,২১জুন: অৰুণাচল প্ৰদেশৰ ভাৰত চীন আন্তৰাষ্ট্ৰীয় সীমান্তত দেশৰ সীমাৰ সুৰক্ষাত নিয়োজিত সেনাৰ লগতে তেওঁলোকৰ পৰিয়াল বৰ্গই আজি পালন কৰে অষ্টম সংখ্যক আন্তৰাষ্ট্ৰীয় যোগ দিৱস। অৰুণাচল প্ৰদেশৰ সেমেকা বতৰৰ মাজত তথা তেজপুৰস্থিত…
গোগামুখ কলেজত যোগ দিবস পালন
গোগামুখ, ২১ জুনঃ ধেমাজিৰ এখন অগ্ৰণী কলেজ গোগামুখ মহাবিদ্যালয়ত আজি বিশ্ব যোগ দিবসৰ লগত সঙ্গতি ৰাখি আন্তৰাষ্ট্ৰীয় যোগ দিবস পালন কৰা হয় । গোগামুখ কলেজৰ এনএচএচ গোট আৰু অসম কলেজ শিক্ষক সংস্থাৰ ধেমাজি- ঢকুৱাখনা মণ্ডলৰ মহিলা কোষৰ সহযোগত অনুষ্ঠিত…
ডিব্ৰুগড়ত অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত মুখ্যমন্ত্ৰীসহ মন্ত্ৰী-বিধায়ক
শতাব্দ প্ৰতিনিধি, ডিব্ৰুগড়, ২১ জুনঃ ডিব্ৰুগড়ত আজি অনুষ্ঠিত হয় ৰাজ্যিক ভিত্তিত অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। চহৰখনৰ চৌকিডিঙ্গি খেলপথাৰত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত অংশগ্ৰহণ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। স্বাস্থ্য আৰু…
হৃদৰোগৰ পৰা বাচি থাকিবলৈ গঢ়ি তোলক পাঁচটা অভ্যাস
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২০ জুন : প্রতি বছৰেই পৃথিৱীত সকলোতকৈ বেছি মানুহে প্রাণ হেৰুৱাই হৃদৰোগত আক্রান্ত হৈ। মানসিক চাপৰ পৰা আৰম্ভ কৰি অতিৰিক্ত কর্মব্যস্ততা, অনিদ্রা কিম্বা অন্যান্য আনুষঙ্গিক ৰোগে অনেক ক্ষেত্রতেই বঢ়াই দিব পাৰে হৃদৰোগৰ…
পর্যাপ্ত এন্টি অক্সিডেন্টসমৃদ্ধ পাঁচবিধ খাদ্য
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৯ জুন : বয়স ৩০ পাৰ হোৱাৰ পিছত এটাৰ পিছত আন এটা ৰোগে বাহ বান্ধে শৰীৰত। এফালে ডায়েবেটিচ, প্রেচাৰ; আনফালে হার্টৰ সমস্যা কিম্বা কিডনিৰ সমস্যা। এই সকলো ৰোগৰ পৰা মুক্তি পাবলৈ প্রয়োজন সঠিক খাদ্যাভ্যাস। সুস্থ থাকিবলৈ…
কুকুৰেই কৈ দিব কভিড হৈছেনে নাইঃ টেষ্টৰ দিন শেষ !
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৬ জুন : মহাপ্রস্থানৰ পথত আছিল কুকুৰ পথ প্ৰদৰ্শক। হত্যাকাৰী বা অপৰাধী অনুসন্ধানতো সিদ্ধাহস্ত এইবিধ বিশ্বাসী চতুষ্পদী। মানৱ জীৱনত কুকুৰৰ আছে নানা ভূমিকা। এইবাৰ মেডিকেল টেষ্ট লেবৰেটৰিতো কুকুৰৰ দখল আৰম্ভ হৈছে। কুকুৰৰ…
কামৰূপত বন্যাৰ্ত-ভূমিস্খলন আক্ৰান্তৰ শিবিৰত চিকিৎসা সেৱা উপলব্ধ কৰোৱাৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰী কেশৱ…
দিছপুৰ, ১৫ জুন: কামৰূপ (মহানগৰ) জিলাত শেহতীয়া কৃত্ৰিম বান আৰু ভূমিস্খলন সৃষ্ট পৰিস্থিতিৰ হেতু জিলা প্ৰশাসনে মুকলি কৰা সকলো সাহায্য় তথা আশ্ৰয় শিবিৰত তাৎক্ষণিক ভাৱে জৰুৰী চিকিৎসা সেৱা উপলব্ধ কৰাবলৈ জিলা স্বাস্থ্য বিভাগক নিৰ্দেশ দিছে…
লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত এতিয়া নাৰ্চেই হৰ্তা কৰ্তা বিধাতা
অভ্যন্তৰত কি ঘটিছে ? নামতহে উন্নীত হ'ল নেকি চিকিৎসা মহাবিদ্যালয়ঃ আই. চি. ইউ. চলাবলৈ নাই প্রয়োজনীয় টেকনেচিয়ানঃ নামতহে আছে চিকিৎসকঃ অ' পি. ডিত নাৰ্চেই ৰোগীক টিকট প্রদান কৰেঃ এম. আৰ আই আহিয়েই পোৱা নাইঃ আই. চি. ইউ, আছে যদিও ৰহস্যজনক…
জামুগুৰিত আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱসৰ বাবে অনুশীলনত ব্যস্ত মহিলা
জামুগুৰিহাট, ১৩ জুনঃ ২১ জুনত আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস । যোগ দিৱসৰ বাবে এতিয়া ব্যস্ত হৈ পৰিছে শোণিতপুৰৰ উত্তৰ জামুগুৰি পুষ্পাঞ্জলী যোগ প্ৰশিক্ষণ কেন্দ্ৰৰ মহিলাসকল । ৩০ ৰ পৰা ৪৫ বছৰ বয়সৰ মহিলাই অংশগ্ৰহণ কৰিছে যোগাসনৰ প্ৰশিক্ষণত । ধলাইবিল…
