Browsing Category
স্বাস্থ্য
ৰাজ্যিক পৰ্যায়ৰ বিশেষ ডায়েৰিয়া নিয়ন্ত্ৰণ কাৰ্যসূচী উদ্বোধন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১০ জুলাই : ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে আজিৰে পৰা ৰাজ্য জুৰি ডায়েৰিয়া নিয়ন্ত্ৰণৰ এমহীয়া বিশেষ কাৰ্যসূচী হাতত লৈছে। সোমবাৰে আগবেলা কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত আয়োজিত এক অনুষ্ঠানত ৰাজ্যৰ স্বাস্থ্য আৰু…
প্ৰাক্তন শিক্ষামন্ত্ৰী থানেশ্বৰ বড়ো চিকিৎসাধীন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৰঙিয়া, ৮ জুলাই : শেহতীয়াকৈ স্বাস্থ্য অৱনতি হোৱাৰ বাবে প্ৰাক্তন শিক্ষামন্ত্ৰী থানেশ্বৰ বড়োক ৰঙিয়াৰ চিকিৎসালয়খনত ভৰ্তি কৰোৱা হয়। ৰাজ্যৰ প্ৰাক্তন শিক্ষামন্ত্ৰী, শিক্ষাবিদ থানেশ্বৰ বড়োৰ স্বাস্থ্যৰ আজি বুজ লয়…
বিভিন্ন ৰোগ উপশমৰ কৌশল প্ৰদৰ্শনৰে যোগাসন কৰ্মশালা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৭ জুলাই : অসম যোগ সন্হাৰ ২৬ সংখ্যক জুনিয়ৰ আৰু চাব জুনিয়ৰ প্ৰতিযোগিতাখনি আগন্তুক আগষ্ট মাহত ঐতিহাসিক শিৱসাগৰ চহৰত অনুষ্ঠিত হব। উক্ত প্ৰতিযোগিতাত অংশ গ্ৰহণৰ বাবে শোণিতপুৰ জিলাৰ পৰাও নিৰ্বাচিত খেলুৱৈৰ দলক ৰাজ্যিক…
স্বাস্থ্যসেৱা উৎসৱঃ ৰাজ্যৰ ১২৪৫ খন চৰকাৰী চিকিৎসালয়ৰ মূল্যায়নৰ গ্ৰেড প্ৰদান
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৫ জুলাইঃ দেশৰ ভিতৰতে প্ৰথমবাৰৰ বাবে আয়োজন কৰা স্বাস্থ্যসেৱা উৎসৱৰ জৰিয়তে ৰাজ্যৰ ১২৪৫ খন চৰকাৰী চিকিৎসালয়ৰ মূল্যায়ন কৰা হৈছিল। এই মূল্যায়নত A গ্ৰেড প্ৰাপ্ত ৫ খন জিলা আৰু ২ খন উদগনিমূলক বঁটাপ্ৰাপ্ত জিলাৰ লগতে…
তিনিচুকীয়াত এইচ আই ভি পজিটিভ ৰোগীৰ সংখ্যা হোৰাহোৰে বৃদ্ধি পাইছে
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৫ জুলাই : ধাৰাবাহিক অভিযানৰ পাছতো আৰক্ষীয়ে ৰোধ কৰিব পৰা নাই নিষিদ্ধ ড্ৰাগছৰ অবৈধ বেহা৷ আনহাতে বৰবিহ ড্ৰাগছৰ অবাধ প্ৰচলনৰ সমান্তৰালকৈ তিনিচুকীয়া জিলাত অভাৱনীয় হাৰত বৃদ্ধি পাবলৈ ধৰিছে এইচ আই ভি পজিটিভ ৰোগীৰ…
লখিমপুৰত আন্তৰ্জাতিক নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস পালন
উত্তৰ লখিমপুৰ, ২৬ জুনঃ আজি আন্তৰ্জাতিক নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস। সমগ্ৰ বিশ্বৰ লগতে আজি লখিমপুৰতো পালন কৰা হয় আন্তৰ্জাতিক নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস। লখিমপুৰ আৰক্ষী বিভাগৰ সহযোগত…
ডিব্ৰুগড়-গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ এমবিবিএছ পাঠ্যক্ৰমৰ স্বীকৃতি নবীকৰণ ৰাষ্ট্ৰীয় চিকিৎসা…
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২১ জুন : ডিব্ৰুগড় আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ এমবিবিএছ পাঠ্যক্ৰমৰ স্বীকৃতি নবীকৰণত অনুমোদন জনাইছে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ (এনএমচি)-এ। এই সন্দৰ্ভত এনএমচিয়ে ই-মেইল যোগে পৃথকে প্ৰেৰণ কৰা আনুষ্ঠানিক পত্ৰ আজি লাভ…
আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে লক্ষীমপুৰত জিলাভিত্তিক যোগাসন প্ৰতিযোগিতাৰ আয়োজন
লক্ষীমপুৰ, ১৫জুন: লক্ষীমপুৰ জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য সমিতি(আয়ুস)ৰ উদ্যোগত, আই ৱাই এন এছ (IYNS), উত্তৰ লক্ষীমপুৰ মহাবিদ্যালয় (স্বায়ত্তশাসিত) আৰু আকাংক্ষা যোগ আৰু ৱেলনেছ চেণ্টাৰৰ, উত্তৰ লক্ষীমপুৰৰ সহযোগত নৱম আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস…
তেজপুৰ কৰ্কট কেন্দ্ৰই বিশ্বমানৰ ব্রেকিথেৰাপী চিকিৎসা আৰম্ভ কৰিছে
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৪জুনঃ অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ অধীনত অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেছনৰ এটা গোট, জ্যোতি ৰ কৰ্কট কেন্দ্ৰ ২০২২ৰ ২৮ এপ্ৰিলত দেশৰ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰাৰ পাছত যোৱা এবছৰৰ ভিতৰত এই কেন্দ্ৰই ৪৬৭৫জনক…
গুৱাহাটীত বিশ্ব ৰক্তদাতা দিৱস পালন
মহকুমা চিকিৎসালয়তো স্থাপন কৰা হ'ব ব্লাডবেংক--স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত
জিলা চিকিৎসালয়ৰ ব্লাডবেংককো উন্নীত কৰা হ'ব ৰক্ত উপাদান পৃথকীকৰণ গোটল
জিলাভিত্তিক শ্ৰেষ্ঠ ৰক্তদাতাক সম্বৰ্ধনা, সন্মানিত কৰিলে সামৰিক-অৰ্ধসামৰিক বাহিনীৰ…