Browsing Category
স্বাস্থ্য
শৰীৰত কলেষ্টৰেলৰ মাত্ৰা বাঢ়িছে ?
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১০ জুন : কলেষ্টৰেলৰ সমস্যা এতিয়া প্রায় ঘৰে ঘৰে। ট্রু কলেষ্টৰেল, ট্রাইগ্লিচাৰাইড, এইচডিএল, এলডিএল— এই চাৰিটা মিলিয়েই মূলতঃ তৈয়াৰ হয় কলেষ্টৰেল পৰিয়াল। অনেকৰ ধাৰণা চর্বিজাতীয় খাদ্য বেছিকৈ খালেই কলেষ্টৰেলৰ মাত্রা…
এইমছত অঘটন : সাত মহলাৰ পৰা পৰি চিকিৎসক নিহত
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৮ জুনঃ চেলফিয়েই কাল হ’ল চিকিৎসকৰ। সপ্তম মহলাৰ পৰা পৰি মৃত্যু হয় চিকিৎসকৰ। এই অঘটন সংঘটিত হ'ল চাংসাৰীস্থ এইমছত। নিৰ্মিয়মান চিকিৎসালয়খনৰ সাত মহলীয়া অট্টালিকা পৰা পৰিল চিকিৎসক। চিকিৎসক গৰাকীৰ নাম ফল্গু প্ৰতীম দাস।…
কেন্সাৰ মানেই কেম’থেৰাপি বাধ্যতামূলক? এতিয়াৰ পৰা আৰু নহয়— দাবী দুই গৱেষণাত
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৮ জুন : কেন্সাৰ মানেই কেম'থেৰাপি আৰু তাৰ পিছত ৰেডিয়েচন। এনে ধাৰণাই আছে বহুতৰ মনত। কিন্তু বহু কেন্সাৰ আক্রান্তৰেই কষ্ট হয় ৰেডিয়েচনৰ কঠিন পদ্ধতিৰ বাবে। এইবাৰ দুটা গৱেষণাৰ ৰিপর্টে আশাৰ পোহৰ দেখুৱাইছে। দাবী কৰা হৈছে যে,…
লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত প্রসূতি মৃত্যুৰ ঘটনাঃ মানৱ অধিকাৰ আয়োগত গোচৰ মাছৰ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৮ জুন : লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত অস্ত্ৰোপচাৰ কক্ষত সন্তান সহ প্রসূতি মৃত্যুৰ ঘটনা সন্দৰ্ভত আজি মানৱ অধিকাৰ আয়োগত গোচৰ তৰে মাছৰ সচিব ৰাজু সিংহই। উল্লেখ্য যে যোৱা ২ জুনত লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত বিশ্বনাথ…
ঐতিহাসিক, যুগান্তকাৰী ! এপালি ঔষধতে অন্তৰ্ধান কেন্সাৰ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৮ জুন : ইতিহাসত প্রথমবাৰ ঘটিছে এনে ঘটনা। পৰীক্ষাৰ বাবে সেৱন কৰিবলৈ দিয়া ঔষধতেই অন্তৰ্ধান হৈছে কেন্সাৰ। এজনৰ নহয়। দৰব খাবলৈ দিয়া সকলো কেন্সাৰ ৰোগীৰ ক্ষেত্ৰতেই এনে হৈছে। ১৮ জন ৰেক্টাল কেন্সাৰ ৰোগীক একেবিধ ঔষুধ দিয়া…
ডিব্ৰুগড়ত হ’ব আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ৰাজ্যিক অনুষ্ঠান
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৬ জুনঃ এইবাৰৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ৰাজ্যিক অনুষ্ঠান ২১ জুনত ডিব্ৰুগড়ত অনুষ্ঠিত হ'ব। এই যোগ দিৱসৰ ৰাজ্যিক পৰ্যায়ৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তয়ো অংশগ্ৰহণ কৰিব।…
যোগ দিৱসৰ পূৰ্বে অভিলেখ আইটিবিপিৰ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৬ জুন : ভাৰত-তিব্বতী সীমান্ত আৰক্ষী চমুকৈ আইটিবিপিৰ দল এটাই উচ্চ উচ্চতাত যোগাভ্যাস কৰাৰ এক নতুন অভিলেখ সৃষ্টি কৰিছে। টুইটাৰত আইটিবিপিৰ অফিচিয়েল হেণ্ডেলত শ্বেয়াৰ কৰা এটা ভিডিঅ’ত পৰ্বতাৰোহীৰ দলটোৱে ২২,৮৫০ ফুট উচ্চতাৰ…
লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত প্ৰসূতি মৃত্যুৰ ঘটনাত অভিযুক্ত চিকিৎসক নিলম্বিত
শতাব্দ প্ৰতিনিধি , লখিমপুৰ, ৪ জুনঃ লখিমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ ইতিহাসত পোন প্ৰথমবাৰৰ বাবে ক'লা অধ্যায়ৰ সৃষ্টি হোৱা ঘটনাই ৰাজ্যৰ স্বাস্থ্য বিভাগত জোকাৰণিৰ সৃষ্টি কৰে। যোৱা ২ জুনত কইনামাই পাটগিৰি নামৰ প্ৰসূতি মহিলাগৰাকীৰ…
চাইকেল-কথা
দাদুল দেৱকৃষ্ণ বৰুৱা
কোনো কোনোৱে কয় 'বাইচকুল'। কোনো কোনোৱে কয় ‘শখ–ঘোঁৰা’। এতিয়াৰ পৰা প্রায় দুই শতাব্দী আগেয়ে আজিৰ চাইকেলক কোৱা হৈছিল শখ-ঘোঁৰা নামেৰে। কোনো কোনোৱে কৈছিল মানৱচালিত মেচিন। কাৰণ চকা থাকিলেও আকাৰ আৰু আয়তন আছিল অনেক ডাঙৰ আৰু…
যোৰহাটত ভাৰ্চুৱেল ব্যৱস্থাৰে প্ৰধানমন্ত্ৰীৰ মত-বিনিময় অনুষ্ঠানত অংশগ্ৰহণ চৰকাৰী আঁচনিৰ হিতাধিকাৰীৰ
শতাব্দ প্ৰতিনিধি, যোৰহাট, ৩১ মে' : ভাৰতবৰ্ষৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে আজাদী কা অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছিমলাৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনিৰ সুবিধা লাভ কৰা দেশৰ বিভিন্ন স্থানৰ হিতাধিকাৰীৰ সৈতে…
