Browsing Category

স্বাস্থ্য

ভেজাল খাদ্যৰে মানুহক ৰোগীয়া কৰাটো হত্যাৰ সমানেই পাপঃ স্বাস্থ্যমন্ত্ৰী

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৭ জুন : বজাৰত ভেজাল খাদ্য সামগ্ৰীৰ পয়োভৰে জনস্বাস্থ্যৰ প্ৰতি নমাই অনা গুৰুতৰ ভাবুকিক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। গুৱাহাটীৰ বামুনীমৈদামস্থিত ৰাজ্যিক জনস্বাস্থ্য গৱেষণাগাৰত আজি…

 অচিৰেই মুকলি হ’ব মাজুলীৰ আয়ুৰ্বেদিক চিকিৎসালয়

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৩ জুন : মাজুলীত নৱনিৰ্মিত আয়ুৰ্বেদিক চিকিৎসালয়খন অতি সোনকালে মুকলি কৰিব ৰাজ্য চৰকাৰে। উজনি মাজুলীৰ ফুলনিৰ সমীপৱৰ্তী শ্ৰীৰাম দেৱোত্তৰত নিৰ্মাণ কৰা ৫০ খন বিছনাযুক্ত মাজুলী আয়ুৰ্বেদিক চিকিৎসালয়খন বাবে আজি পৰিদৰ্শন কৰি…

উৎকট গৰমৰ ফলত তেজপুৰৰ বিদ্যালয়ত ১১গৰাকী শিশু অসুস্থ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,২ জুনঃ উৎকট গৰম সহ্য কৰিব নোৱাৰি আজি তেজপুৰৰ শোণিতপুৰ জাতীয় বিদ্যালয়ৰ ১১ গৰাকী শিক্ষাৰ্থী শ্ৰেণীতে অসুস্থ হৈ পৰে৷ প্ৰথমে বিদ্যালয়খনৰ অষ্টম শ্ৰেণীৰ দুগৰাকী ছাত্ৰী মূৰৰ ঘূৰণি আৰম্ভ হয় আৰু ক্ৰমাৎ উশাহ লোৱাত…

শিলিখাগুৰিত স্বাস্থ্য খণ্ডৰ ৰাষ্ট্ৰীয় গুণগত নিশ্চয়তা মান (NQAS) কৰ্মসূচী সম্পন্ন

শতাব্দ নাৰায়ণপুৰৰ প্ৰতিবেদক,৩০ মে': স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে স্বাস্থ্য খণ্ডত ভাল প্ৰদৰ্শন আগবঢ়োৱা কল্যাণ কেন্দ্ৰসমূহৰ কৰ্মৰাজিক স্বীকৃতি দিয়াৰ লগতে সমাজত ৰাজহুৱা চিকিৎসালয়সমূহৰ বিশ্বাসযোগ্যতা বৃদ্ধি কৰাৰ লক্ষ্যৰে আৰম্ভ…

লখিমপুৰত ১,৩৭,০৯৫ টি শিশুক সামৰিক ২৮ মেত পলিঅ টীকাকৰণৰ প্ৰস্তুতি

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ,২৬ মে: লখিমপুৰ জিলাত অহা ২৮ ,২৯ আৰু ৩০ মেত দ্বিতীয় উপৰাষ্ট্ৰীয় প্ৰতিষেধক প্ৰদান কাৰ্য্যসূচী অনুষ্ঠিত হব। পলিঅ টীকাকৰণ শীৰ্ষক এইবাৰৰ পদক্ষেপত জিলাখনৰ ৫ বছৰ পর্যন্ত ১,৩৭,০৯৫ টি শিশুক সামৰি লোৱাৰ পৰিকল্পনা কৰা হৈছে।- এই…

শোণিতপুৰত তিনিলাখ চাৰি হেজাৰ ৯৬৫জনলৈ ১০৮এম্বুলেঞ্চ  সেৱা

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২৬মে’ঃ ৰাজ্যত বিগত প্ৰায় ১৫বছৰে বিনামূলীয়া এম্বুলেন্স সেৱা আগবঢ়াই অহা ১০৮ মৃত্যুঞ্জয় সেৱাই শোণিতপুৰত এইপৰ্যন্ত তিনিলাখ চাৰি হেজাৰ ৯৬৫জন হিতাধিকাৰীক সেৱা আগবঢ়াইছে৷ ইয়াৰে ভিতৰত একলাখ ১৩হেজাৰ ৩৫৮গৰাকী গৰ্ভৱতী৷…

লখিমপুৰত এখন চুপাৰ স্পেচিয়েলিটি হস্পিতাল, দন্ত চিকিৎসা মহাবিদ্যালয় আৰু এখন নাৰ্ছিং মহাবিদ্যালয়…

উত্তৰ লখিমপুৰ, ১২ মে:  লখিমপুৰ জিলাৰ স্বাস্থ্য বিভাগৰ উদ্যোগত আজি যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ত অনুষ্ঠিত প্ৰেক্ষাগৃহত এক বিশেষ অনুষ্ঠানত আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ কাৰ্ড বিতৰণ কাৰ্যসূচী ১১১নং লখিমপুৰ বিধানসভা…

লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ পুষ্টি পৰীক্ষা শিবিৰ অনুষ্ঠিত

উত্তৰ লখিমপুৰঃ ১২ মে': লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ এক্সটেনচন চাৰ্ভিচেছ এণ্ড আউটৰিচ প্ৰগ্ৰেম চেল আৰু আইকিউএ চেলৰ উদ্যোগত জিলা স্বাস্থ্য সমিতি (ৰাষ্ট্ৰীয় চিকিৎসা মোবাইল ইউনিট-১০০)ৰ সহযোগত আজি ইয়াৰ পালিত গাঁও বৰবিলত এক পুষ্টি পৰীক্ষা…

তেজপুৰত হাঁহিৰে আকাশ কঁপাই বিশ্ব হাস্য দিৱস উদযাপন

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,৭মে’ আজি সমগ্ৰ বিশ্বতে উদযাপিত হোৱা ২৩ সংখ্যক বিশ্ব হাস্য দিৱসৰে সংগতি ৰাখি ২০০৯ চনত গঠিত হোৱা তেজপুৰ হাস্য সংঘৰ সদস্য সকলেও দিনযোৰা কাৰ্য্যসূচীৰে মাজগাওঁ জাতীয় ছহিদ বাকৰিত পুৱাৰ পৰাই বিভিন্ন কাৰ্য্যসূচীৰে…

লখিমপুৰত খাদ্য নলী-স্তন-মুখত হোৱা কেঞ্চাৰ ৰোগীয়েই সৰ্বাধিক

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৮ এপ্ৰিলঃ অসমত কৰ্কট ৰোগৰ চিকিৎসা সুলভ কৰাৰ স্বাৰ্থত ২০২২ চনৰ ২৯ এপ্ৰিলত ৰাজ্যত ৭খন কেঞ্চাৰ চেণ্টাৰ স্থাপন কৰা হৈছিল। সেইমৰ্মে আজি স্থাপনৰ এবছৰ হোৱা উপলক্ষে লখিমপুৰ কেঞ্চাৰ চেণ্টাৰত বৰ্ষপূৰ্তি পালন কৰা হয়। উল্লেখ্য…