Browsing Category
স্বাস্থ্য
উদ্ভাৱন হ’ল পৃথিৱীৰ আটাইতকৈ দামী ঔষধ!
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ নৱেম্বৰ : অৱশেষত হিমোফিলিয়াৰ ঔষধ উদ্ভাৱন হ’ল। চিকিৎসা জগতত এয়া প্ৰায় বৈপ্লৱিক পৰিঘটনা সংঘটিত হ’ল। এতিয়ালৈকে হিমোফিলিয়াৰ কোনো ঔষধ বা চিকিৎসা নাছিল। অৱশ্যে চি এছ এল বেহৰিৰ হেমজেনিক্স-হিমোফিলিয়া বি জিন থেৰাপী…
লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত ৰোগীৰ মৃত্যুক লৈ উত্তেজনা
শতাব্দ প্ৰতিনিধি লখিমপুৰ ২৩ নৱেম্বৰঃ লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত এগৰাকী ৰোগীৰ মৃত্যুক লৈ আজি মহাবিদ্যালয় চৌহদত তীব্র উত্তেজনাৰ সৃষ্টি হয়। পৰিয়ালৰ অভিযোগ-- উপযুক্ত চিকিৎসাৰ অভাৱত ৰোগী হেম শইকীয়াৰ মৃত্যু হয় । চিকিৎসালয়ৰ আই চি ইউত…
‘ডিজিজ এক্স’ৰ সৈতে মোকাবিলাৰ আলোচনা
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৩ নৱেম্বৰ : সমগ্ৰ বিশ্বতে মহামাৰী ২০১৯ চনলৈকে আছিল কেৱল কল্পনা। এই ধাৰণাটো বহু উপন্যাস, চিনেমাত দিয়া হৈছিল যদিও বাস্তৱত কেতিয়াও দেখা পোৱা যাব বুলি কোনেও বিশ্বাস কৰিব পৰা নাছিল। কিন্তু কৰ'না মহামাৰীয়ে প্ৰায় এবছৰ…
পুৰুষৰ দেহতো ধৰা পৰিছে স্তন কৰ্কট ৰোগ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৩১ অক্টোবৰঃ সাম্প্ৰতিক সময়ত দেশত স্তন কৰ্কট ৰোগে ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ এই স্তন কৰ্কট ৰোগ কেৱল মহিলাৰ মাজতে সীমাবদ্ধ থকা নাই৷ এনে স্তন কৰ্কট ৰোগ এতিয়া পুৰুষৰ দেহতো ধৰা পৰিছে৷ বিশ্বত প্ৰতি ১৩ মিনিটত এগৰাকী মহিলাৰ…
এম্বুলেন্সত ৰোগীৰ সলনি পানীৰ পাইপঃ ধেমাজিত সংঘটিত আজৱ কাণ্ড
শতাব্দ প্ৰতিনিধি, ধেমাজি, ৩১ অক্টোবৰ : আপুনি নিশ্চয়কৈ জানে যে এম্বুলেন্স মানেই ৰোগী কঢ়িওৱা বাহন ৷ কিন্তু এয়া কি ? ৰোগীৰ পৰিৱৰ্তে সামগ্ৰী কঢ়িয়াই মালবাহী বাহনলৈ পৰিণত কৰা হ’ল এখন এম্বুলেন্স ৷ এই কাণ্ড ধেমাজিৰ ৷ ধেমাজি অসামৰিক চিকিৎসালয়ৰ…
উপবাসৰ বিপদ! মহিলাসকলৰ বাবে সতৰ্কবাণী
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ অক্টোবৰ : বহু পুষ্টি বিশেষজ্ঞই ওজন কমাবলৈ মাজে মাজে উপবাস বা Intermittent Fasting কৰাটো অন্যতম ফলপ্ৰসূ উপায় হিচাপে পৰামৰ্শ দিয়ে। এই ধৰণৰ খাদ্যত এজন ব্যক্তিয়ে এটা নিৰ্দিষ্ট সময়ত আহাৰ গ্ৰহণ কৰে আৰু তাৰ পিছত…
২০২১ চনত উৰ্ধগামী যক্ষ্মা ৰোগীৰ সংখ্যা
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৮ অক্টোবৰ : বিশ্ব স্বাস্থ্য সংস্থাই ২০২১ চনত বিশ্বত যক্ষ্মা ৰোগত আক্রান্ত হোৱা লোকৰ সংখ্যা সন্দর্ভত এক প্রতিবেদন প্রকাশ কৰিছে৷ এই প্ৰতিবেদন অনুসৰি ভাৰতৰ অৱস্থা আতংকজনক। বিশ্ব স্বাস্থ্য সংস্থাৰ গ্ল’বেল টিভি ৰিপ’ৰ্ট…
ৰাতিপুৱা হাৰ্ট এটেক হয় কিয়? পুৱাৰ ভাগত মৃত্যুৰ ফান্দ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ অক্টোবৰ : তেতিয়াও ৰাতিপুৱা হোৱা নাছিল। ৰাতিপুৱাৰ পোহৰ মাথোঁ ওলাবহে। সাৰ পাই উঠাৰ লগে লগে চৰাইবোৰে খিকিন্দালি কৰি আছিল। চাৰিওফালে শান্ত, কোমল ভাব। মানৱ সভ্যতাৰ বেছিভাগেই এতিয়াও গভীৰ টোপনিত আছে। কিন্তু আপুনি…
তেজপুৰত “দ্বীপশিখা কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যন” কেন্দ্ৰৰ শুভাৰম্ভ
সজাগতাৰ অভাবৰ বাবেই উত্তৰ পূৰ্বাঞ্চলত কৰ্কট ৰোগীৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পাইছে - মৃন্ময়ী বৰুৱা, সচিব, দ্বীপশিখা
এই কেন্দ্ৰই শোণিতপুৰৰ লগতে উত্তৰ পাৰ আৰু অৰুণাচলৰ কৰ্কটৰোগীকো উপকৃত কৰিব - দেৱ কুমাৰ মিশ্ৰ, উপায়ুক্ত
শতাব্দ প্ৰতিনিধি,…
তেজপুৰত জল জীৱন মিছনৰ খোৱাপানী যোগান আচঁনিৰ শুভ উদ্বোধন
শতাব্দ প্ৰতিনিধি,তেজপুৰ,২৩অক্টোবৰ: তেজপুৰ বিধানসভা সমষ্টিৰ ডেকাৰগাঁও পঞ্চায়তৰ অন্তৰ্গত হাড়ীগাঁৱত সমষ্টিত স্হানীয় বিধায়ক পৃথ্বীৰাজ ৰাভাই কালি জল জীৱন মিছনৰ এখন খোৱাপানী যোগান আঁচনিৰ শুভ উদ্বোধন কৰে ৷ জনস্বাস্থ্য কাৰিকৰী বিভাগ, তেজপুৰ এক…