Browsing Category
স্বাস্থ্য
ৰাজ্যত বৰ্তমানলৈকে ১০ হাজাৰ ৭৬৫ গৰাকী এইডছ আক্ৰান্তই চিকিৎসা লাভ কৰিবলৈ সক্ষম হৈছে
শতাব্দ ষ্টাফ ৰিপটাৰ, তেজপুৰ, ১ ডিচেম্বৰঃ বৰ্তমান সময়ত আমাৰ ৰাজ্যখনত ২৫ হাজাৰ ৭৩ গৰাকী এইডছ আক্ৰান্ত ৰোগী চিনাক্ত হৈছে আৰু ইয়াৰ মাজৰে ১০ হাজাৰ ৭৬৫ গৰাকী চিকিৎসা লাভ কৰিবলৈ সক্ষম হোৱাৰ এক ভয়াবহ তথ্য আজি সদৰী হৈছে বিশ্ব এইডছ দিৱসৰ দিনটোত।…
সমাজত এইডছ আক্ৰান্তৰ প্ৰতি ভেদভাৱ অনুচিত, সতৰ্কতাৰহে প্ৰয়োজন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ১ ডিচেম্বৰ : 'এইডছ আক্ৰান্ত লোকৰ প্ৰতি সমাজত কোনেও ভেদভাৱ ৰাখিব নালাগে। তেওঁলোকে যাতে সঠিক চিকিৎসা লাভ কৰে আৰু নিয়মীয়াকৈ এইচ আই ভি প্ৰতিৰোধী ঔষধ সেৱন কৰিব পাৰে, সেই দিশতহে সকলোৱে সহযোগিতা আগবঢ়োৱা উচিত। সমাজৰ…
ঘূৰি আহিছে ৪৮ হাজাৰ বছৰ পুৰণি জম্বি ভাইৰাছ!
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১ ডিচেম্বৰ : বিজ্ঞানীসকলে দীৰ্ঘদিন ধৰি সকীয়াই আহিছে যে পাৰ্মাফ্ৰষ্টৰ উষ্ণতাৰ ফলত ইতিমধ্যে আৱদ্ধ হৈ থকা মিথেনৰ দৰে গ্ৰীন হাউচ গেছ পুনৰ বিয়পি পৰিছে। এইবোৰে পৰিৱেশৰ বিপুল ক্ষতি কৰিবলৈ গৈ আছে। লগতে মানুহৰো।…
ইউৰেকা! তেজৰ চেনি নিয়ন্ত্ৰণ কৰিবলৈ আহিল যুগান্তকাৰী ঔষধ, ওজন হ্ৰাস কৰাতো কৰিব সহায়
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩০ নৱেম্বৰ : তেজৰ চেনি যুগ যুগ ধৰি চলি অহা সংকট। ঘৰে ঘৰে ডায়েবেটিছ ৰোগী। নিয়মীয়াকৈ এই ৰোগৰ ওপৰত গৱেষণা কৰি অহা হৈছে। শেহতীয়াকৈ কৰা এনে গৱেষণাৰ অন্তত এবিধ নতুন ধৰণৰ ঔষধ আৱিষ্কাৰ কৰা হৈছে, যিবিধ ঔষধ গতানুগতিক…
নেজাল মানৱ! জন্মতে লৈ আহিল ২ ইঞ্চি দীঘল নেগুৰ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৮ নৱেম্বৰ : মেক্সিকোৰ নুৱেভ’ লিঅ’নৰ এখন চিকিৎসালয়ত সদ্য জন্ম হোৱা এটি কন্যা শিশুৱে নেট জগতত হৈ চৈৰ সৃষ্টি কৰিছে। কাৰণ, এই কন্যা শিশুটি আন চাৰি-পাঁচটা শিশুতকৈ পৃথক। জন্মতে তেওঁৰ এক বিশেষ বৈশিষ্ট্য আছে। তেওঁৰ শৰীৰত…
৩৭খন দেশত গৱেষণাৰ জৰিয়তে গম পোৱা গ’ল বছৰত কোনে, কিমানবাৰ চকুলো টুকে
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৮ নৱেম্বৰ : যেতিয়াই ‘আৱেগিক’, ‘সংবেদনশীল’, ‘আবেগপূৰ্ণ’ শব্দবোৰ উচ্চাৰণ কৰা হয়, তেতিয়াই তাৰ লগত নাৰীৰ নাম জড়িত হৈ থাকে। যিকোনো চিনেমাৰ দৃশ্য তুলি লওক— দেখিব যে মহিলা চৰিত্ৰবোৰৰেই চকুতেই আটাইতকৈ বেছি চকুলো।…
ইতিবাচক আৰু সুস্থ চিন্তা যিকোনো ৰোগ উপশমৰ ঔষধ হ’ব পাৰে : ড° ভূৱনেশ্বৰ চহৰীয়া
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৭ নবেম্বৰ : ককৰ্ট ৰোগত আক্ৰান্ত হৈ সাতটাকৈ কেম'থেৰাপী গ্ৰহণ কৰা তেজপুৰৰ লোকনায়ক অমিয় কুমাৰ দাস কন্যা উচ্চ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী শিক্ষয়িত্ৰীক মানসিক শক্তি প্ৰদান কৰি তেজপুৰ জনসাংস্কৃতিক পৰিষদে তেঁওৰ দ্বাৰা…
তেজপুৰত ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ ৰক্তদান শিবিৰ
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৭ নবেম্বৰ : ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনীৰ ৭৫ বছৰ পূৰ্তি উপলক্ষে আজি ৭৩ নং ছোৱালী ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনী অসম আৰু ৫ নং অসম বেটেলিয়নে তেজপুৰৰ কনকলতা অসামৰিক চিকিৎসালয়ত এক ৰক্তদান শিৱিৰৰ আয়োজন কৰে। কেডেটসকলৰ…
আহি আছে আন এক মহামাৰী!
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৬ নৱেম্বৰ : পুনৰ কৰ'না! নাই, সেয়া সঠিক নহয়। ঠিক covid নহয়, ইয়াক নতুন ধৰণৰ covid সদৃশ ভাইৰাছৰ সংক্ৰমণ বুলিব পাৰি। অনাগত দিনত এই সংক্ৰমণৰ বাবে মানুহ আৰু গৰু-ম’হৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে। এই ভাইৰাছ বাদুলিয়ে…
কেন্সাৰ গৱেষণাত সফলতা ভাৰতীয় গৱেষকৰ
শেহতীয়াকৈ মুম্বাইৰ টাটা মেম’ৰিয়েল হস্পিতালৰ চিকিৎসকে ‘নিভ’লুমেব’ নামৰ পৰীক্ষামূলক ঔষধ ব্যৱহাৰ কৰিছিল। দেখা যায় যে ঔষধ কম হাৰত ব্যৱহাৰ কৰিলেও কেন্সাৰ ৰোগী উপকৃত হ’ব পাৰে।