Browsing Category
স্বাস্থ্য
এন এছ এছ প্ৰতিপালিত প্ৰতাপগড় আদিবাসী প্ৰাথমিক বিদ্যালয়ত ৰাষ্ট্ৰীয় পেলু নির্মূলকৰণ অভিযানৰ শুভাৰম্ভণি
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ লখিমপুৰ, ১০ মাৰ্চ: অসমৰ বিভিন্ন ঠাইৰ লগতে আজি লখিমপুৰ জিলাৰ বগীনদী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত প্ৰতাপগড় আদিবাসী প্ৰাথমিক বিদ্যালয়তো ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, লখিমপুৰৰ উদ্যোগত আৰু উত্তৰ লখিমপুৰ…
ৰোগীৰ হাহাকাৰঃ ঘাৰমৰা ক্ষুদ্র প্রাথমিক স্বাস্থ্য কেন্দ্ৰত এমাহে নাই চিকিৎসক
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ৩ মার্চ : ৰাজ্যৰ স্বাস্থ্য খণ্ডত আমূল পৰিৱৰ্তন অহা বুলি দন্তালি মৰা বি জে পি চৰকাৰৰ দিনত লখিমপুৰৰ এখন ক্ষুদ্ৰ প্রাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসকৰ সেৱা লাভ কৰিব নোৱাৰি ৰোগীয়ে নিতৌ ঘৰমুৱা হোৱা কাৰ্যই চৰকাৰখনৰ…
তিনিচুকীয়াত আদালতৰ কৰ্মচাৰী জড়িত ড্ৰাগছৰ বেহাত
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২ মাৰ্চ : মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে আজিও অব্যাহত আছে তিনিচুকীয়া আৰক্ষীৰ অভিযান ৷ আজি ড্ৰাগছৰ বেহাৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে তিনিচুকীয়া জিলা সত্ৰ ন্যায়াধীশৰ আদালতৰ ৰবী সোনোৱাল নামৰ কৰ্মচাৰীজনক আদালতৰ…
সুখবৰঃ বিহুত মুকলি হ’ব এইমছ গুৱাহাটী
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২ মাৰ্চঃ অসমবাসীলৈ আগন্তুক ৰঙালি বিহুৱে এক সুখবৰ কঢ়িয়াই আনিব। চাংচাৰিত নৱনিৰ্মিত এইমছ গুৱাহাটী অহা ১৪ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰিব। ৰাজ্যৰ স্বাস্থ্য আৰু চিকিৎসা…
“আয়ুস্মান ভাৰত” কাৰ্ড লাভৰ বাবে হিতাধিকাৰীলৈ আহ্বান
উত্তৰ লখিমপুৰ, ২৭ ফেব্ৰুৱাৰী : সমগ্ৰ ৰাজ্যৰ লগতে লখিমপুৰ জিলাতো ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনৰ যোগ্য হিতাধিকাৰী সকলৰ আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত চলি আছে ই- কে ৱাই চি অভিযান। উল্লেখ্য যে জিলাখনত মুঠ ৭,০০,২৩৭ জন…
আশা কৰ্মীৰ প্ৰতিবাদত লখিমপুৰৰ ৰাজপথ উত্তাল
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ,লখিমপুৰ, ১৬ ফেব্ৰুৱাৰী: বিগত ১৫ টা বছৰে কেন্দ্ৰীয় চৰকাৰ স্বাস্থ্য মিছনটোৰ বুনিয়াদ হিচাপে আশাকৰ্মীসকলে ত্যাগ-নিষ্ঠাৰে জনসাধাৰণৰ মাজত সেৱা আগবঢ়োৱাৰ পৰিপ্ৰেক্ষিতত অসমত আজি গর্ভৱর্তী মাতৃ আৰু শিশুৰ মৃত্যুৰ হাৰ কমাৰ লগতে…
ৰাজ্যৰ দশমখন কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়লৈ পাঠদানৰ অনুমোদন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৪ ফেব্ৰুৱাৰী : চলিত বৰ্ষৰ পৰাই ৰাজ্যৰ দশমখন চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম মুকলিত অনুমোদন জনাইছে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ (এনএমচি)-এ। নৱনিৰ্মিত কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়লৈ ২০২৩-২৪ চিকিৎসা…
উত্তৰ লখিমপুৰ মহাবিদ্যালয়ত বিশ্ব কৰ্কট দিৱস উদযাপন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৪ ফেব্ৰুৱাৰী: লখিমপুৰ কেন্সাৰ চেণ্টাৰৰ উদ্যোগত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, লখিমপুৰ, ৰাষ্ট্ৰীয় সেৱা আঁচনি আৰু নেচনেল কেডেট কৰ্পছ, উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ (স্বায়ত্তশাসিত) সহযোগত উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ…
অসমৰ হৃদৰোগাক্ৰান্ত শিশুৰ প্ৰথমটো দল আহমেদাবাদলৈ ৰাওনা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ২৮ জানুৱাৰী : অসম চৰকাৰ আৰু আহমেদাবাদৰ শ্ৰীসত্য সাই হাৰ্ট হস্পিতালৰ মাজত সম্পাদিত হোৱা বুজাবুজি চুক্তিৰ আধাৰত অসমৰ শিশু হৃদৰোগীৰ প্ৰথমটো দল বিশ্বমানৰ চিকিৎসা সেৱা গ্ৰহণৰ বাবে আজি গুজৰাটৰ আহমেদাবাদলৈ ৰাওনা…
আন্তৰ্জাতিক বঁটা বিজয়ী চকু চিকিৎসা সেৱা কেন্দ্ৰ ই.আৰ.চি এতিয়া উত্তৰ লখিমপুৰত উপলব্ধ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৮ জানুৱাৰীঃ পূব ভাৰতৰ এক আগশাৰীৰ চকু চিকিৎসা প্ৰতিষ্ঠান ERCLens.com আজি উত্তৰ লখিমপুৰত উদ্বোধন কৰা হয়। এতিয়ালৈ ৫ লাখতকৈ অধিক ৰোগীৰ সফলতাৰে চকুৰ চিকিৎসা সম্পন্ন কৰাৰ পাছত সমগ্ৰ অসম, পশ্চিম বংগ, নাগালেণ্ড আৰু বিহাৰৰ…