Browsing Category
স্বাস্থ্য
তেজপুৰত বিশ্ব ধঁপাত বিৰোধী দিৱস উদযাপন
শতাব্দ প্ৰতিনিধি, তেজপুৰ ৩১ মেঃ ধঁপাত বৰ্জন কৰাৰ সংকল্পৰে সমগ্ৰ দেশৰ লগতে আজি শোণিতপুৰ জিলাতো বিশ্ব ধঁপাত মুক্ত দিৱস পালন কৰা হয়। এই উপলক্ষে শোণিতপুৰ জিলা ধঁপাত নিয়ন্ত্ৰণ কোষে শোণিতপুৰ জিলা আইন সেৱা প্ৰাধিকৰণ আৰু জিলা স্বাস্থ্য সমিতিৰ…
লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত বিশ্ব ধঁপাত বিৰোধী দিৱস পালন
শতাব্দ প্ৰতিনিধি লখিমপুৰ: ৩১ মে': লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত আজি জিলা ন্যায়িক সেৱা প্ৰাধিকৰণ আৰু জিলা সমাজ কল্যাণ বিভাগৰ জিলা পৰ্যায়ৰ মহিলা কেন্দ্ৰৰ মহিলা শক্তি কেন্দ্ৰৰ সহযোগত বিশ্ব ধঁপাত বিৰোধী দিৱস পালন কৰা হয়। সেই উদ্দেশ্যে আজি পুৱাৰ…
শিশু মাঙ্কিপক্সত বেছি আক্রান্ত হ’ব পাৰেঃ সতর্ক কৰিলে ICMR-এ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ মে' : মাঙ্কিপক্সক লৈ সতর্ক কেন্দ্রীয় চৰকাৰ। এই লৈ সতর্ক কৰিলে ইণ্ডিয়ান কাউন্সিল অব মেডিকেল ৰিচাৰ্ছেও (ICMR)। কেন্দ্ৰীয় সংস্থাটোৱে এই লৈ এক সতর্কতাও জাৰি কৰিছে। ICMR-এ জনাইছে যে, শিশুসকল এই ৰোগ বেছিকৈ আক্রান্ত হ'ব…
গুৱাহাটীৰ নাগৰিকলৈ পদূলিত প্ৰাথমিক চিকিৎসা সেৱা উপলব্ধ কৰোৱাৰ পৰিকল্পনা
গুৱাহাটী পৌৰ নিগমৰ নৱনিৰ্বাচিত পাৰিষদবৰ্গৰে জলবায়ু পৰিবৰ্তন-গোলকীয় উষ্ণতা বৃদ্ধিক লৈ স্বাস্থ্য-জলবায়ু পৰিবৰ্তন মন্ত্ৰী কেশৱ মহন্তৰ গুৰুত্বপূৰ্ণ বৈঠক, নিজ ৱাৰ্ডত সৌন্দৰ্যবৰ্ধক গছপুলি ৰোবলৈ পাৰিষদসকলক আহ্বানদিছপুৰ, ২৮ মে': গুৱাহাটী…
আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসলৈ ২৫ দিন বাকী থকা অৱস্থাত আজি হায়দৰাবাদত যোগ উৎসৱ উদযাপন
শতাব্দ প্ৰতিনিধি, গুৱাহাটী, ২৭ মে': আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস-২০২২ লৈ ২৫ দিন বাকী থকা অৱস্থাত আজি হায়দৰাবাদৰ লাল বাহাদুৰ শাস্ত্ৰী ষ্টেডিয়ামত আয়োজিত যোগ উৎসৱত সৰ্বস্তৰৰ হাজাৰ
হাজাৰ লোকে অংশ গ্ৰহণ কৰে। য'ত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় আয়ুষ তথা…
ক’ভিদৰ পাছত স্বাস্থ্য বীমাৰ পৰিসৰ বৃদ্ধি পাইছে
শতাব্দ প্ৰতিনিধি তেজপুৰ,২৬মে’: যোৱা সময়চোৱাত দেশৰ স্বাস্থ্য বীমা ক্ষেত্ৰখনত ২৪হেজাৰ কোটি টকাৰ বীমাৰ বিপৰীতে ক’ভিদৰ পাছত এই পৰিমাণ ৪০হেজাৰ কোটি টকালৈ বৃদ্ধি পাইছে। ইয়াৰ দ্বাৰাই দেশত স্বাস্থ্য বীমা সন্দৰ্ভত মানুহৰ মাজত সজাগতা বৃদ্ধি পাইছে…
মানৱ শৰীৰত ভাইৰাছ প্ৰয়োগেৰে কৰ্কট ৰোগ চিকিৎসাৰ নতুন পদ্ধতি উদ্ভাৱন
শতাব্দ বিশেষ প্ৰতিনিধি, ২৬ মে' :
কৰ্কট ৰোগৰ চিকিৎসাৰ ক্লিনিকেল পৰীক্ষাৰ বাবে ইতিহাসত প্ৰথমবাৰৰ বাবে মানৱ শৰীৰক ব্যৱহাৰ কৰাৰ বাতৰিয়ে কিঞ্চিৎ হ'লেও আশাৰ বতৰা কঢ়িয়াই আনিছে। কৰ্কট ৰোগক ৰোধিবলৈ জিনীয় প্ৰযুক্তি কৌশলৰ দ্বাৰা উদ্ভাৱন কৰা এবিধ…
তেজপুৰ বিশ্ববিদ্যালয়ৰ দুজন ফেকাল্টি ক’ভিদত আক্ৰান্ত
শতাব্দ প্ৰতিনিধি তেজপুৰ,২৫মে’:
কিছুদিন বিৰতিৰ পাছত তেজপুৰ বিশ্ববিদ্যালয়ত পুনৰ দুজনৰ শৰীৰত ক’ভিদৰ সংক্ৰমণ ধৰা পৰিছে। তেজপুৰ বিশ্ববিদ্যালয়ৰ দুগৰাকী ফেকাল্টি সদস্য ড° নিশান্ত হুল্লেস্বামী আৰু ব্ৰিজেশ শ্ৰীবাস্তৱৰ শৰীৰত আজি ধৰা পৰে ক’ভিদৰ…
নৱনিৰ্মিত চিএন চেণ্টাৰত প্ৰথমটো অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন
গুৱাহাটী, ২৪ মে': গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীনৰ নৱনিৰ্মিত 'হৃদয় বক্ষ আৰু স্নায়ুবিজ্ঞান কেন্দ্ৰ' (চি এন চেন্টাৰ)ত আজি সফলতাৰে সম্পন্ন কৰা হয় প্ৰথমটো অস্ত্ৰোপচাৰ। চিএন চেণ্টাৰৰ নিউৰ'ছাৰ্জাৰী বিভাগৰ অপাৰেচন থিয়েটাৰত সম্পন্ন হোৱা এই…
পাঁচ বছৰৰ তলৰ শিশুৰ বাবে ক’ভিড টীকাঃ প্রস্তুত ‘ফাইজাৰ’, অপেক্ষা অনুমোদনৰ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ মে' : ছমাহৰ পৰা পাঁচ বছৰ বয়সীয়া শিশুসকলৰ বাবে ‘ফাইজাৰ’-ৰ তিনিটা টীকা দিয়া হ'লে কৰ'না ভাইৰাছৰ বিৰুদ্ধে ৰোগ প্রতিৰোধৰ ক্ষমতা গঢ়ি তুলিব পৰা যাব। ২৩ মে' সোমবাৰে সংস্থাটোৰ পক্ষৰ পৰা এই দাবী কৰা হৈছে। এই সপ্তাহৰ…
