Browsing Category
ৰাজনীতি
হিমন্তবিশ্ব শৰ্মাৰ শাসনকালত ভালকৈ উশাহ ল’ব নোৱাৰা পৰিৱেশৰ সৃষ্টি হৈছে–বিধায়ক অখিল গগৈ
ঢকুৱাখনাৰ সুনীল গগৈৰ হত্যাকাণ্ডৰ দোষীক বিচাৰি উলিয়াব নোৱৰা স্মাৰ্ট অসম আৰক্ষীৰ গৃহ মন্ত্ৰীৰ দায়িত্বত থকা হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ ১১ জুনঃ অসমত এতিয়া বিজেপিৰ বিৰুদ্ধে এটা বাতাবৰণৰ সৃষ্টি হৈছে৷ অসমত…
লখিমপুৰত ১৪৪ ধাৰা বলবৎঃ পুৱা ৮ বজাৰ পৰা লোকসভা নিৰ্বাচনৰ ভোট গণনা
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ ৩ জুনঃ কাইলৈ দেশৰ অষ্টাদশ লোকসভা নিৰ্বাচনৰ ভোট গণনালৈ সাজু হৈ উঠিছে সমগ্ৰ দেশ৷ তেনেদৰে লখিমপুৰ জিলা প্ৰশাসনেও শান্তিপূৰ্ণ আৰু আইন শৃংখলিতভাৱে ৪ জুনৰ পুৱাৰে পৰা ভোট গণনাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি…
নিৰ্বাচনী বণ্ড সন্দৰ্ভত ছুপ্ৰিম ক’ৰ্টৰ যুগান্তকাৰী ৰায়
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৫ ফেব্ৰুৱাৰীঃ সৰ্বোচ্চ ন্যায়ালয়ে আজি ৰাজনৈতিক দলৰ ইলেক্টৰেল বণ্ডৰ ক্ষেত্ৰত এক যুগান্তকাৰী ৰায় প্ৰদান কৰে। ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ অধ্যক্ষতাত পাঁচজনীয়া সংবিধানিক বিচাৰপীঠে নিৰ্দেশ দিয়ে যে এতিয়াৰ পৰা…
ভোগালী বিহুৰ উপলক্ষে পৰেশ বৰুৱাৰ শুভেচ্ছা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৩ জানুৱাৰীঃ ভোগালী বিহু উপলক্ষে আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই ৰাজ্যবাসীলৈ শুভেচ্ছা জনাইছে। এক ই মেইল বাৰ্তাত বৰুৱাই কয়-- অসমৰ থলগিৰি জাতি তথা সমাজ জীৱনৰ আয়ুসৰেখা কেউটি বিহু৷ বিগত বৰ্ষবোৰৰ দৰে এই বছৰো ঢেঁকীৰ মাতে…
ডিব্ৰুগড় আৰু ডিফু লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতাৰ সিদ্ধান্ত চিপিআই (এম-এল)ৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৯ অক্টোবৰ : চি পি আই (এম-এল)ৰ অসম ৰাজ্যিক ষ্টেণ্ডিং কমিটিৰ বৈঠক বুধবাৰে আৰু আজি বৃহস্পতিবাৰে তিনিচুকীয়াত অনুষ্ঠিত হৈ যায় ৷ বৈঠকত দেশ তথা অসমৰ ৰাজনৈতিক পৰিস্থিতিৰ ওপৰত বিশদ আলোচনা কৰা হয় ৷ আজি চি পি আই…
কংগ্ৰেছ চৰকাৰ হলে পুৰণা পেঞ্চন নীতি প্ৰৱৰ্তন কৰা হবঃ তেজপুৰত ভূপেন বৰা
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১অক্টোবৰঃ “প্ৰতি ইউনিতত ১.২৯টকাকৈ বিদ্যুৎ মাছুল বৃদ্ধিৰ যি নিৰ্দেশনা বিজেপি নেতৃত্বাধীন চৰকাৰে জাৰি কৰিছে সেই নিৰ্দেশনা অহা তিনি অক্টোবৰত কংগ্ৰেছ দলে ৰাজ্যজুৰি দাহ কৰি ইয়াৰ বিৰুদ্ধে আন্দোলন ঘোষণা কৰিব৷পৰৱৰ্তী…
চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ স্থিতি ৰহস্যজনক
চাহ শ্ৰমিক যৌথ সংগ্ৰাম সমিতিৰ সংবাদমেল
পদমৰ্যাদা হ্ৰাস কৰি মালিকপক্ষৰ হৈ মধ্যস্থতাকাৰীৰ ভূমিকাত মুখ্যমন্ত্ৰী
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৩০ছেপ্টেম্বৰঃ “ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই চাহ বাগিছাৰ গৰাকীসকলৰ হৈ মধ্যস্থতাকাৰীৰ…
বিহপুৰীয়াত বিজেপিৰ প্ৰাক্তন জিলা সভাপতি সহ ১৮ জনৰ কংগ্ৰেছত যোগদান
বিজেপিত এতিয়া দলৰ নিষ্ঠাবান নেতা-কৰ্মী চূড়ান্ত উপেক্ষিতঃ বিজেপিৰ প্ৰাক্তন সভাপতিশতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৯ ছেপ্টেম্বৰঃ বিজেপিত এতিয়া অন্তঃকন্দলৰ সৃষ্টি হৈছে৷ দলটোত পুৰণা অধিকাংশ কৰ্মীয়েই দলটোৰ প্ৰতি বিতুষ্ট হৈ পৰিছে৷ এই কথা…
তাই আহোমক জনজাতিকৰণৰ দাবীঃ লখিমপুৰত প্ৰতিবাদ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৮ ছেপ্টেম্বৰঃ তাই আহোম জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত আজি লখিমপুৰত তাই আহোম ছাত্ৰ সন্থাৰ লখিমপুৰ জিলা সমিতিয়ে এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ বিশেষকৈ তাই আহোম জনগোষ্ঠীক দীৰ্ঘদিন ধৰি জনজাতিকৰণৰ নামত কেন্দ্ৰ…
তেজপুৰত কেন্দ্ৰীয় মন্ত্ৰী ৰিজিজুঃ বিৰোধী ঐক্য ইণ্ডিয়া প্ৰত্যাহ্বান নহয়
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৫ছেপ্টেম্বৰঃ “অমৃত কালত মাত্ৰ অৰুণাচল প্ৰদেশতেই নহয়,সমগ্ৰ দেশতে কাম চলি আছে।যোৱা ১০ বছৰত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমোলত দেশৰ উত্তৰ পূৰ্বাঞ্চলত উন্নয়নৰ যি পেকেজ ৰূপায়ণ হৈছে সেয়া অভূতপুৰ্ব৷” এই ভাষ্য…
