Browsing Category

স্বাস্থ্য

আন্তৰ্জাতিক বঁটা বিজয়ী চকু চিকিৎসা সেৱা কেন্দ্ৰ ই.আৰ.চি এতিয়া উত্তৰ লখিমপুৰত উপলব্ধ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৮ জানুৱাৰীঃ পূব ভাৰতৰ এক আগশাৰীৰ চকু চিকিৎসা প্ৰতিষ্ঠান ERCLens.com  আজি উত্তৰ লখিমপুৰত উদ্বোধন কৰা হয়। এতিয়ালৈ ৫ লাখতকৈ অধিক ৰোগীৰ সফলতাৰে চকুৰ চিকিৎসা সম্পন্ন কৰাৰ পাছত সমগ্ৰ অসম, পশ্চিম বংগ, নাগালেণ্ড আৰু বিহাৰৰ…

অসমৰ হৃদৰোগাক্ৰান্ত শিশুৰ প্ৰথমটো দল ২৬ জানুৱাৰীত প্ৰেৰণ কৰা হ’ব আহমেদাবাদৰ শ্ৰীসত্য সাই হাৰ্ট…

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২১ জানুৱাৰী: জন্মগত ভাৱে জটিল হৃদৰোগত আক্ৰান্ত অসমৰ শিশুৰ প্ৰথমটো দলক চিকিৎসাৰ বাবে অহা ২৬ জানুৱাৰীত আহমেদাবাদস্থিত শ্ৰীসত্য সাই হাৰ্ট হস্পিতাললৈ প্ৰেৰণ কৰা হ'ব। অসম চৰকাৰ আৰু শ্ৰীসত্য সাই হাৰ্ট হস্পিতালৰ মাজত যোৱা ৭…

শোণিতপুৰ জিলাৰ নদুৱাৰত জল জীৱন মিছনৰ খোৱাপানী যোগান আচঁনিৰ শুভ উদ্বোধন

শতাব্দ ষ্টাফৰিপৰ্টাৰ তেজপুৰ ২০জানুৱাৰীঃ শোণিতপুৰ জিলাৰ চতিয়া বিধানসভা সমষ্টিৰ নদুৱাৰত আজি মধ্য চিলাবন্ধা আৰু দক্ষিণ মূঢ়াদল গাওঁ পঞ্চায়তৰ দুখনকৈ জল জীৱন মিছনৰ খোৱাপানী যোগান আঁচনিৰ শুভ উদ্বোধন কৰে সমষ্টিৰে বিধায়ক পদ্ম হাজৰিকাই ৷ জনস্বাস্থ্য…

কৰ্কটৰোগী আৰু আত্মীয়ৰ বাবে তেজপুৰত আশাদীপ আশ্ৰয়গৃহ মুকলি

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৮জানুৱাৰীঃ ভাৰতীয় শিশু কল্যাণ পৰিষদ তেজপুৰ শাখাৰ সৌজন্যত আজি তেজপুৰৰ মাজগাঁৱত চিকিৎসাধীন কৰ্কট ৰোগীৰ বাবে এটা "আশাদীপ আশ্ৰয়গৃহ" মুকলি কৰা হয়। তেজপুৰৰ বিশিষ্টা সমাজসেৱিকা ডাঃ লক্ষ্মী গোস্বামীৰ চিন্তাৰ ফচল এই…

তেজপুৰৰ চৰকাৰী প্ৰসূতি চিকিৎসালয়ত নৱজাতকৰ মৃত্যুঃচিকিৎসাত অৱহেলাৰ অভিযোগ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,৬জানুৱাৰীঃ তেজপুৰ পৰোৱাস্হিত মাতৃ আৰু সিশু স্বাস্থ্য চিকিৎসালয়ত আজি পুৱা এক নৱজাতকৰ মৃত্যুক কেন্দ্ৰকৰি চৰকাৰী চিকিৎসালয়খনত একাংশ চিকিৎসাকৰ্মীৰ দায়িত্ব পালনত চৰম গাফিলতিৰ অভিযোগ উঠিছে৷ উল্লেখযোগ্য যে,তেজপুৰৰ…

শিক্ষাৰ্থীৰ মানসিক সমস্যা আৰু মানসিক স্বাস্থ্যজনিত সমস্যা দূৰ কৰাৰ অৰ্থে শিক্ষা বিভাগৰ বিশেষ পদক্ষেপ

শোণিতপুৰ জিলাৰ ৯০ গৰাকী শিক্ষক - শিক্ষয়িত্ৰীৰ উপস্থিতিত তেজপুৰত "মানসিক কল্যাণ আৰু মানসিক স্বাস্থ্য" শীৰ্ষক গুৰুত্বপূৰ্ণ দুদিনীয়া প্ৰশিক্ষণ কৰ্মশালাৰ সামৰণি

উত্তৰ লখিমপুৰত মেট্ৰিক্স জিম মুকলি মিষ্টাৰ ইউনিভাৰ্ছৰ দ্বাৰা 

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৪ জানুৱাৰীঃ আধুনিক জীৱন যাত্ৰাত ব্যায়াম তথা শৰীৰ চৰ্চাই বিশেষ প্ৰাধান্য পাই থকাৰ সময়তে আজি উত্তৰ লখিমপুৰ নগৰত এটা নতুন জিম মুকলি কৰা হয়। নগৰখনৰ প্ৰধান চাৰিআলিৰ সমীপৰ কমলাবাৰী পথৰ (কে বি ৰোড) মছজিদৰ কাষতে মেট্ৰিক্স…

লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত ৰোগী হিচাপে পোৱা এটা নিশাৰ ত্যক্ত অভিজ্ঞতা

প্ৰিয়মজ্যোতি ফুকন     নমস্কাৰ গ্ৰহণ কৰিব। কথাখিনি নকলে নহয় বাবে নিজৰ মাজতে সীমাবদ্ধ নাৰাখি সাংবাদিকতাৰ ধৰ্ম মানি ৰাইজৰ বৃহত্তৰ স্বাৰ্থত লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত মাজনিশা এগৰাকী ৰোগী হিচাপে পোৱা তিক্ত অভিজ্ঞতাখিনি আপোনালোকৰ আগত ব্যক্ত…